Arduino/C2/Seven-Segment-Display/Assamese

From Script | Spoken-Tutorial
Revision as of 14:22, 25 January 2020 by Mausamh9 (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00:01 Seven Segment Display স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম
00:06 এই টিউট’ৰিয়েলটোত, আমি শিকিম: Arduino board লৈ Seven Segment Display এটা কানেক্ত কৰিবলৈ আৰু

Seven Segment Display ত 0 ৰ পৰা 4 লৈকে দিজিতচ দৰ্শিত কৰিবলৈ প্ৰোগ্ৰাম এটা লিখিবলৈ

00:24 এই টিউট’ৰিয়েলটো অনুসৰণ কৰিবলৈ, আপোনাৰ মূল জ্ঞান থাকিব লাগিব ইলেকট্রনিকচ আৰু C বা C++ প্ৰোগ্ৰামিং লেংগুৱেজৰ
00:37 এই টিউট’ৰিয়েলটো ৰেকৰ্ড কৰিবলৈ. মই ব্যৱ্হাৰ কৰিছো:

Arduino UNO Board,

উবুন্তো লিনাক্স অপাৰেতিং চিষ্টেম 14.04 আৰু

Arduino IDE

00:52 আমাক লগতে কিছু এক্সতাৰনেল দিভাইচ লাগিব যেনে:

Seven-Segment Display, 220 ohm Resistor, Breadboard আৰু Jumper Wires

01:08 seven-segment display ত সাতটা LEDs দিজিত এইতৰ আকাৰত সজোৱা থাকে
01:17 দুই প্ৰকাৰৰ দিচপ্লে থাকে:

common anode আৰু common cathode seven segment display

01:27 common cathode seven-segment display ত, pins a, b, c, d, e, f, g আৰু dot সংযুক্ত হৈ থাকিব লাগিব +5V ৰ সৈতে
01:43 দুটা COM pins সংযুক্ত হৈ থাকিব লাগিব ground (GND) ৰ সৈতে
01:49 common anode seven-segment display টো হৈছে একেবাৰে বিপৰীত
01:55 ইয়াত, pins a, b, c, d, e, f, g আৰু dot সংযুক্ত হৈ থাকিব লাগিব GND ৰ সৈতে আৰু COM pins দুটা সংযুক্ত হৈ থাকিব লাগিব +5V ৰ সৈতে
02:12 এতিয়া, আহক চাওঁ কানেকচন চাৰ্কিতৰ সবিশেষ
02:17 এই পৰীক্ষাত, আমি common cathode seven-segment display ব্যৱ্হাৰ কৰিম
02:24 seven-segment displayPins a, b, c, d, e, f আৰু g সংযুক্ত হৈ আছে Arduino pins 2, 3, 4, 5, 6, 8 আৰু 9 ৰ সৈতে
02:40 মন কৰিব যে আমি pin 7 লৈ সংযুক্ত নকৰো
02:45 দুটা কমন (COM) pins সংযুক্ত হৈ আছে ground লৈ resistors ৰ দ্বাৰা । ইয়াক দেখুৱা হৈছে ইয়াত কলা ৰঙৰ ওয়াৰত
02:56 resistor ভেলুটো 220 ohms তকৈ বেছি হ’ব লাগিব ।

Dot ক সংযুক্ত নকৰাকৈ ৰখা হৈছে কাৰণ ই এই পৰীক্ষাটোত ব্যৱহৃত নহয়

03:08 এইটো হৈছে লাইভ চেতাপ কানেকচন চাৰ্কিত দায়াগ্ৰামটোত দেখুৱা দৰে
03:15 এতিয়া আমি এটা প্ৰোগ্ৰাম লিখিম Arduino IDE ত । গতিকে, আহক Arduino IDE লৈ যাওঁ
03:24 প্ৰথমে আমি এটা প্ৰোগ্ৰাম লিখিম seven segment display ত থকা LEDs ব্লিংক কৰাবলৈ
03:31 ইয়াত দেখুৱা code টো লিখক
03:34 আমি Arduino pins লৈ চেগমেন্ত নেমচ এচাইন কৰিছো
03:39 ই আমাক সহায় কৰিব কোনটো Arduino ports দিচপ্লেৰ চেগমেন্তৰ সৈতে সংযুক্ত হৈ আছে সহজে মনত ৰাখিবলৈ
03:47 আপোনাৰ সুবিধাৰ বাবে এই ক’ড উপলদ্ধ হয় এই টিউট’ৰিয়েলৰ code file লিংকত । আপুনি ইয়াক দাউনল’দ কৰি ব্যৱ্হাৰ কৰিব পাৰে
03:57 void setup ফাংচনত, আমি ব্যৱ্হাৰ কৰিম ফাংচন pinMode pin টোক output মোদলৈ কনফিগাৰ কৰিবলৈ
04:07 এতিয়া আমি ক’ড লিখিম void loop ৰ বাবে ।

