Arduino/C3/Assembly-programming-through-Arduino/Assamese

From Script | Spoken-Tutorial
Revision as of 12:56, 10 February 2020 by Mausamh9 (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00:01 Assembly programming through Arduino স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম
00:07 এই টিউট’ৰিয়েলটোত, আমি শিকিম: seven-segment Display এটা Arduino board লৈ ইন্তাৰফেচ কৰিবলৈ,
00:15 seven-segment display ত দিজিত এটা দৰ্শিত কৰিবলৈ assembly program এটা লিখিবলৈ আৰু
00:21 7447 IC ব্যৱ্হাৰ কৰি seven segment display ত দিজিত এটা দৰ্শিত কৰিবলৈ
00:28 এই টিউট’ৰিয়েলটো অনুসৰণ কৰিবলৈ, আপোনাৰ ইলেকট্রনিকচ আৰু Assembly language ৰ মূল জ্ঞান থাকিব লাগিব
00:36 এই টিউট’ৰিয়েলৰ Additional reading material লিংক চাওঁক অধিক জানিবলৈ:
00:42 Arduino - Assembly code reference আৰু Arduino ATmega328 Pin mapping
00:50 এই টিউট’ৰিয়েলটো ৰেকৰ্ড কৰিবলৈ, মই ব্যৱ্হাৰ কৰিছো: Arduino UNO Board,
00:56 আৰু উবুন্তো লিনাক্স অপাৰেতিং চিষ্টেম ভাৰ্চন 14.04
01:02 আমাক লগতে কিছু এক্সতাৰনেল দিভাইচ লাগিব যেনে: Breadboard,
01:09 Arduino UNO Board,
01:12 Common Anode Seven-Segment Display, 220 ohm Resistor,
01:18 Decoder 7447 IC আৰু Jumper Wires
01:25 এই পৰীক্ষাটোত, আমি common anode seven segment display ব্যৱ্হাৰ কৰিম
01:31 seven segment display ৰ বিষয়ে অধিক জানিবলৈ এই চিৰিজৰ বেচিক লেভেলৰ টিউট’ৰিয়েল চাওঁক
01:38 আহক কানেকচন circuit ৰ সবিশেষ চাওঁ
01:46 Seven Segment DisplayDot pin সংযুক্ত হৈছে Arduinopin 13 লৈ
01:53 COM pins ৰ যিকোনো এটা সংযুক্ত হৈছে +5 Volts লৈ 220 ohm resistor এটাৰ দ্বাৰা
02:00 Arduino আৰু microcontroller ৰ বাবে pin mapping চাওঁক
02:05 এইটো হৈছে কানেকচনটোৰ লাইভ চেতাপ
02:09 এতিয়া, আমি assembly program এটা লিখিম seven segment displayDot LED টো অন কৰিবলৈ
02:17 আমি ইনষ্ট’ল কৰিব লাগিব এটা assembler AVRA আৰু AVRDUDE'
02:23 AVRA হৈছে এটা assembler যি এটা hex ফাইল জেনেৰেত কৰিব
02:28 AVRDUDE ব্যৱহৃত হয় Arduino board লৈ যিকোনো hex ফাইল আপল’দ কৰিবলৈ
02:34 terminal টো খোলক Ctrl + Alt + T কীচ একেলগে টিপি
02:39 avra আৰু avrdude ইনষ্ট’ল কৰিবলৈ, লিখক: sudo space apt hyphen get space install space avra space avrdude
02:55 administrative password লিখক যদি সুধে আৰু Enter টিপক
03:01 আমি দেখিছো ইনষ্ট’লেচন প্ৰক্ৰিয়া আৰম্ভ হৈছে
03:05 'Y' টিপক যেতিয়াই ইনষ্ট’লেচনৰ সময়ত সুধে কনফিগাৰেচনটো কনফাৰ্ম কৰিবলৈ
