Difference between revisions of "Arduino/C3/AVR-GCC-programming-through-Arduino/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
(Created page with " {|border=1 | '''Time''' | '''Narration''' |- | 00:01 | '''AVR-GCC programming through Arduino''' স্প’কেন টিউট’ৰিয়েলটোলৈ স্...")
 
(No difference)

Latest revision as of 13:03, 10 February 2020

Time Narration
00:01 AVR-GCC programming through Arduino স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম
00:08 এই টিউট’ৰিয়েলটোত, আমি শিকিম: seven-segment Display এটা Arduino board লৈ ইন্তাৰফেচ কৰিবলৈ,
00:15 seven-segment display ত দিজিত এটা দৰ্শিত কৰিবলৈ AVR-GCC program এটা লিখিবলৈ আৰু seven segment display ত দিজিতচ 0 to 9 দৰ্শিত কৰিবলৈ
00:27 এই টিউট’ৰিয়েলটো অনুসৰণ কৰিবলৈ, আপোনাৰ মূল জ্ঞান থাকিব লাগিব :
00:31 ইলেকট্রনিকচ,
00:34 C Programming আৰু AVR-GCC
00:39 এই টিউট’ৰিয়েলটো ৰেকৰ্ড কৰিবলৈ, মই ব্যৱ্হাৰ কৰিছো: Arduino UNO Board আৰু উবুন্তো লিনাক্স অপাৰেতিং চিষ্টেম ভাৰ্চন 14.04
00:50 GCC মানে হৈছে GNU Compiler Collection
00:54 ই হৈছে এটা compiler যি বিভিন্ন প্ৰোগ্ৰামিং লেংগুৱেজক সমৰ্থন কৰে
00:59 AVR-GCC হৈছে GCC ৰ এটা অংশ আৰু AVR microcontrollers ৰ বাবে C programs কম্পাইল কৰিবলৈ সমৰ্থন কৰে
01:08 যিহেতু ArduinoATMEGA328P ব্যৱ্হাৰ কৰে, ই হৈছে এটা গ্ৰহণযোগ্য compiler
01:15 আমাক লগতে কিছু এক্সতাৰনেল দিভাইচ লাগিব যেনে: Seven-Segment Display,
01:22 220 ohm Resistor,
01:26 Breadboard,
01:28 Arduino UNO Board আৰু Jumper Wires
01:33 এই পৰীক্ষাটোত, আমি common anode seven segment display ব্যৱ্হাৰ কৰিম
01:39 seven segment display ৰ বিষয়ে অধিক জানিবলৈ এই চিৰিজৰ বেচিক লেভেলৰ টিউট’ৰিয়েলচ চাওঁক
01:46 Arduino আৰু microcontroller ৰ বাবে pin mapping চাওঁক
01:51 চাৰ্কিত কানেকচনটো কৰক ইয়াত দেখুৱা দৰে
01:55 Seven Segment DisplayDot pin সংযুক্ত হৈছে Arduinopin 13 লৈ
02:02 common pins ৰ যিকোনো এটা সংযুক্ত হৈছে +5 Volts লৈ resistor এটাৰ দ্বাৰা
02:09 এইটো হৈছে কানেকচনটোৰ লাইভ চেতাপ
02:12 এতিয়া, আমি AVR-GCC program এটা লিখিম seven segment displayDot LED টো ব্লিংক কৰিবলৈ
02:22 আমি ইনষ্ট’ল কৰিব লাগিব AVR-GCC assembler আৰু এটা AVR-LIBC library
02:29 AVR-GCC এ এটা hex ফাইল জেনেৰেত কৰিব আৰু ইয়াক Arduino board লৈ আপল’দ কৰিব
