Difference between revisions of "Arduino/C2/Electronic-components-and-connections/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
(Created page with " {| border=1 | '''Time''' | '''Narration''' |- | 00:01 | '''Electronic components আৰু connections''' স্প’কেন টিউট’ৰিয়েলটোল...")
 
 
Line 145: Line 145:
 
|-
 
|-
 
| 03:41
 
| 03:41
|'''9 volt battery''' ৰ '''Positive''' সংযুক্ত হৈ আছে দ্বিতীয় '''rail'' ত
+
|'''9 volt battery''' ৰ '''Positive''' সংযুক্ত হৈ আছে দ্বিতীয় '''rail''' ত
  
 
|-
 
|-

Latest revision as of 14:10, 25 January 2020

Time Narration
00:01 Electronic components আৰু connections স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম
00:07 এই টিউট’ৰিয়েলটোত, আমি শিকিম: Breadboard কেনেকৈ ব্যৱ্হাৰ কৰা হয় আৰু ইয়াৰ ইন্তাৰনেল কানেকচনচ,
00:14 BreadboardLED, PushButton আৰু

Seven Segment Display

00:23 এই চিৰিজ অনুসৰণ কৰিবলৈ, আপোনাৰ মূল জ্ঞান থাকিব লাগিব:

ইলেকট্রনিক উপাদানৰ যেনে resistors, push-button, LED ইত্যাদি

00:34 খোলা চাৰ্কিত, বন্ধ চাৰ্কিত,
00:38 চিৰিয়েল আৰু পাৰেলেল কানেকচনচ,
00:41 বেটেৰিচ, প’জিতিভ আৰু নিগেতিভ ভল্টেজ
00:47 এই টিউট’ৰিয়েলটো নিম্ন উপাদানসমূহ ব্যৱ্হাৰ কৰি ৰেকৰ্ড কৰা হৈছে: Breadboard,
00:54 LED বা Tri Colour LED, Push Button,
01:00 Resistor আৰু Seven Segment Display
01:06 breadboard দেখিবলৈ এনেকুৱা হয়
01:11 breadboard এখন হৈছে এটা দিভাইচ চাৰ্কিত এটাৰ উপাদানসমূহ ধৰি ৰাখিবলৈ আৰু সিহঁতক একেলগে সংযোগ কৰিবলৈ
01:18 আমি breadboard এখনত ইলেকট্ৰনিক চাৰ্কিত এটা বনাব পাৰো কোনো চ’ল্দাৰিং নকৰাকৈ
01:25 ওপৰৰ দুটা ৰেইলচ আৰু তলৰ দুটা ৰেইলচক কোৱা হয় power rails
01:31 ফুটাবোৰৰ ওপৰৰ ৰৌটো পৰস্পৰে সংযুক্ত হৈ থাকে আৰু ইয়াত মাৰ্কদ কৰা থাকে ৰঙা দতচ আৰু নীলা দতচৰে
01:41 মন কৰিব যে breadboard খনৰ মাজতে কানেকচন বন্ধ হয়
01:46 মাজত, ওয়াৰৰ কৌলমচ পৰস্পৰে সংযুক্ত হৈ থাকে
01:51 উদাহৰণস্বৰূপে, সকলোখিনি মাৰ্কদ কৰা সেউজীয়া ফুটা পৰস্পৰে সংযুক্ত হৈ আছে ।

