Arduino/C2/Arduino-with-Tricolor-LED-and-Push-button/Assamese

From Script | Spoken-Tutorial
Revision as of 14:17, 25 January 2020 by Mausamh9 (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00:01 Interfacing Arduino with Tricolor LED আৰু Pushbutton স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম
00:09 এই টিউট’ৰিয়েলটোত, আমি শিকিম: Arduino board লৈ tricolor LED এটা সংযুক্ত কৰিবলৈ,
00:17 tricolor LED টো ব্লিংক কৰিবলৈ প্ৰোগ্ৰাম এটা লিখিবলৈ আৰু ব্লিংকিং নিয়ন্ত্ৰণ কৰাৰ বাবে Push button ব্যৱ্হাৰ কৰিবলৈ
00:27 ইয়াত মই ব্যৱ্হাৰ কৰিছো: Arduino UNO Board,
00:31 উবুন্তো লিনাক্স 14.04 অপাৰেতিং চিষ্টেম আৰু Arduino IDE
00:39 এই টিউট’ৰিয়েলটো অনুসৰণ কৰিবলৈ, আপোনাৰ থাকিব লাগিব ইলেকট্রনিকচৰ মূল জ্ঞান আৰু C বা C++ প্ৰোগ্ৰামিং লেংগুৱেজৰ মূল জ্ঞান
00:52 আমাক লগতে কিছু এক্সতাৰনেল দিভাইচ লাগিব যেনে Tricolor LED, Resistor,
01:01 Breadboard, Jumper Wires আৰু Pushbutton
01:08 আহক এক্সতাৰনেল দিভাইচসমূহৰ ইমেজেচ চাওঁ যি এই পৰীক্ষাটোৰ বাবে প্ৰয়োজনীয় হয়
01:16 ইয়াক লগতে কোৱা হয় Common Cathode Tricolor LED
01:22 ইয়াৰ চাৰিটা পিনচ আছে । Cathode হৈছে আটাইতকৈ দীঘল pin
01:27 বাকীথকা তিনিটা pins হৈছে ৰঙা, সেউজীয়া আৰু নীলা ৰঙৰ LED ৰ বাবে
01:34 Cathode pin হৈছে ground pin কমন হয় ৰঙা, সেউজীয়া আৰু নীলা LED ৰ বাবে
01:42 Resistor হৈছে এটা ইলেকট্ৰিকেল উপাদান যি ইলেকট্ৰনিক চাৰ্কিত এটাত প্ৰবাহিত হৈ থকা কাৰেন্টক সীমিত কৰে
01:50 Resistors লগতে ব্যৱ্হাৰ কৰিব পাৰি সক্ৰিয় দিভাইচ এটাৰ বাবে এটা নিৰ্দিষ্ট ভল্টেজ প্ৰদান কৰিবলৈ
01:57 এইখন হৈছে breadboard যাক সাধাৰণতে ব্যৱ্হাৰ কৰা হয় ইলেকট্ৰনিক চাৰ্কিতচ বনাবলৈ
02:03 ইয়াৰ বহুতো ফুটা আছে । ইলেকট্ৰনিক উপাদানক এই ফুটাবোৰত সোমোৱা হয় আৰু ওয়াৰচ ব্যৱ্হাৰ কৰি কানেক্ত কৰা হয়
02:12 Jumper wires হৈছে চুটি ইলেকট্ৰিকেল ওয়াৰচ প্ৰতিটো মুৰত এটা টান টিপৰ সৈতে
02:19 Jumper wires ব্যৱহৃত হয় breadboard এখনত উপাদানবোৰক ইন্তাৰকানেক্ত কৰিবলৈ
02:25 আহক এতিয়া কানেকচন চাৰ্কিতৰ সবিশেষ চাওঁ
02:30 এই চাৰ্কিতটো অতি সৰল । Cathode pin সংযুক্ত হৈছে ground pin লৈ Arduino board ত, এনেদৰে ক’লা ওয়াৰ ব্যৱ্হাৰ কৰি
02:41 ৰঙা, সেউজীয়া আৰু নীলা pins সংযুক্ত হৈছে pin নাম্বাৰ 12, 11 আৰু 10 লৈ resistors ব্যৱ্হাৰ কৰি
02:51 আমাক ইয়াত resistors কিয় লাগে? ই হৈছে LEDs লৈ ভল্টেজক নিয়ন্ট্ৰণ কৰিবলৈ
02:58 আমাক লাগিব তিনিটা কাৰেন্ট নিয়ন্ট্ৰণ কৰিবলৈ resistors প্ৰতিটো ৰঙৰ বাবে ।