03:11 ইনষ্ট’লেচন সম্পূৰ্ণ হ’বলৈ কিছু সময় ল’ব ইন্টাৰনেত স্পিদৰ ওপৰত নিৰ্ভৰ কৰি
03:17 আমি দেখিছো যে ইনষ্ট’লেচন সফলভাবে সম্পূৰ্ণ হৈছে । আহক স্ক্ৰিণ খালি কৰো
03:25 এতিয়া, আহক Arduino board ক কম্পিউটাৰলৈ কানেক্ত কৰো
03:29 Arduinoport নাম্বাৰ চাবলৈ, মই লিখিম: ls space forward slash dev forward slash ttyACM asterisk
03:41 আমি আউতপুতটো দেখিম forward slash dev forward slash ttyACM0
03:49 ইয়াত, ttyACM0Arduinoport নাম্বাৰক দৰ্শাই
03:55 আপুনি হয়তো এটা ভিন্ন port নাম্বাৰ পাব পাৰে । port নাম্বাৰক লিখি ৰাখক
04:00 এই টিউট’ৰিয়েলৰ Code files লিংকৰ পৰা m328Pdef.inc ফাইল দাউনল’দ কৰক
04:08 আমি source code ৰ প্ৰথম লাইনত এই library ফাইলক সংলগ্ন কৰিব লাগিব
04:13 assembly programs লিখোতে ইউজাৰক Register আৰু Bit name ব্যৱ্হাৰ কৰিবলৈ অনুমতি দিয়ে
04:20 আহক এটা assembly program লিখো আৰু ইয়াক microcontroller লৈ আপল’দ কৰো
04:25 যিকোনো text editor খোলক আৰু নিম্নখিনি লিখক
04:29 চেমিক’লনে দৰ্শাই comment statement
04:33 এই statements assembler এ অৱজ্ঞা কৰে আৰু এক্সিকিউত নকৰে
04:38 এই লাইনে assemblerm328Pdef.inc ফাইলটো সংলগ্ন কৰিবলৈ কয়
04:45 আমি এই ফাইলক আগতে দাউনল’দ কৰিছিলো আৰু মোৰ কম্পিউটাৰত ই হৈছে path
04:51 মন কৰিব যে আমি সম্পূৰ্ণ file path সূচীত কৰিব লাগিব
04:55 ldi মানে হৈছে "load immediate"
04:59 ই চেত কৰে pin PB5, যি হৈছে দিজিতেল pin 13, output হিচাবে
05:05 assembler ক কয় এটা কাম কৰা register r16 ল’বলৈ আৰু ইয়াত binary number এটা ল’দ কৰিবলৈ
05:12 এই লাইনে compiler ক কয় register r16 ৰ উপাদানক DDRB register লৈ ক’পি কৰিবলৈ
05:20 ই সকলো পিনচ 0 volts লৈ চেত কৰে মাত্ৰ pin PB5 ক এৰি যি হৈছে digital pin 13 যি চেত হয় 5 volts লৈ
05:30 এই লাইনে আমাৰ ষ্ট’ৰেজ register r17 ৰ পৰা একেটা binary numberPortB লৈ ক’পি কৰে
05:38 Relative jump statementprogram টো এটা infinite loop ত এক্সিকিউত কৰে
05:44 LED টো ON হৈ থাকিবলৈ প্ৰোগ্ৰামটো এটা ক্ৰমত চলি থাকিব লাগিব
05:50 ক’ডটো ছেভ কৰক dot hyphen led.asm ফাইল হিচাবে home slash spoken slash Assembly ফ’ল্দাৰত
05:59 এই ক’ড লগতে এই টিউট’ৰিয়েলৰ Code files লিংকত উপলদ্ধ
06:04 আপুনি ইয়াক দাউনল’দ কৰি ব্যৱ্হাৰ কৰিব পাৰে
06:07 terminal টোলৈ যাওঁক
06:10 ফ’ল্দাৰটোলৈ যাওঁক য’ত dot hyphen led.asm ফাইলটো ছেভ আছে
06:16 লিখক: avra space dot hyphen led.asm আৰু Enter টিপক
06:24 ই ক’ডটো এচেম্বল কৰিব আৰু ফাইল এটা বনাব dot hyphen led.hex
06:30 আহক dot hyphen led.hex ফাইলটো চাওঁ যি একেটা ফ’ল্দাৰত জেনেৰেত হৈছে