কিন্তু, সিহঁত হালধীয়া ফুটাবোৰৰ লগত সংযুক্ত নহয়

02:02 পাছত আমি শিকিম LED ৰ বিষয়ে ।

LED ৰ অৰ্থ হৈছে light emitting diode

02:11 ই এটা ৰঙীন পোহৰ দিয়ে যেতিয়া ইয়াৰ মাজেদি কাৰেন্ট প্ৰবাহিত হয়
02:16 LED এটাৰ দুটা leads থাকে, anode আৰু cathode নামৰ
02:22 দীঘল lead টো হৈছে anode । ইয়াক positive voltage ৰ সৈতে সংযুক্ত কৰিব লাগে
02:29 চুটি lead টো হৈছে cathode । ইয়াক ground ৰ সৈতে সংযুক্ত কৰিব লাগে
02:35 Tri-color LED হৈছে LED ৰ এটা উন্নত ভাৰ্চন যিয়ে তিনিটা ভিন্ন ৰং দিয়ে
02:43 ইয়াৰ চাৰিটা pin আছে । দীঘল lead টোক কোৱা হয় common lead
02:50 বাকীথকা তিনিটা pin হৈছে ৰঙা, সেউজীয়া আৰু নীলা ৰঙৰ LED ৰ বাবে
02:57 দুই প্ৰকাৰৰ Tri-color LED হৈছে: common anode আৰু common cathode
03:07 common anode ভাৰ্চনত, common lead টো positive voltage ৰ সৈতে সংযুক্ত হৈ থাকিব লাগে
03:14 common cathode ভাৰ্চনত, common lead টো ground ৰ সৈতে সংযুক্ত হৈ থাকিব লাগে
03:21 পাছত, আমি Resistor ৰ বিষয়ে শিকিম
03:25 resistor এটা ব্যৱ্হাৰ কৰা হয় চাৰ্কিতত প্ৰবাহিত হৈ থকা কাৰেন্টক সীমিত কৰিবলৈ
03:30 এতিয়া, আহক এটা সৰল চাৰ্কিত বনাওঁ এটা LED, এটা resistor আৰু এখন breadboard ব্যৱ্হাৰ কৰি
03:37 ইমেজখনে সঠিক সংযোগক দেখুৱায়
03:41 9 volt batteryPositive সংযুক্ত হৈ আছে দ্বিতীয় rail
03:46 9 volt battery Negative সংযুক্ত হৈ আছে প্ৰথম rail
03:51 Anode (যিহৈছে Right lead) LED টোৰ, সংযুক্ত হৈ আছে breadboard খনৰ দ্বিতীয় ৰেইলৰ সৈতে এটা resistor ৰ দ্বাৰা
04:00 Cathode (যিহৈছে Left lead) LED টোৰ, সংযুক্ত হৈ আছে breadboard খনৰ প্ৰথম ৰেইলৰ সৈতে
04:08 এইটো হৈছে LED কানেকচনৰ লাইভ চেতাপ
04:13 আপুনি দেখিছে যে LED টো জ্বলিছে, কাৰণ আমি ব্যৱহাৰ কৰা কানেকচন সঠিক হৈছে
04:21 এতিয়া, আমি মানুহে কৰা সাধাৰণ ভুলবিলাক চাম breadboard ব্যৱ্হাৰ কৰি কানেকচনচ কৰোতে
04:29 এই কানেকচনত, LED জ্বলা নাই কাৰণ কানেকচনচ সঠিক হোৱা নাই
04:36 resistor আৰু LED এটাৰ পাছত আনটোকে থোৱা হৈছে
04:41 power rails ক বাদ দি breadboard ৰ ফুটাবিলাক কৌলম অনুসৰি সংযুক্ত হৈছে
04:47 গতিকে, LED টোৰ anode আৰু resistor lead ৰ মাজত কোনো কানেকচন হোৱা নাই ।

LED টোক আইচ’লেত কৰিছে

04:57 পাছৰ কানেকচনত, LED টোৰ cathode টো দ্বিতীয় rail ৰ সৈতে সংযুক্ত হৈছে
05:04 LED টোৰ anode টো প্ৰথম rail ৰ সৈতে সংযুক্ত হৈছে resistor টোৰ দ্বাৰা
05:10 এই চাৰ্কিতত কানেকচনচ যেনে হ’ব লাগে তাৰ বিপৰীত হৈছে ।

সেইবাবে LED টো জ্বলা নাই

05:18 পাছত, আমি push button ৰ বিষয়ে শিকিম
05:23 এটা push button হৈছে এটা সৰল switch পদ্ধতি যিয়ে চাৰ্কিত এটাত দুটা পইন্তক সংযুক্ত কৰে যেতিয়া টিপা হয়
05:31 Push button সাধাৰণতে চাৰিটা ঠেঙৰ সৈতে আহে
05:35 নিৰপেক্ষভাবে switch টোৰ অৱস্থান অনুসৰি, ঠেঙ A আৰু C সদায় সংযুক্ত হৈ থাকে
05:43 একেদৰে, ঠেঙ B আৰু D সদায় সংযুক্ত হৈ থাকে
05:48 যেতিয়া switch টো টিপা হয় চাৰিওটা ঠেঙ পৰস্পৰে সংযুক্ত হয়
05:53 এতিয়া, আহক আগৰ চাৰ্কিতটোত এটা push button যোগ কৰো আৰু ইয়াক ব্যৱ্হাৰ কৰো LED টোৰ অৱস্থাক সলাবলৈ
06:02 ইমেজটোৱে সঠিক কানেকচনচক দেখুৱাইছে ।

LED anode টো সংযুক্ত হৈছে দ্বিতীয় power rail ত যিহৈছে প’জিতিভ ভল্টেজ এটা resistor আৰু এটা push button ৰ দ্বাৰা

06:15 আহক লাইভ চেতাপ কানেকচন চাওঁ
06:19 যেতিয়া push button টো টিপা হয়, LED টো আশাকৰা দৰে জ্বলে
06:25 যিহেতু push button ত চাৰিটা ঠেঙ আছে, চাৰ্কিতটো লগতে বেলেগ ধৰণেওঁ বনাব পাৰি
06:32 push button ৰ ঠেঙ B ক ব্যৱহাৰ কৰাৰ পৰিবৰ্তে, আমি ঠেঙ D ব্যৱ্হাৰ কৰিছো
06:38 যিহেতু সিহঁত ইন্তাৰনেলি পৰস্পৰে সংযুক্ত হৈ আছে, LED টো জ্বলে যেতিয়া push button টো টিপা হয়
06:45 পাছত, আমি মানুহে কৰা সাধাৰণ ভুলবিলাক চাম push buttons ব্যৱ্হাৰ কৰোতে
06:52 এই ইমেজখন চাওঁক ।