ইয়াত, মই ব্যৱ্হাৰ কৰিছো 100 ohm resistors

03:08 মই আপোনাক লাইভ demo দেখুৱাম
03:11 এইখন হৈছে মিনি breadboard য’ত মই সংযুক্ত কৰিছো tricolor LED আৰু resistors
03:18 এইটো হৈছে একেটাই যি আমি circuit diagram ত দেখিছিলো
03:23 এতিয়া আমি এটা প্ৰোগ্ৰাম লিখিব লাগিব এই চাৰ্কিতটোৱে কাম কৰিবলৈ
03:28 আহক Arduino IDE খোলো
03:32 আমি জানো যে যিকোনো Arduino প্ৰোগ্ৰাম আহে দুটা বেছিক ফাংচনৰ সৈতে -

Void setup আৰু Void loop

03:41 Void setup function হৈছে microcontroller এটা চেতাপ কৰিবলৈ
03:46 ইয়াত, আমি পিনচ চেতাপ কৰিব লাগিব যাক আমি পৰীক্ষাটোত ব্যৱ্হাৰ কৰিছো
03:52 এতিয়া আমি Void setup function ৰ বাবে ক’ডটো লিখিম
03:57 চাৰ্কিত দায়াগ্ৰামটোত, মন কৰিব পিন নাম্বাৰ 10 সংযুক্ত হৈছে নীলা LED লৈ
04:05 Arduino IDE ত, লিখক: pinMode খোলা বন্ধনী 10 comma OUTPUT বন্ধ বন্ধনী Semicolon
04:16 একেদৰে, দেখুৱা দৰে আন পিনচৰ বাবে ক’ডটো লিখক:
04:21 Pin নাম্বাৰ 11 এ দৰ্শাই সেউজীয়া LED আৰু 12 এ দৰ্শাই ৰঙা LED

এতিয়া আমি পিনচ কনফিগাৰ কৰিলো

04:32 পাছত আমি ক’ডটো লিখিম Void loop function ৰ বাবে ।

Void loop function হৈছে এটা অসীম ‘while’ loop

04:42 এই ক’ডটো একে হয় আমি Blink LED প্ৰোগ্ৰামটোৰ বাবে লিখাটোৰ দৰে ।

কিন্তু আমি ক’ডৰ একেটা লাইন তিনিওঁটা LEDs ৰ বাবে লিখিব লাগিব

04:54 ক’ডৰ এই চাৰিটা লাইনে নীলা LED টোক ব্লিংক কৰাব 500 milliseconds ৰ এটা ব্যৱ্ধানৰ সৈতে
05:02 আন পিনচৰ বাবেওঁ একেটা ক’ড ক’পি আৰু পেষ্ট কৰক
05:07 pin নাম্বাৰ 11 লৈ সলাওঁক সেউজীয়া LED ৰ বাবে আৰু 12 ৰঙা LED ৰ বাবে
05:16 আহক প্ৰোগ্ৰামটো save কৰো
05:19 ক্লিক কৰক File আৰু Save