02:35 AVR-LIBC ত প্ৰয়োজনীয় library files থাকে যাক প্ৰোগ্ৰামটোত ব্যৱ্হাৰ কৰিব পাৰি
02:42 terminal টো খোলক Ctrl + Alt + T কীচ একেলগে টিপি
02:48 লিখক: sudo space apt hyphen get space install space avr hyphen libc space gcc hyphen avr আৰু Enter টিপক
03:03 administrative password লিখক যদি সুধে আৰু Enter টিপক
03:09 আমি দেখিছো ইনষ্ট’লেচন প্ৰক্ৰিয়া আৰম্ভ হৈছে
03:13 'Y' টিপক যেতিয়াই ইনষ্ট’লেচনৰ সময়ত সুধে কনফিগাৰেচনটো কনফাৰ্ম কৰিবলৈ
03:20 ইনষ্ট’লেচন সম্পূৰ্ণ হ’বলৈ কিছু সময় ল’ব ইন্টাৰনেত স্পিদৰ ওপৰত নিৰ্ভৰ কৰি
03:26 আমি দেখিছো যে ইনষ্ট’লেচন সফলভাবে সম্পূৰ্ণ হৈছে । মই terminal খালি কৰিম
03:34 এতিয়া, আহক Arduino board ক কম্পিউটাৰলৈ কানেক্ত কৰো
03:38 Arduinoport নাম্বাৰ চাবলৈ, মই লিখিম: ls space forward slash dev forward slash ttyACM asterisk আৰু Enter টিপক
03:51 আমি আউতপুতটো দেখিম দেখুৱা দৰে । ইয়াত ttyACM0Arduinoport নাম্বাৰক দৰ্শাই
04:00 আপুনি হয়তো এটা ভিন্ন port নাম্বাৰ পাব পাৰে । port নাম্বাৰক লিখি ৰাখক
04:06 এই টিউট’ৰিয়েলৰ Code files লিংকৰ পৰা Makefile ফাইলক দাউনল’দ কৰক
04:12 Makefile এ আমাক সক্ষম কৰে এটা dot hex ফাইল বনাবলৈ আৰু ইয়াক Arduino লৈ আপল’দ কৰিবলৈ
04:19 Makefile ক ফ’ল্দাৰটোত ছেভ কৰক য’ত আপুনি C প্ৰোগ্ৰামটো ছেভ কৰিব
04:24 আহক avr-gcc প্ৰোগ্ৰামটো লিখো Dot LED ব্লিংক কৰিবলৈ আৰু ইয়াক microcontroller লৈ আপল’দ কৰো
04:32 যিকোনো text editor খোলক আৰু নিম্নখিনি লিখক
04:36 আমি প্ৰোগ্ৰামটোৰ বাবে প্ৰয়োজনীয় libraries সংলগ্ন কৰিব লাগিব
04:41 avr slash io dot h ত প্ৰয়োজনীয় সকলো বেচিক libraries থাকে ইনপুত আৰু আউতপুত অপাৰেচনচ প্ৰদৰ্শন কৰিবলৈ
04:50 util slash delay dot hdelay function ৰ বাবে libraries থাকে
04:56 Arduino board ৰ এটা LED আছে PB5
05:00 PB5 চেত কৰক, সি হৈছে Arduinopin 13 output হিচাবে
05:05 PB5 লৈ 0 পঠালে LED টো on হয়
05:09 PB5 লৈ 1 পঠালে LED টো off হয়
05:13 এই ষ্টেপ দুটা এটা অসীম while loop ত চলি থাকি LED টো ব্লিংক কৰাই থাকিব
05:19 এই টিউট’ৰিয়েলত ব্যৱহৃত Source code এই টিউট’ৰিয়েলৰ Code files লিংকত উপলদ্ধ । আপুনি ইয়াক দাউনল’দ কৰি ব্যৱ্হাৰ কৰিব পাৰে
05:28 মই ক’ডটো ছেভ কৰিম dot hyphen blink dot c হিচাবে Downloads ফ’ল্দাৰত
05:37 terminal টোলৈ যাওঁক
05:39 Downloads ফ’ল্দাৰটোলৈ যাওঁক য’ত dot hyphen blink dot c ফাইলটো ছেভ আছে
05:45 লিখক: make space FNAME in capital equals dot hyphen blink আৰু Enter টিপক ।