06:37 পাছত, আমি ক’ডটো Arduino লৈ আপল’দ কৰিব লাগিব
06:41 terminal টোলৈ ঘূৰি যাওঁক
06:44 ইয়াৰ বাবে, লিখক: avrdude space hyphen p space atmega328p space hyphen c arduino space hyphen b space 115200 space hyphen capital P space forward slash dev forward slash ttyACM0 space hyphen capital U space flash colon w colon dot hyphen led dot hex
07:16 ইয়াত ttyACM0Arduinoport নাম্বাৰক দৰ্শাই
07:22 dot hyphen led.hex হৈছে ফাইলটো যি জেনেৰেত হৈছে । আৰু Enter টিপক
07:30 এতিয়া, আপুনি দেখিছে যে seven segment ত থকা Dot LED জ্বলিছে
07:36 টিউট’ৰিয়েলটো ৰখাওঁক আৰু তলৰ অনুশিলনীটো কৰক । একেটা ক’ড ম’দিফাই কৰক Dot LED টো অফ কৰিবলৈ
07:44 পাছত, আমি seven segment display ত দিজিত 2 দৰ্শিত কৰিম
07:49 '2' দৰ্শিত কৰিবলৈ, a,b,d,e,g segments উচ্চ হ’ব লাগিব আৰু আন LEDS নিম্ন হ’ব লাগিব
07:58 seven-segment displayPins a, b, c, d, e, f আৰু g কানেক্ত কৰক Arduinopins 2, 3, 4, 5, 6, 7 আৰু 8 লৈ
08:10 common pins দুটা সংযুক্ত হৈছে positive 5 Volts লৈ resistors ৰ দ্বাৰা
08:17 আহক লাইভ কানেকচন চেতাপ চাওঁ
08:21 আহক এই প্ৰোগ্ৰামটোৰ বাবে source code চাওঁ
08:24 যিকোনো টেকস্ত এদিতৰ খোলক আৰু নিম্ন ক’ড লিখক
08:28 আগতে দেখাৰ দৰে, আমি প্ৰথমে পিনচ output হিচাবে কনফিগাৰ কৰিব লাগিব
08:34 তেতিয়া ইয়াক উচ্চ বা নিম্ন কৰক আমাৰ প্ৰয়োজন অনুসৰি
08:39 এই দুটা লাইনে PORT Dbits 2 to 7 আউতপুত হিচাবে বনাব
08:45 এই দুটা লাইনে PORT Bbit 0 আউতপুত হিচাবে বনাব
08:50 এই bits সংগত হয় Arduinodigital pins 2 to 8 লৈ
08:56 ইয়াত, আমি পিনচ উচ্চ বা নিম্ন কৰিছো আমি যি নাম্বাৰ দৰ্শিত কৰিব বিচাৰিছো তালৈ সংগতি ৰাখি
09:04 আমাৰ ক্ষেত্ৰত, ই হৈছে দিজিত তু
09:07 ইয়াত, আমি লিখিছো 0100100Arduino ৰ দিজিতেল pins 2 ৰ পৰা 8 লৈকে
09:16 SSD ৰ সকলো চেগমেন্তচ নিম্ন কৰিব মাত্ৰ c আৰু g ৰ বাহিৰে
09:22 আহক ইয়াক save কৰো two.asm ফাইল হিচাবে
09:27 terminal টোলৈ ঘূৰি যাওঁক । আহক স্ক্ৰিণ খালি কৰো
09:33 লিখক: avra space two.asm আৰু Enter টিপক
09:39 আপল’দ কৰিবলৈ, আপ এৰ’ টিপক আগৰ command টো পাবলৈ
09:44 এতিয়া, ফাইলনেমটো সলাওঁক দেখুৱা দৰে আৰু Enter টিপক
09:50 এতিয়া, আপুনি দেখিছে যে seven segment ত দিজিত 2 জ্বলিছে
09:56 টিউট’ৰিয়েলটো ৰখাওঁক আৰু তলৰ অনুশিলনীটো কৰক । ওপৰৰ ক’ডক ম’দিফাই কৰক আন যিকোনো দিজিত 0 ৰ পৰা 9 লৈকে দৰ্শিত কৰিবলৈ
10:06 পাছত, আমি এটা Decoder ব্যৱ্হাৰ কৰিম Seven Segment Display ত নাম্বাৰ 5 দৰ্শিত কৰিবলৈ
10:12 আমি 7447 IC ব্যৱ্হাৰ কৰিছো
