Difference between revisions of "Arduino/C3/Digital-Logic-Design-with-Arduino/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
(Created page with " {| border=1 | '''Time''' | '''Narration''' |- |00:01 | '''Digital Logic Design with Arduino''' স্প’কেন টিউট’ৰিয়েলটোলৈ স্...")
 
(No difference)

Latest revision as of 12:59, 10 February 2020

Time Narration
00:01 Digital Logic Design with Arduino স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম
00:07 এই টিউট’ৰিয়েলটোত, আমি শিকিম: assemblyAND, OR আৰু XOR operations ইমপ্লিমেন্ত আৰু ভেৰিফাই কৰিবলৈ,
00:17 সৰল Combinational Logic ইমপ্লিমেন্ত আৰু ভেৰিফাই কৰিবলৈ
00:21 এই টিউট’ৰিয়েলটো অনুসৰণ কৰিবলৈ, আপোনাৰ ইলেকট্রনিকচ আৰু Assembly লেংগুৱেজৰ মূল জ্ঞান থাকিব লাগিব
00:31 এই টিউট’ৰিয়েলটো ৰেকৰ্ড কৰিবলৈ, মই ব্যৱ্হাৰ কৰিছো: Arduino UNO Board
00:38 আৰু উবুন্তো লিনাক্স অপাৰেতিং চিষ্টেম ভাৰ্চন 14.04
00:44 আমাক লগতে কিছু এক্সতাৰনেল দিভাইচ লাগিব যেনে: Breadboard,
00:51 Arduino UNO Board,
00:54 Seven Segment Display,
00:57 220-ohm Resistor,
01:00 Decoder (7447 IC) আৰু Jumper Wires
01:07 আমি একেটা চাৰ্কিত চেতাপ ব্যৱ্হাৰ কৰিম decoder টোৰ বাবে কৰাৰ দৰে, আগৰ টিউট’ৰিয়েলটোত
01:14 আহক লাইভ কানেকচন চেতাপ চাওঁ
01:17 এতিয়া, আমি assembly program এটা লিখিম logical AND operations ভেৰিফাই কৰিবলৈ
01:24 যিকোনো text editor খোলক আৰু নিম্ন program টো লিখক
01:29 m328Pdef.inc ফাইল আৰু source code এই টিউট’ৰিয়েলৰ Code files লিংকত উপলদ্ধ
01:38 আপুনি ইয়াক দাউনল’দ কৰি ব্যৱ্হাৰ কৰিব পাৰে
01:41 হাইলাইত কৰা ক’ডে Arduinopins 2, 3, 4 আৰু 5 output pins হিচাবে কনফিগাৰ কৰে
01:49 আমি আমাৰ boolean operations ৰ বাবে r16 আৰু r17 ৰ মাত্ৰ প্ৰথম bit ক কনচিদাৰ কৰিছো । ইয়াত, দুয়োটা হৈছে 1
02:00 এই লাইনে bitwise AND operation প্ৰদৰ্শন কৰে r16 আৰু r17 bits ত । ফলাফলটো r16 ত জমা হয়
02:12 প্ৰোগ্ৰামটোৰ বাকী অংশই এই আউতপুতটো দৰ্শিত কৰে
02:17 r16LSB ত আমাৰ ফলাফল আছে । ইয়াক বাওঁফালে দুটা প’জিচনৰে স্থানান্তৰ কৰিব লাগিব
02:26 code ৰ এই লাইনে loopw নামৰ লোপটোক মাতে
02:31 এই লোপে r16LSB ক দুবাৰ স্থানান্তৰ কৰে
02:38 r16 ত থকা ভেলুক PORTD লৈ পঠোৱা হয় । ই Seven segment display ত হয়তো 0 বা 1 দৰ্শিত কৰে
02:48 ইয়াত, r16 ৰ উপাদানক বাওঁফালে এবাৰ স্থানান্তৰ কৰা হয় । তেতিয়া r20 ৰ ভেলুটো 1 ৰে অবনমিত হয়
02:58 যদি r20 ৰ ভেলুটো জিৰ’ৰ সমান নহয়, loop টো পুনৰ চলে
03:05 মই ক’ডটো save কৰিম boolean.asm হিচাবে home slash spoken slash Assembly ফ’ল্দাৰত
03:15 terminal টোলৈ যাওঁক
