Arduino/C2/Pulse-Width-Modulation/Assamese

From Script | Spoken-Tutorial
Revision as of 19:35, 31 January 2020 by Mausamh9 (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00:01 Pulse Width Modulation স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম
00:06 এই টিউট’ৰিয়েলটোত, আমি শিকিম: PWM যি হৈছে Pulse Width modulation
00:13 PWM Duty Cycle
00:16 PWM Frequency

L293D Motor Driver IC

00:24 এই টিউট’ৰিয়েলটো অনুসৰণ কৰিবলৈ, আপোনাৰ মূল জ্ঞান থাকিব লাগিব ইলেকট্রনিকচ আৰু C বা C++ প্ৰোগ্ৰামিং লেংগুৱেজৰ
00:35 এই টিউট’ৰিয়েলটো ৰেকৰ্ড কৰিবলৈ, মই ব্যৱ্হাৰ কৰিছো Arduino Uno board
00:40 উবুন্তো লিনাক্স 16.04 অপাৰেতিং চিষ্টেম Arduino IDE
00:46 আমাক লগতে কিছু এক্সতাৰনেল উপাদান লাগিব যেনে : Breadboard
00:53 10K Ohm Potentiometer LED
00:58 220 ohm Resistor
01:01 Jumper Wires Push Button
01:05 DC Motor
01:08 আৰু L293D Motor Driver IC
01:14 PWM signal হৈছে এটা স্কোৱাৰ wave signal যাৰ এটা উচ্চ frequency আছে যি হৈছে 1KHz
01:22 PWM হৈছে এটা পদ্ধতি যাৰ দ্বাৰা pulse ৰ বহলতা ভিন্ন হয়
01:28 ইয়াক কৰা হয় ওৱেভৰ frequency ক constant ৰাখি
01:33 PWM signal গঠিত হৈছে দুটা প্ৰধান বৈশিষ্ট্যৰে যিয়ে ইয়াৰ আচৰনক সূচায়
01:40 সি হৈছে Duty Cycle আৰু Frequency
01:44 ই হৈছে সময়ৰ percentage, এটা digital signal অন আছে, অলপ সময়ৰ বাবে
01:50 Duty cycle ভিন্ন হ’ব পাৰে 0% ৰ পৰা 100%..লৈ
01:55 duty cycle ৰ percentage গণনা কৰিবলৈ ফৰ্মূলাটো ইয়াত দেখুৱা হৈছে
02:01 tON সমান হয় সময়ৰ পৰিমানলৈ যেতিয়া signal উচ্চ হয়
02:06 tOFF সমান হয় সময়ৰ পৰিমানলৈ যেতিয়া signal নিম্ন হয়
02:11 Time Period হৈছে tON + tOFF