10:16 decodera complement ৰ পৰা f complement pins কানেক্ত হৈছে Seven Segment Displaya ৰ পৰা f pins লৈ
10:25 decoderVcc আৰু Ground pins কানেক্ত হৈছে প’জিতিভ 5 Volts আৰু ArduinoGround pins লৈ
10:33 DecoderA, B, C, D pins কানেক্ত কৰক Arduinopins 2,3,4,5 লৈ
10:40 মন কৰিব যে এই decoder মাত্ৰ common anode seven segment display লৈ গ্ৰহণযোগ্য হয়
10:47 আহক লাইভ কানেকচন চেতাপ চাওঁ
10:51 Decoderinput pins হৈছে A,B,C আৰু D
10:56 A হৈছে lowest significant bit (LSB) আৰু D হৈছে most significant bit (MSB)
11:02 উদাহৰণস্বৰূপে, নাম্বাৰ 5 দিচপ্লেত দৰ্শিত হয় যেতিয়া A,B,C আৰু D inputs ইয়াত দেখুৱা দৰে হয়
11:10 আহক এই প্ৰোগ্ৰামটোৰ source code চাওঁ
11:13 যিকোনো টেকস্ত এদিতৰ খোলক আৰু নিম্ন ক’ড লিখক
11:17 প্ৰথম দুটা লাইনে PORT Dbits 2 ৰ পৰা 5 লৈ আউতপুত হিচাবে বনায়
11:23 ই বুজাই আমি Arduino ত দিজিতেল pins 2 ৰ পৰা 5 output pins বনাইছো
11:29 Arduino2 ৰ পৰা 5 লৈকে pins কানেক্ত হৈছে decoderA, B, C, D pins লৈ
11:36 পাছৰ দুটা লাইনে 0101 ৰ ইনপুত দিছে decoder ইনপুতলৈ
11:43 ই তেতিয়া seven segment display ত 5 হিচাবে decode হ’ব
11:48 ইয়াক ছেভ কৰক decoder.asm ফাইল হিচাবে
11:52 terminal টোলৈ ঘূৰি যাওঁক
11:55 লিখক: avra space decoder.asm আৰু Enter টিপক
12:02 আপল’দ কৰিবলৈ, আপ এৰ’ টিপক আগৰ command টো পাবলৈ
12:07 এতিয়া, ফাইলনেমটো সলাওঁক দেখুৱা দৰে আৰু Enter টিপক
12:13 এতিয়া আমি দেখিছো যে seven segment ত দিজিত 5 জ্বলিছে
12:19 ইয়াৰ সৈতে আমি এই টিউট’ৰিয়েলৰ শেষ পালোহি । আহক মূলভাব চাওঁ
12:24 এই টিউট’ৰিয়েলটোত, আমি শিকিলো: seven-segment Display এটা Arduino board লৈ ইন্তাৰফেচ কৰিবলৈ,
12:31 seven-segment display ত দিজিত এটা দৰ্শিত কৰিবলৈ assembly program এটা লিখিবলৈ
12:36 আৰু 7447 IC ব্যৱ্হাৰ কৰি seven segment display ত দিজিত এটা দৰ্শিত কৰিবলৈ
12:42 তলৰ লিংকৰ ভিদিঅটোৱে স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাওঁক
12:50 স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে কৰ্মশালা পাতে আৰু প্ৰমাণ পত্ৰ দিয়ে । অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখক
12:58 সময়ৰ লগত আপোনাৰ প্ৰশ্ন এই ফ’ৰামত প’ষ্ট কৰক
13:02 স্প’কেন টিউট’ৰিয়েল প্ৰকল্প NMEICT, MHRD, ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত । এই মিচনৰ বিষয়ে অধিক তথ্য এই লিংকত উপলদ্ধ
13:12 এই টিউট’ৰিয়েলটো FOSSEE আৰু Spoken Tutorial Project, IIT Bombay এ অৱদান দিছে ।

মই মৌচুম হাজৰিকাই আপোনালোকৰ পৰা বিদায় লৈছো । সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9