03:18 ফ’ল্দাৰটোলৈ যাওঁক য’ত boolean.asm ফাইলটো ছেভ আছে । লিখক: avra space boolean.asm আৰু Enter টিপক
03:29 ই ক’ডটো এচেম্বল কৰিব আৰু ফাইল এটা বনাব boolean.hex
03:34 আহক screen খালি কৰো
03:36 পাছত, আমি ক’ডটো Arduino লৈ আপল’দ কৰিব লাগিব
03:41 ইয়াৰ বাবে, লিখক: avrdude space hyphen p space atmega328p space hyphen c space arduino space hyphen b space 115200 space hyphen capital P space forward slash dev forward slash ttyACM0 space hyphen capital U space flash colon w colon boolean dot hex আৰু Enter টিপক
04:17 এতিয়া, আপুনি দেখিছে যে seven segment display ত দিজিত one জ্বলিছে
04:23 টিউট’ৰিয়েলটো ৰখাওঁক আৰু তলৰ অনুশিলনীটো কৰক
04:27 r16 আৰু r17 ৰ ভেলুচ ম’দিফাই কৰক AND ৰ বাকীথকা truth table ভেৰিফাই কৰিবলৈ
04:35 প্ৰোগ্ৰামটোত and কীৱৰ্দক or ৰে ৰিপ্লেচ কৰক logical OR operation প্ৰদৰ্শন কৰিবলৈ
04:42 প্ৰোগ্ৰামটোত and কীৱৰ্দক xor ৰে ৰিপ্লেচ কৰক logical XOR operation প্ৰদৰ্শন কৰিবলৈ
04:49 পাছত, আমি কিছু সৰল combinational logics ইমপ্লিমেন্ত আৰু ভেৰিফাই কৰিম
04:55 আহক লাইভ কানেকচন চেতাপ চাওঁ । ই আগৰ চেতাপটোৰ দৰে একে হ’ব
05:02 আমি প্ৰোগ্ৰামটোত এই সমীকৰণখিনি ইমপ্লিমেন্ত কৰিম আৰু সিহঁতৰ truth table ভেৰিফাই কৰিম
05:09 এইখন হৈছে truth table ওপৰত দেখুৱা সমীকৰণবোৰৰ বাবে
05:14 ইয়াত W, X, Y আৰু Z হৈছে ইনপুতচ
05:19 A, B, C আৰু D হৈছে আউতপুতচ । আহক truth table ৰ প্ৰথম ৰৌক লওঁ । সেইবাবে, সকলো ইনপুতচ জিৰ’ হ’ব
05:31 truth table অনুসৰি, আমি আউতপুতটো 1 হিচাবে আশা কৰিব পাৰো
05:36 আমি আউতপুতটো seven segment display ত দৰ্শিত কৰিম
05:40 আহক এটা assembly প্ৰোগ্ৰাম লিখো এই সমীকৰণবোৰ ইমপ্লিমেন্ত আৰু ভেৰিফাই কৰিবলৈ
05:46 যিকোনো টেকস্ত এদিতৰ খোলক আৰু নিম্ন program টো লিখক
05:50 মই program টো ব্যাখ্যা কৰিম
05:53 এই লাইনে Arduinopins 2, 3, 4 আৰু 5 output pins হিচাবে কনফিগাৰ কৰে
06:00 r30 হৈছে এটা dummy variable আউতপুতটো জমা কৰিবলৈ
06:05 input variables W, X, Y আৰু Z ৰ ভেলুচ registers r17, r18, r19 আৰু r20 ত জমা হয়
06:16 r17, r18, r19 আৰু r20 ৰ ভেলুচ dummy variables r0, r1, r2 আৰু r3 ত জমা হয়
06:27 এই ভেলুচ ব্যৱহৃত হয় অপাৰেচনচ প্ৰদৰ্শন কৰাৰ পাছত আচল registers ৰিষ্ট’ৰ কৰিবলৈ
06:35 'comp' subroutine ব্যৱহৃত হয় variable এটাৰ complement টো বিচাৰিবলৈ
06:41 W, X, Y আৰু Z complement গণনা কৰি জমা কৰা হয় r21, r22, r23 আৰু r24
06:52 r21, r22, r23 আৰু r24 ৰ ভেলুচ dummy variables r4, r5, r6 আৰু r7 ত জমা কৰা হয়
07:04 মন কৰিব যে A হৈছে Wcomplement । এতিয়া, আমি প্ৰথম সমীকৰণক ইমপ্লিমেন্ত কৰিলো
07:12 পাছত, আমি বাওঁফালে দুটা shift operations প্ৰদৰ্শন কৰো আৰু ভেলুটো r30 ত জমা কৰো ।