অৰ্থাৎ ই PWM signalon time আৰু off time ৰ যোগফলৰ সমান হয়

02:24 Frequency এ নিৰ্ধাৰিত কৰে কিমান সোনকালে PWMcycle এটা সম্পূৰ্ণ কৰে
02:29 অৰ্থাৎ কিমান সোনকালে ই HIGH ৰ পৰা LOW অৱস্থালৈ যায়
02:34 আমি এটা সৰল পৰীক্ষা কৰিম duty cycle ভিন্ন দি
02:39 LED ৰ brightness ক নিয়ন্ট্ৰন কৰিব
02:43 Arduino Uno ৰ 6 PWM channels আছে
02:48 Arduino Uno ত Pins 3, 5, 6, 9, 10, 11 হৈছে PWM channels
02:58 PWM channels বুজোৱা হয় tilde চিহ্নৰে
03:02 আহক এতিয়া চাৰ্কিত কানেকচন চাওঁ
03:05 LEDanode leg ক কানেক্ত কৰক Arduino ৰ pin 9 লৈ 220 ohm resistor ৰ দ্বাৰা
03:13 LEDcathode leg ক কানেক্ত কৰক ground লৈ
03:17 এইটো হৈছে live setup কানেকচনটোৰ
03:20 ইমেজত দেখুৱা দৰে কানেকচন কৰক
03:23 আহক Arduino IDE খোলো । আমি প্ৰোগ্ৰাম এটা লিখিম LED ৰ brightness সলাবলৈ PWM pin ব্যৱ্হাৰ কৰি
03:32 দেখুৱা দৰে ক’ডটো লিখক
03:35 আমি variable LED_Pin লৈ PWM pin 9 সংলগ্ন কৰিছো
03:42 আমি প্ৰাৰম্ভণ কৰিছো duty_cycle_value 1 হিচাবে LED এটাৰ বাবে ON কৰিবলৈ
03:51 void setup ৰ ভিতৰত, আমি লিখিম pinMode function
03:56 আমি ঘোষনা কৰিছো Arduinopin 9OUTPUT হিচাবে
04:01 void loop function ৰ ভিতৰত, আমি এই ক’ড লিখিম । মই ক’ডটো ব্যাখ্যা কৰিম
04:08 While লোপে এক্সিকিউত কৰে ক’ডটো duty_cycle_value 255 ৰ তলত থকালৈকে
04:17 analogWrite() function ব্যৱহৃত হয় PWM signal জেনেৰেত কৰিবলৈ
04:22 আমি পাচ কৰিছো দুটা parameters যি হৈছে PWM pin number আৰু duty cycle value
04:30 duty cycle value হ’ব লাগিব 0 ৰ পৰা 255 ৰ মাজত অৰ্থাৎ 0 volts আৰু 5 Volts ৰ মাজত
04:40 আমি ৰাখিম এটা delay 3000 millisecond ৰ অৰ্থাৎ 3 seconds
04:46 compile বুটামত ক্লিক কৰক প্ৰোগ্ৰামটো ভেৰিফাই কৰিবলৈ
04:51 প’প আপ উইন্দ’ এখন আহিব বৰ্তমানৰ প্ৰোগ্ৰামটো ছেভ কৰিবলৈ
04:55 আহক প্ৰোগ্ৰামটো ছেভ কৰো LED_Brightness হিচাবে আৰু Save বুটামত ক্লিক কৰো
05:03 এতিয়া upload বুটামত ক্লিক কৰক বৰ্তমানৰ প্ৰোগ্ৰামটো Arduino board ত আপল’দ কৰিবলৈ
05:09 আমি দেখিছো LED ৰ brightness লাহে লাহে বাঢ়িছে
