Arduino/C2/Introduction-to-Arduino/Assamese

From Script | Spoken-Tutorial
Revision as of 14:12, 25 January 2020 by Mausamh9 (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search


Time Narration
00:01 Introduction to Arduino স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম
00:06 এই টিউট’ৰিয়েলটোত, আমি শিকিম: Arduino দিভাইচৰ বিষয়ে,
00:12 Arduino ৰ বৈশিষ্ট্যসমূহ, Arduino board ৰ উপাদানসমূহ,
00:18 microcontrollers আৰু উবুন্তো লিনাক্স OSArduino IDE ইনষ্ট’ল কৰিবলৈ
00:26 এই টিউট’ৰিয়েলটো ৰেকৰ্ড কৰিবলৈ, মই ব্যৱ্হাৰ কৰিছো: Arduino UNO Board,
00:31 উবুন্তো লিনাক্স 14.04 অপাৰেতিং চিষ্টেম
00:36 আৰু Arduino IDE
00:39 এই টিউট’ৰিয়েলটো অনুসৰণ কৰিবলৈ, আপোনাৰ ইলেকট্রনিক্সৰ মূল জ্ঞান থাকিব লাগিব
00:45 এইখন হৈছে Arduino board

Arduino UNO board হৈছে Arduino প্ৰজেক্তৰ এটা অতিশয় জনাজাত বিকল্প

00:53 ইয়াত থাকে ATMEGA328 microcontroller, দিজিতেল ইনপুত/আউতপুত পিনচ,
01:02 এনাল’গ ইনপুত পিনচ আৰু USB পাৱাৰ এদাপতৰ
01:08 USB পাৱাৰ এদাপতৰ ব্যৱ্হাৰ কৰিব পাৰি board খন প্ৰোগ্ৰামিং কৰিবলৈ
01:13 এইটো হৈছে microcontroller

ইয়াক বহুতো ইলেকট্ৰনিক দিভাইচত পোৱা যায় - প’ৰ্তেবল মিউজিক দিভাইচৰ পৰা ওৱাচিং মেচিনচ আৰু কাৰ্চলৈকে

01:25 গতিকে, micro-controller এটা কি হয়?

micro-controller এটা হৈছে এটা mini computer

01:31 ইয়াত থাকে এটা CPU যিহৈছে central processing unit, memory, system clock আৰু peripherals
01:41 Micro-controller নিবেদিত হৈছে এবাৰত মাত্ৰ এটা কাম কৰিবলৈ আৰু এটা নিৰ্দিষ্ট এপ্লিকেচন এক্সিকিউত কৰিবলৈ
01:51 আমি কিছু উদাহৰণ চাম য’ত Micro-controller এটা ব্যৱহৃত হয়
01:56 ই ব্যৱহৃত হয়: প্ৰিন্তাৰচ, কাৰচ, ত্ৰেফিক চিগনেলচ আৰু মোচন দিতেক্তৰচ
02:04 পাছত, আমি Arduino ৰ কিছু বৈশিষ্ট্য চাম
02:09 Arduino IDE হৈছে এটা open-source চফতৱেৰ
02:13 code লিখিবলৈ সহজ আৰু ইয়াক ফিজিকেল boardupload কৰিবলৈও সহজ
02:19 ইয়াৰ inbuilt functions ৰ সৈতে প্ৰোগ্ৰামিং লেংগুৱেজক শিকিবলৈও অতি সহজ
02:25 Windows, Mac OSX আৰু Linux ত চলে ।

এই চফতৱেৰক যিকোনো Arduino board ৰ সৈতে ব্যৱ্হাৰ কৰিব পাৰি

02:35 পাছত, আমি চাম Arduino IDE কেনেকৈ ইনষ্ট’ল কৰা হয়
02:40 ইনষ্ট’ল কৰিবলৈ, ওৱেবচাইতলৈ যাওঁক: www.arduino.cc
02:48 Download লিংকত ক্লিক কৰক
02:51 তাত বিভিন্ন লিংকচ আছে Arduino দাউনল’দ কৰিবলৈ Windows, Mac operating systems আৰু Linux ৰ বাবে
03:00 এই টিউট’ৰিয়েলটো ৰেকৰ্ড কৰাৰ সময়ত, আমাৰ Arduino ভাৰ্চন 1.6.9 আছে ।

ভবিষ্যতত ভাৰ্চনটো বেলেগ হ’ব পাৰে

03:10 মই পৰামৰ্শ দিম ইনষ্ট’ল কৰিবলৈ “Windows for non admin installWindows Operating System ৰ বাবে
03:18 এতিয়া, মই ব্যাখ্যা কৰিম Linux Operating SystemArduino কেনেকৈ ইনষ্ট’ল কৰা হয়
03:24 মই Linux 64bit লিংকত ক্লিক কৰিম কাৰণ মোৰ মেচিনৰ স্থাপত্য হৈছে 64- bit
03:32 Linux 32-bit বা 64-bit ক্লিক কৰক আপোনাৰ চিষ্টেমৰ স্থাপত্যৰ ওপৰত ভিত্তি কৰি
03:39 Just Download ক্লিক কৰক ।