তেনেদৰে, r30 ৰ তৃতীয় bit টোত ভেলু আছে A

07:24 'reload' subroutine এ ভেলুচ r0, r1, r2, r3, r4, r5, r6 আৰু r7 ক ইয়াৰ ক’পিবোৰৰ পৰা ৰিল’দ কৰে
07:36 সিহঁত হয়তো সলনি হ’ব পাৰে আগৰ operations ৰ সময়ত
07:41 B ৰ বাবে logic টো ইমপ্লিমেন্ত কৰা হয় আৰু ফলাফলটো r0 ত জমা হয়
07:47 r0 ত থকা ভেলুটো বাওঁফালে তিনিবাৰ স্থানান্তৰ হয় আৰু r30 ত জমা হয়
07:54 এতিয়া, r30 ৰ চতুৰ্থ bit টোৱে B ৰ ফলাফলক ধৰি ৰাখে
08:00 C ৰ বাবে logic টো ইমপ্লিমেন্ত কৰা হয় আৰু ফলাফলটো r0 ত জমা হয়
08:06 r0 ত থকা ভেলুটো বাওঁফালে চাৰিবাৰ স্থানান্তৰ হয় আৰু r30 ত জমা হয়
08:13 এতিয়া, r30 ৰ পঞ্চম bit টোৱে C ৰ ফলাফলক ধৰি ৰাখে
08:19 D ৰ বাবে logic টো ইমপ্লিমেন্ত কৰা হয় আৰু ফলাফলটো r0 ত জমা হয়
08:25 r0 ত থকা ভেলুটো বাওঁফালে পাঁচবাৰ স্থানান্তৰ হয় আৰু r30 ত জমা হয়
08:32 এতিয়া, r30 ৰ ষষ্ঠ bit টোৱে D ৰ ফলাফলক ধৰি ৰাখে
08:38 শেষত, r30 ত জমা হৈ থকা ভেলুটো PORTD লৈ পঠোৱা হয় দৰ্শিত কৰিবলৈ
08:46 ক’ডটো Save কৰক combination.asm হিচাবে home slash spoken slash Assembly ফ’ল্দাৰত
08:55 terminal টোলৈ যাওঁক
08:58 লিখক: avra space combination.asm আৰু Enter টিপক
09:05 ই ক’ডটো এচেম্বল কৰিব আৰু ফাইল এটা বনাব combination.hex । আহক টাৰ্মিনেল খালি কৰো
09:14 আপল’দ কৰিবলৈ, আপ এৰ’ টিপক আগৰ command পাবলৈ
09:19 এতিয়া ফাইলনেমটো সলাওঁক দেখুৱা দৰে আৰু Enter টিপক
09:26 এতিয়া আপুনি seven-segment display ত দেখুৱা আউতপুতটোৰ সৈতে truth table ভেৰিফাই কৰিব পাৰিব
09:34 টিউট’ৰিয়েলটো ৰখাওঁক আৰু তলৰ অনুশিলনীটো কৰক
09:38 W, X, Y আৰু Z ৰ ভেলুচ সলাওঁক আৰু truth table ৰ বিভিন্ন ৰৌচ ভেৰিফাই কৰক
09:46 ইয়াৰ সৈতে আমি এই টিউট’ৰিয়েলৰ শেষ পালোহি । আহক মূলভাব চাওঁ
09:52 এই টিউট’ৰিয়েলটোত, আমি শিকিলো: assemblyAND, OR আৰু XOR operations ইমপ্লিমেন্ত আৰু ভেৰিফাই কৰিবলৈ,
10:01 সৰল Combinational Logic ইমপ্লিমেন্ত আৰু ভেৰিফাই কৰিবলৈ
10:05 তলৰ লিংকৰ ভিদিঅটোৱে স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাওঁক
10:13 স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে কৰ্মশালা পাতে আৰু প্ৰমাণ পত্ৰ দিয়ে । অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখক
10:23 সময়ৰ লগত আপোনাৰ প্ৰশ্ন এই ফ’ৰামত প’ষ্ট কৰক
10:27 স্প’কেন টিউট’ৰিয়েল প্ৰকল্প NMEICT, MHRD, ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত । এই মিচনৰ বিষয়ে অধিক তথ্য এই লিংকত উপলদ্ধ
10:38 এই টিউট’ৰিয়েলটো FOSSEE আৰু Spoken Tutorial Project, IIT Bombay এ অৱদান দিছে ।

মই মৌচুম হাজৰিকাই আপোনালোকৰ পৰা বিদায় লৈছো । সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9