ফাইলনেমটো এন্টাৰ কৰক tricolor hyphen LED হিচাবে

05:28 এতিয়া microcontroller টো প্ৰোগ্ৰাম কৰা হ’ল ক্ৰমে চিগনেলচ পঠিয়াবলৈ HIGH আৰু LOW পিন 10, 11 আৰু 12 লৈ
05:40 পাছৰ ষ্টেপ হৈছে প্ৰোগ্ৰামটো কম্পাইল আৰু আপল’দ কৰা
05:44 Sketch মেনুৰ পৰা, ক্লিক কৰক Compile
05:49 আমি IDE ৰ তলত কম্পাইলেচন ষ্টেতাচ চাব পাৰো
05:56 প্ৰোগ্ৰামটো microcontroller লৈ আপল’দ কৰিবলৈ, ক্লিক কৰক Sketch মেনু আৰু তেতিয়া Upload
06:04 আমি দেখিছো যে ৰঙা, নীলা আৰু সেউজীয়া LEDs ব্লিংক কৰিছে
06:10 ব্লিংকিং ক্ৰমান্বয়ে হৈ আছে ।

ইয়াৰ কাৰণ হৈছে আমাৰ প্ৰোগ্ৰামটোৱে void loop function ক এটা অসীম লোপত এক্সিকিউত কৰে

06:20 পাছত, আমি চাম ব্লিংকিং নিয়ণ্ট্ৰ্ন কৰিবলৈ কেনেকৈ একেটা চাৰ্কিতত push button এটা লগোৱা হয়
06:28 Pushbutton হৈছে এটা উপাদান যিয়ে চাৰ্কিত এটাত দুটা পইন্টক কানেক্ত কৰে যেতিয়া আপুনি তাক টিপে
06:35 আপুনি ওপৰত এটা বুটাম দেখিছে যাক টিপিব পাৰি ।

আমাৰ পৰীক্ষাটোত, ই tricolor LED টো অন কৰে যেতিয়া আপুনি বুটামটো টিপে

06:48 আমি এই পৰীক্ষাটোৰ বাবে একেটা চাৰ্কিত ব্যৱ্হাৰ কৰিছো এটা pushbutton ৰ সৈতে
06:54 Pushbutton ক লগতে জনা যায় momentary switch হিচাবে । আপুনি ইয়াক টিপাৰ মুহূৰ্ততে, tricolor LED টো জ্বলিব
07:03 যদি আপুনি চুইতচটো এৰে, tricolor LED টোৱে কাম নকৰিব ।

আমি pushbutton টো board লৈ সংযুক্ত কৰিব লাগিব

07:11 Pushbutton টোৰ এটা ঠেং সংযুক্ত হৈছে 5 volts লৈ ।

ইয়াক দেখুৱা হৈছে ইয়াত ব্ৰাউন ৰঙৰ ওয়াৰত

07:20 আৰু আনটো ঠেং সংযুক্ত হৈছে pin নাম্বাৰ 4 লৈ যাক দেখুৱা হৈছে ইয়াত হালধীয়া ৰঙৰ ওয়াৰত
07:27 ইয়াত, আপুনি দেখিছে এটা resistor সংযুক্ত হৈছে pushbutton টোলৈ
07:32 আমাক ইয়াত resistor এটা কিয় লাগে?

Pin 4 কনফিগাৰ হৈছে input হিচাবে । সি বুজায়, ই আশাকৰে কিছু input voltage

07:42 যেতিয়া pushbutton টো টিপা হয়, ই সংযুক্ত কৰে pin 4 ক 5 volts লৈ আৰু আমি এটা HIGH পঢ়ো
07:50 এই পইন্টত, resistor টোৱে সহায় কৰে কাৰেন্টক ground pin লৈ যোৱাত বাধা দি
07:58 যদি pushbutton টো টিপা নহয়, তেতিয়াওঁ আমি কিছু voltage পাচ কৰিব লাগিব
08:05 ground pin টোৰ দ্বাৰা সংযুক্ত কৰা resistor টোৱে zero volt প্ৰদান কৰিব
08:12 microcontroller ক সক্ৰিয় কৰিব যিহেতু ই কিছু ইনপুত পাব
08:18 আহক কানেকচনটোৰ বাবে লাইভ ভিদিঅ চাওঁ
08:22 push button টো দেখিবলৈ এনেকুৱা হয়
08:25 আপুনি আন কানেকচনচ চাব পাৰে মই চাৰ্কিত দায়াগ্ৰামটোত ব্যাখ্যা কৰাৰ দৰে একে
08:32 এতিয়া, আহক প্ৰোগ্ৰামটো ম’দিফাই কৰো এই চাৰ্কিতটোৱে কাম কৰিবলৈ
08:37 Arduino IDE লৈ ঘূৰি যাওঁক । এইটো আমাৰ আগৰ প্ৰোগ্ৰামটো
08:44 মই এটা নতুন চেতাপ যোগ কৰিম pin নাম্বাৰ 4 ৰ বাবে
08:47 আমি মোদটো INPUT হিচাবে কিয় দিব লাগে?