এই command এ এটা dot hex ফাইল বনাব আৰু ইয়াক Arduino লৈ আপল’দ কৰিব

06:00 এতিয়া, আপুনি দেখিছে যে seven segment ত থকা Dot LED টো ব্লিংক কৰিছে
06:06 পাছত, আমি seven segment display ত দিজিত 2 দৰ্শিত কৰিম
06:11 '2' দৰ্শিত কৰিবলৈ, a,b,d,e,g segments উচ্চ হ’ব লাগিব আৰু আন LEDS নিম্ন হ’ব লাগিব
06:19 seven-segment displayPins a, b, c, d, e, f আৰু g কানেক্ত হৈছে Arduinopins 2, 3, 4, 5, 6, 7 আৰু 8 লৈ
06:32 common pin কানেক্ত হৈছে +5 Volts লৈ resistor ৰ দ্বাৰা
06:37 আহক লাইভ কানেকচন চেতাপ চাওঁ
06:42 আহক এই প্ৰোগ্ৰামটোৰ বাবে source code চাওঁ
06:46 যিকোনো টেকস্ত এদিতৰ খোলক আৰু নিম্ন ক’ড লিখক
06:50 'main' function ত ক’ডটোৰ প্ৰথম দুটা লাইনে pins 2 to 8 output pins হিচাবে চেত কৰে
06:58 while loop ৰ ভিতৰত থকা ক’ডচ ব্যৱহৃত হয় সংগত LEDs ৰ অৱস্থাক নিয়ন্ট্ৰন কৰিবলৈ
07:05 0 পঠালে LED টো জ্বলিব আৰু 1 পঠালে ই অফ হ’ব
07:11 ইয়াক ছেভ কৰক two.c ফাইল হিচাবে
07:15 terminal টোলৈ ঘূৰি যাওঁক । এতিয়া terminal খালি কৰক
07:21 লিখক: make space FNAME in capital equals two আৰু Enter টিপক
07:30 এতিয়া আপুনি দেখিছে যে seven segment ত দিজিত 2 জ্বলিছে
07:38 টিউট’ৰিয়েলটো ৰখাওঁক আৰু তলৰ অনুশিলনীটো কৰক । ওপৰৰ ক’ডক ম’দিফাই কৰক আন যিকোনো দিজিত 0 ৰ পৰা 9 লৈকে দৰ্শিত কৰিবলৈ
07:48 পাছত, আমি Seven Segment Display ত নাম্বাৰচ 0 ৰ পৰা 9 লৈকে দৰ্শিত কৰিম
07:54 চেতাপটো একে হয়
07:57 আহক এই প্ৰোগ্ৰামটোৰ source code চাওঁ । যিকোনো টেকস্ত এদিতৰ খোলক আৰু নিম্ন ক’ড লিখক
08:04 for loop ব্যৱহৃত হয় 0 ৰ পৰা 9 লৈ কাউন্ট কৰিবলৈ ।

প্ৰতিবাৰে, ভেৰিয়েবল 'i' একৰ দ্বাৰা বৰ্ধিত হয় আৰু ভেলুটো 'sevenseg' function লৈ পঠোৱা হয়

08:16 'sevenseg' function এ 0 ৰ পৰা 9 পৰিসৰৰ ইন্তিজাৰ এটা ৰিচিভ কৰে । ইনপুতটোৰ ওপৰত ভিত্তি কৰি, case গাঠণিটো এক্সিকিউত হয়
08:27 তেনেদৰে 0 ৰ পৰা 9 লৈ দিজিতচ দৰ্শিত হয়
08:32 ইয়াক ছেভ কৰক counter.c ফাইল হিচাবে
08:36 terminal টোলৈ ঘূৰি যাওঁক আৰু ইয়াক খালি কৰক
08:40 লিখক: make space FNAME in capital equals counter আৰু Enter টিপক
08:50 এতিয়া, আমি দেখিছো যে seven segment display ত দিজিতচ 0 ৰ পৰা 9 লৈ দৰ্শিত হৈছে
09:02 ইয়াৰ সৈতে আমি এই টিউট’ৰিয়েলৰ শেষ পালোহি । আহক মূলভাব চাওঁ
09:06 এই টিউট’ৰিয়েলটোত, আমি শিকিলো seven-segment Display এটা Arduino board লৈ ইন্তাৰফেচ কৰিবলৈ,
09:13 seven-segment display ত দিজিত এটা দৰ্শিত কৰিবলৈ AVR-GCC program এটা লিখিবলৈ আৰু
09:19 seven segment display ত দিজিতচ 0 to 9 দৰ্শিত কৰিবলৈ
09:24 তলৰ লিংকৰ ভিদিঅটোৱে স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাওঁক
09:32 স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে কৰ্মশালা পাতে আৰু প্ৰমাণ পত্ৰ দিয়ে । অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখক
09:42 সময়ৰ লগত আপোনাৰ প্ৰশ্ন এই ফ’ৰামত প’ষ্ট কৰক
09:46 স্প’কেন টিউট’ৰিয়েল প্ৰকল্প NMEICT, MHRD, ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত । এই মিচনৰ বিষয়ে অধিক তথ্য এই লিংকত উপলদ্ধ
09:56 এই টিউট’ৰিয়েলটো FOSSEE আৰু Spoken Tutorial Project, IIT Bombay এ অৱদান দিছে ।

মই মৌচুম হাজৰিকাই আপোনালোকৰ পৰা বিদায় লৈছো । সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9