দাইল’গ বক্স এটা আহিছে । Save File ত ক্লিক কৰক

03:47 ই দাউনল’দ হ’বলৈ কিছু সময় ল’ব । ই সম্পূৰ্ণ নোহোৱালৈকে অপেক্ষা কৰক
03:52 মোৰ Downloads ফ’ল্দাৰত, দাউনল’দ কৰা zip file টো উপলদ্ধ ।

Zip ফ’ল্দাৰৰ পৰা ফাইলচ এক্সত্ৰেক্ত কৰক

04:02 এতিয়া, আহক Terminal ৰ পৰা Arduino IDE ল’ঞ্চ কৰো
04:07 CTRL +ALT + T টিপক Terminal টো খুলিবলৈ
04:12 Downloads দাইৰেক্তৰীলৈ যাওঁক লিখি cd Downloads
04:19 ls লিখক Arduino ফ’ল্দাৰ নামটো চাবলৈ
04:23 ইয়াত, মোৰ চিষ্টেমত ই দেখুৱায় Arduino 1.6.9
04:29 এতিয়া দাইৰেক্তৰীটো Arduino 1.6.9 লৈ সলাওঁক ।

লিখক cd arduino 1.6.9

04:40 ls লিখক উপলদ্ধ ফাইলচৰ তালিকাখন চাবলৈ
04:46 এই ফ’ল্দাৰটোত, আমাৰ Arduino IDE কম্পাইলাৰচৰ সংগত বিভিন্ন ফাইলচ আছে যেনে:

Arduino backend files আৰু configuration files

05:00 এতিয়া, আহক arduino এক্সিকিউতেবল ফাইলটো ৰান কৰো । ইয়াৰ বাবে, লিখক: dot slash arduino আৰু Enter টিপক Arduino IDE ল’ঞ্চ কৰিবলৈ
05:16 আমি Arduino IDE উইন্দ’ চাব পাৰো
05:20 মই Arduino ক মোৰ কম্পিউটাৰৰ USB port লৈ সংযুক্ত কৰিলো ।

আহক সংযোগক পৰীক্ষা কৰো

05:27 Tools মেনুত ক্লিক কৰক ।

ই দেখুৱাই যে Arduino UNO ব’ৰ্দ ইতিমধ্যে নিৰ্বাচিত হ’ল

05:36 Port মেনুত, আমি এটা port নাম্বাৰ দেখিছো
05:41 এতিয়া, মই Arduino IDE বন্ধ কৰিম
05:45 File আৰু Close ত ক্লিক কৰক
05:49 Linux Operating System Arduino ইনষ্ট’ল কৰাৰ আন এটা পদ্ধতি হৈছে Terminal ত, apt hyphen get কমান্দ ব্যৱ্হাৰ কৰাটো
05:59 যেতিয়াই সুধে sudo পাচৱৰ্দ এন্টাৰ কৰিব
06:03 ইয়াৰ সৈতে আমি এই টিউট’ৰিয়েলৰ শেষ পালোহি । আহক মূলভাব চাওঁ
06:08 এই টিউট’ৰিয়েলটোত, আমি শিকিলো: Arduino দিভাইচৰ বিষয়ে,

Arduino ৰ বৈশিষ্ট্যসমূহ, Arduino board ৰ উপাদানসমূহ,

06:17 Micro-controllers আৰু উবুন্তো লিনাক্সত Arduino IDE ইনষ্ট’ল কৰিবলৈ
06:25 তলৰ লিংকৰ ভিদিঅটোৱে স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাওঁক
06:34 স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে স্প’কেন টিউট’ৰিয়েল ব্যৱ্হাৰ কৰি কৰ্মশালা পাতে আৰু অনলাইন পৰীক্ষা পাচ কৰিলে প্ৰমাণ পত্ৰ দিয়ে ।

অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখক

06:49 আপোনাৰ এই স্প’কেন টিউট’ৰিয়েলটোত কিবা প্ৰশ্ন আছে নেকি?

অনুগ্ৰহ কৰি এই চাইতলৈ যাওঁক

06:55 মিনিট আৰু চেকেন্দটো বাচক য’ত আপোনাৰ প্ৰশ্নটো আছে ।

আপোনাৰ প্ৰশ্নটো সংক্ষিপ্তকৈ ব্যাখ্যা কৰক

07:03 আমাৰ দলৰ কোনোবাই তাৰ উত্তৰ দিব
07:07 স্প’কেন টিউট’ৰিয়েল ফ’ৰাম হৈছে এই টিউট’ৰিয়েলৰ বিশিষ্ট প্ৰশ্নৰ বাবে
07:12 অনুগ্ৰহ কৰি তাত অসংগত আৰু সাধাৰণ প্ৰশ্ন প’ষ্ট নকৰিব ।

ই অব্যৱস্থা কমোৱাত সহায় কৰিব

07:20 কম অব্যৱস্থাৰ সৈতে, আমি এই আলোচনাক শিকণ সামগ্ৰী হিচাবে ব্যৱ্হাৰ কৰিব পাৰিম
07:27 স্প’কেন টিউট’ৰিয়েল প্ৰকল্প NMEICT, MHRD, ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত । এই মিচনৰ বিষয়ে অধিক তথ্য এই লিংকত উপলদ্ধ
07:38 এই টিউট’ৰিয়েলটো FOSSEE আৰু Spoken Tutorial Project, IIT Bombay এ অৱদান দিছে ।

সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9