LED টোৰ anode টো সংযুক্ত হৈ আছে দ্বিতীয় power rail ৰ সৈতে, push button ৰ ঠেঙ A আৰু C ৰ দ্বাৰা

07:03 মনত ৰাখিব push button ৰ ঠেঙ A আৰু C ইন্তাৰনেলি সংযুক্ত হৈ থাকে
07:10 গতিকে, LED টোৰ anode টো সদায় সংযুক্ত হৈ থাকে দ্বিতীয় power rail ৰ সৈতে, push button ৰ নিৰপেক্ষভাবে
07:19 এই চাৰ্কিতত LED টো সদায় জ্বলে, আনকি push button টো OFF হৈ থাকিলেওঁ
07:26 আহক এতিয়া seven-segment display লৈ যাওঁ
07:31 seven-segment display ত সাতটা LEDs নাম্বাৰ এইতৰ আকাৰত সজোৱা থাকে
07:38 দুই প্ৰকাৰৰ seven-segment displays: হৈছে common anode আৰু common cathode seven segment display
07:49 এটা common cathode seven-segment display ত, pins a, b, c, d, e, f, g আৰু dot সংযুক্ত হৈ থাকিব লাগিব +5Volts ৰ সৈতে
08:02 দুটা COM pins সংযুক্ত হৈ থাকিব লাগিব ground (GND) ৰ সৈতে
08:07 common anode display টো হৈছে একেবাৰে বিপৰীত
08:11 ইয়াত, pins a, b, c, d, e, f, g আৰু dot সংযুক্ত হৈ থাকিব লাগিব ground ৰ সৈতে ।

আৰু, দুটা COM pins সংযুক্ত হৈ থাকিব লাগিব +5Volts ৰ সৈতে

08:26 এতিয়া, আহক চাওঁ কেনেকৈ seven-segment display এটাক সংযুক্ত কৰা হয় breadboard ত আৰু সকলো LEDs জ্বলোৱা হয়
08:35 ইয়াত ব্যৱহৃত হোৱা seven-segment display, ইমেজত, হৈছে এটা common anode
08:41 গতিকে, common anode টো সংযুক্ত হৈ আছে দ্বিতীয় power rail ৰ সৈতে এটা resistor ৰ দ্বাৰা
08:48 LED pins a, b, c, d, e, f, g, dot সংযুক্ত হৈ আছে প্ৰথম power rail ৰ সৈতে
08:56 যদি কানেকচনটো সঠিক হয়, আমি দেখিম যে সকলো LEDs জ্বলিব
09:02 আহক লাইভ চেতাপ কানেকচন চাওঁ
09:05 আমি দেখিছো seven segment display ৰ সকলো চেগমেন্ত জ্বলিছে
09:11 ইয়াৰ সৈতে আমি এই টিউট’ৰিয়েলৰ শেষ পালোহি । আহক মূলভাব চাওঁ
09:17 এই টিউট’ৰিয়েলটোত, আমি শিকিলো: Breadboard ৰ বিষয়ে আৰু ইয়াৰ ইন্তাৰনেল কানেকচনচ,
09:24 BreadboardLED, PushButton আৰু

Seven Segment Display

09:33 তলৰ লিংকৰ ভিদিঅটোৱে স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাওঁক
09:41 স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে কৰ্মশালা পাতে আৰু প্ৰমাণ পত্ৰ দিয়ে ।

অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখক

09:51 আপোনাৰ এই স্প’কেন টিউট’ৰিয়েলটোত কিবা প্ৰশ্ন আছে নেকি?

অনুগ্ৰহ কৰি এই চাইতলৈ যাওঁক

09:57 মিনিট আৰু চেকেন্দটো বাচক য’ত আপোনাৰ প্ৰশ্নটো আছে ।

আপোনাৰ প্ৰশ্নটো সংক্ষিপ্তকৈ ব্যাখ্যা কৰক

10:04 আমাৰ দলৰ কোনোবাই তাৰ উত্তৰ দিব
10:07 স্প’কেন টিউট’ৰিয়েল ফ’ৰাম হৈছে এই টিউট’ৰিয়েলৰ বিশিষ্ট প্ৰশ্নৰ বাবে ।

অনুগ্ৰহ কৰি তাত অসংগত আৰু সাধাৰণ প্ৰশ্ন প’ষ্ট নকৰিব

10:17 ই অব্যৱস্থা কমোৱাত সহায় কৰিব । কম অব্যৱস্থাৰ সৈতে, আমি এই আলোচনাক শিকণ সামগ্ৰী হিচাবে ব্যৱ্হাৰ কৰিব পাৰিম
10:26 স্প’কেন টিউট’ৰিয়েল প্ৰকল্প NMEICT, MHRD, ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত । এই মিচনৰ বিষয়ে অধিক তথ্য এই লিংকত উপলদ্ধ
10:37 এই টিউট’ৰিয়েলটো FOSSEE আৰু Spoken Tutorial Project, IIT Bombay এ অৱদান দিছে ।

সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9