05:15 পাছ্ত, আমি পৰীক্ষা এটা কৰিম DC motor এটাৰ গতি আৰু দিশক নিয়ন্ট্ৰন কৰিবলৈ
05:22 এইটো হৈছে pinout diagram L293D motor driver IC
05:28 মটৰৰ গতিক নিয়ন্ট্ৰন কৰা হয় IC টোৰ EN 1 আৰু EN 2 ৰ দ্বাৰা
05:36 মটৰৰ দিশক নিয়ন্ট্ৰন কৰা হয় IC টোৰ IN1, IN2, IN3, IN4 ৰ দ্বাৰা
05:45 আমি এসময়ত দুটা motors নিয়ন্ট্ৰন কৰিব পাৰো এই IC ব্যৱ্হাৰ কৰি
05:50 আমাৰ পৰীক্ষাটোত, আমি মাত্ৰ এটা DC motor কানেক্ত কৰিম
05:55 আহক এতিয়া চাৰ্কিত কানেকচনটো চাওঁ
05:58 driver IC ৰ Pin 1, pin 8 আৰু pin 16 সংযুক্ত হৈছে 5V লৈ
06:05 driver IC ৰ Pin 4 আৰু pin 5 সংযুক্ত হৈছে ground লৈ
06:11 driver IC ৰ Pin 2 আৰু pin 7 সংযুক্ত হৈছে Arduino ৰ pin 11 আৰু pin 10 লৈ
06:20 push buttons দুটা সংযুক্ত হৈছে Arduino ৰ pin 12 আৰু pin 13 লৈ
06:27 এই push buttons ব্যৱহৃত হয় DC motor ৰ দিশক নিয়ন্ট্ৰন কৰিবলৈ
06:33 10Kohm potentiometer সংযুক্ত হৈছে DC motor ৰ গতিক নিয়ন্ট্ৰন কৰিবলৈ
06:39 potentiometer ৰ মাজৰ পিনটো সংযুক্ত হৈছে analog pin A0 লৈ
06:45 driver IC ৰ Pin 3 আৰু pin 6 সংযুক্ত হৈছে DC motor লৈ
06:51 ইমেজটোত দেখুৱা দৰে কানেকচন কৰক
06:55 এইটো হৈছে live setup কানেকচনটোৰ, ইমেজটোত দেখুৱা দৰে
07:00 মই মটৰটোৰ কাষত চকা এটা লগাম
07:04 ই সহায় কৰিব ঘূৰ্ণনক আৰু মটৰৰ ভিন্ন স্পিদক চাবলৈ
07:10 এতিয়া আমি প্ৰোগ্ৰাম এটা লিখিম এই চাৰ্কিতে কাম কৰিবলৈ
07:14 আহক Arduino IDE লৈ যাওঁ
07:18 ক’ডটো লিখক ইয়াত দেখুৱা দৰে । আমি কানেকচনক প্ৰাৰম্ভণ কৰিছো Arduino আৰু driver IC ৰ মাজত
07:28 Potentiometer pin সংযুক্ত হৈছে analog pin A0 লৈ
07:33 fwdbuttonPin হৈছে variable push button ৰ বাবে সংযুক্ত হৈছে Arduino ৰ pin 13 লৈ
07:40 bckbuttonPin হৈছে variable push button ৰ বাবে সংযুক্ত হৈছে Arduino ৰ pin 12 লৈ
07:47 ICpin2 আৰু ICpin7 হৈছে variables যি সূচাই IC টোৰ pin 2 আৰু pin 7
07:57 সিহঁত সংযুক্ত হৈছে Arduino ৰ pin 11 আৰু pin 10 লৈ
08:04 প্ৰথমে আমি নিশ্বিত কৰিম যে potentiometer, motor আৰু push buttons LOW অৱস্থাত থাকে ।