Void loop ফাংচনে seven segment displayLED ক ব্লিংক কৰিব

04:18 ক’ডটো একে হয় আগৰ টিউট’ৰিয়েলচৰ দৰে
04:23 আমি এতিয়া প্ৰোগ্ৰামটো compile আৰু upload কৰিম
04:27 এতিয়া আমি দেখিছো যে seven segment ৰ সকলো LED জ্বলিছে
04:35 পাছত, আমি প্ৰোগ্ৰামটো ম’দিফাই কৰিম কিছু দিজিতচ দৰ্শিত কৰিবলৈ
04:41 ধৰক, আমি দিজিত জিৰ’ দৰ্শিত কৰিব বিচাৰো
04:46 চেগমেন্ত 'g' ৰ LEDs নিম্ন হ’ব লাগিব আৰু আন সকলো LED segments উচ্চ হ’ব লাগিব
04:54 '1' দৰ্শিত কৰিবলৈ, b আৰু c segments উচ্চ হ’ব লাগিব আৰু আন সকলো LEDS নিম্ন হ’ব লাগিব ।

একেদৰে, আমি লগতে আন সকলো দিজিতচৰ বাবে ক’ডটো লিখিব পাৰো

05:10 আহক Arduino IDE লৈ ঘূৰি যাওঁ
05:14 ইয়াত দেখুৱা ধৰণে void loop ফাংচনত ক’ডটো সলাওঁক ।

মই ক’ডটো লিখিলো দৰ্শিত কৰিবলৈ দিজিতচ 0,1,2,3 আৰু 4

05:31 আহক এতিয়া প্ৰোগ্ৰামটো compile আৰু upload কৰো
05:35 আপুনি দেখিছে যে দিজিতচ 0 ৰ পৰা 4 দৰ্শিত হৈছে, সিহঁতৰ মাজত এক চেকেন্দৰ ব্যৱধানৰ সৈতে
05:45 ইয়াৰ সৈতে আমি এই টিউট’ৰিয়েলৰ শেষ পালোহি । আহক মূলভাব চাওঁ
05:52 এই টিউট’ৰিয়েলটোত, আমি শিকিলো

Arduino board লৈ Seven Segment Display এটা কানেক্ত কৰিবলৈ আৰু Seven Segment Display এখনত 0 ৰ পৰা 4 লৈকে দিজিতচ দৰ্শিত কৰিবলৈ প্ৰোগ্ৰাম এটা লিখিবলৈ

06:07 নিম্ন অনুশিলনীটো কৰিবলৈ চেষ্টা কৰক ।

একেটা প্ৰোগ্ৰামক সলাওঁক দৰ্শিত কৰিবলৈ দিজিতচ 5,6,7,8 আৰু 9 ।

প্ৰোগ্ৰামটো compile আৰু upload কৰক আৰু seven segment display ত দৰ্শিত হোৱা দিজিতচ লক্ষ্য কৰক

06:27 তলৰ লিংকৰ ভিদিঅটোৱে স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাওঁক
06:35 স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে কৰ্মশালা পাতে আৰু প্ৰমাণ পত্ৰ দিয়ে । অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখক
06:44 সময়ৰ লগত আপোনাৰ প্ৰশ্ন এই ফ’ৰামত প’ষ্ট কৰক
06:48 স্প’কেন টিউট’ৰিয়েল প্ৰকল্প NMEICT, MHRD, ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত । এই মিচনৰ বিষয়ে অধিক তথ্য এই লিংকত উপলদ্ধ
07:00 এই টিউট’ৰিয়েলটো Spoken Tutorial Project, IIT Bombay এ অৱদান দিছে । সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9