ইয়াৰ কাৰণ হৈছে - যেতিয়া pushbutton টো টিপা হয়, চাৰ্কিতটো সম্পূৰ্ণ হয় আৰু pin নাম্বাৰ 4 এ ইনপুত এটা পায়

09:02 আমি conditional statement এটা লিখিব লাগিব চাবলৈ যে switch টো টিপা হৈছে নে নাই
09:09 void loop function ত, আমি 'if' statement টো লিখিম
09:15 ইয়াত দেখুৱা দৰে ক’ডটো লিখক । মই ব্যাখ্যা কৰিম ই কি বুজায়
09:22 যদি pin নাম্বাৰ 4 এ ইনপুত এটা পায়, ই কুটিল বন্ধনীৰ মাজত সূচীত কৰা ক’ডটো এক্সিকিউত কৰিব
09:31 মই ব্যৱধানক 100 milliseconds লৈ কমাম যাতে আমি আউতপুতটো সোনকালে চাব পাৰো
09:39 ক’ডিং এতিয়া হ’ল
09:42 আহক প্ৰোগ্ৰামটো কম্পাইল আৰু আপল’দ কৰো
09:47 পাছত, আমি pushbutton টো টিপিম আৰু চাম ই কেনেকৈ কাম কৰে
09:53 আমি দেখিছো tricolor LED টো ON হৈছে
09:58 আৰু এবাৰ টিপক । ই কাম কৰিছে
10:02 ইয়াৰ সৈতে আমি এই টিউট’ৰিয়েলৰ শেষ পালোহি । আহক মূলভাব চাওঁ
10:07 এই টিউট’ৰিয়েলটোত, আমি শিকিলো: Arduino board লৈ tricolor LED টো সংযুক্ত কৰিবলৈ,
10:13 tricolor LED টো ব্লিংক কৰিবলৈ প্ৰোগ্ৰাম এটা লিখিবলৈ আৰু ব্লিংকিং নিয়ন্ত্ৰণ কৰাৰ বাবে Push button ব্যৱ্হাৰ কৰিবলৈ
10:22 নিম্ন অনুশিলনীটো কৰক ।

একেটা প্ৰোগ্ৰামক বিপৰীত পথত সলাওঁক

10:28 যদি বুটামটো টিপা হয়, ইনপুতটো LOW হিচাবে ৰাখক । প্ৰোগ্ৰামটো কম্পাইল আৰু আপল’দ কৰক
10:35 tricolor LED টোত ব্লিংকিং লক্ষ্য কৰক
10:39 তলৰ লিংকৰ ভিদিঅটোৱে স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাওঁক
10:46 স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে কৰ্মশালা পাতে আৰু প্ৰমাণ পত্ৰ দিয়ে ।

অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখক

10:55 সময়ৰ লগত আপোনাৰ প্ৰশ্ন এই ফ’ৰামত প’ষ্ট কৰক
10:59 স্প’কেন টিউট’ৰিয়েল প্ৰকল্প NMEICT, MHRD, ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত । এই মিচনৰ বিষয়ে অধিক তথ্য এই লিংকত উপলদ্ধ
11:10 এই টিউট’ৰিয়েলটো FOSSEE আৰু Spoken Tutorial Project, IIT Bombay এ অৱদান দিছে ।

সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9