তাৰ বাবে আমি ইয়াক 0 লৈ প্ৰাৰম্ভণ কৰিছো

08:15 void setup function ত, আমি এই ক’ড লিখিম
08:20 pinMode function এ সূচাই পিনচক INPUT বা OUTPUT হিচাবে
08:25 fwdbuttonPin আৰু bckbuttonPin চেত হৈছে INPUT_PULLUP ম’দলৈ
08:32 এই ম’দত আমি ব্যৱ্হাৰ কৰিছো Arduino ৰ internal pull-up resistors
08:38 INPUT_PULLUP mode ৰ বিষয়ে জানিবলৈ, মেনুৱেল চাওঁক
08:44 Arduino IDEHelp menu ক্লিক কৰক । তেতিয়া Reference ক্লিক কৰক
08:50 ই ব্ৰাউজাৰত এটা অফলাইন পেজ খোলে । তললৈ স্ক্ৰ’ল কৰক
08:55 INPUT_PULLUP ক্লিক কৰক
09:00 Arduino IDE লৈ ঘূৰি যাওঁক
09:03 ICpin2 আৰু ICpin7 চেত হৈছে OUTPUT ম’দলৈ মটৰটো দ্ৰাইভ কৰিবলৈ
09:10 পাছত আমি void loop function ত ক’ডটো লিখিম
09:14 analogRead commandpotentiometer ৰ পৰা analog value পঢ়িব
09:20 এই ভেলু দিয়া হ’ব analog pin A0 লৈ
09:24 potentiometer value ৰ ওপৰত ভিত্তি কৰি, মটৰটোৰ স্পিদ ভিন্ন হ’ব
09:30 map commandanalog ভেলুক digital লৈ কনভাৰ্ত কৰিব
09:35 fwdbuttonState আৰু bckbuttonStatesignal টো আনিব যদি push button টিপা হয়
09:43 IF command এ চায়, যে pin 12 বা pin 13 লৈ সংযুক্ত হোৱা push button টিপা হৈছেনে
09:50 ই মটৰটোক সক্ষম কৰে এটা clockwise বা anti-clockwise দিশত ঘূৰিবলৈ
09:56 ধৰক আমি দুটা বুটামৰ এটাওঁ নিটিপো
10:00 তেতিয়া else command এ মটৰটো OFF অৱস্থাত থকাক নিশ্বিত কৰে
10:05 এই ক’ডটো এই টিউট’ৰিয়েলৰ Code file লিংকত উপলদ্ধ । আপুনি ইয়াক দাউনল’দ কৰি ব্যৱ্হাৰ কৰিব পাৰে
10:13 compile বুটামত ক্লিক কৰক প্ৰোগ্ৰামটো ভেৰিফাই কৰিবলৈ
10:17 আহক প্ৰোগ্ৰামটো ছেভ কৰো PWM_Motor হিচাবে আৰু Save বুটামত ক্লিক কৰো
10:25 এতিয়া upload বুটামত ক্লিক কৰক বৰ্তমানৰ প্ৰোগ্ৰামটো Arduino ত আপল’দ কৰিবলৈ
10:31 এতিয়া আমি ওপৰৰ প্ৰোগ্ৰামটোৰ আউতপুতটো দেখিম
10:35 মই pin 13 লৈ সংযুক্ত হোৱা push button টো টিপিম
10:39 আমি দেখিছো motor টো clockwise দিশত ঘূৰিছে
10:43 এতিয়া মই push button টো এৰিম
10:47 মটৰটোৱে ঘূৰা বন্ধ কৰিব আৰু ই OFF অৱস্থাত থাকিব
10:52 এতিয়া পুনৰ, মই pin 12 লৈ সংযুক্ত হোৱা push button টো টিপিম
10:57 আমি দেখিছো motor টো anti-clockwise দিশত ঘূৰিছে
11:02 আমি মটৰটোৰ স্পিদক সলাব পাৰো A0 লৈ সংযুক্ত হোৱা potentiometer টো সমন্বিত কৰি
11:14 ইয়াৰ সৈতে আমি এই টিউট’ৰিয়েলৰ শেষ পালোহি । আহক মূলভাব চাওঁ
11:20 এই টিউট’ৰিয়েলটোত, আমি শিকিলো Pulse Width modulation
11:26 PWM Duty Cycle
11:29 PWM Frequency আৰু কেনেকৈ নিয়ন্ট্ৰন কৰা হয় DC motor ৰ গতি আৰু দিশক
11:38 এটা অনুশিলনী হিচাবে:

ওপৰৰ চাৰ্কিত কানেকচনত LED ৰ পৰিবৰ্তে Buzzer এটা কানেক্ত কৰক

11:45 একেটা প্ৰোগ্ৰাম আপল’দ কৰক আৰু আউতপুত চাওঁক
11:49 আপুনি noise এটা শুনিব বিভিন্ন frequencies ৰ সৈতে
11:53 এইটো হৈছে অনুশিলনীটোৰ আউতপুত
12:01 তলৰ লিংকৰ ভিদিঅটোৱে স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাওঁক
12:09 স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে কৰ্মশালা পাতে আৰু প্ৰমাণ পত্ৰ দিয়ে । অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখক
12:19 সময়ৰ লগত আপোনাৰ প্ৰশ্ন এই ফ’ৰামত প’ষ্ট কৰক
12:23 স্প’কেন টিউট’ৰিয়েল প্ৰকল্প NMEICT, MHRD, ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত
12:29 এই টিউট’ৰিয়েলটো FOSSEE আৰু Spoken Tutorial Project, IIT Bombay এ অৱদান দিছে ।

মই মৌচুম হাজৰিকা । সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9