Arduino/C2/Arduino-with-LCD/Assamese

From Script | Spoken-Tutorial
Revision as of 14:19, 25 January 2020 by Mausamh9 (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00:01 Interfacing Arduino with LCD স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম
00:07 এই টিউট’ৰিয়েলটোত, আমি শিকিম:

Arduino board লৈ LCD এটা সংযুক্ত কৰিবলৈ,

LCD ত টেকস্ত মেচেজ এটা দৰ্শিত কৰিবলৈ প্ৰোগ্ৰাম এটা লিখিবলৈ

00:18 এই টিউট’ৰিয়েলটো অনুসৰণ কৰিবলৈ, আপোনাৰ থাকিব লাগিব ইলেকট্রনিকচৰ মূল জ্ঞান আৰু C বা C++ প্ৰোগ্ৰামিং লেংগুৱেজৰ মূল জ্ঞান
00:30 ইয়াত মই ব্যৱ্হাৰ কৰিছো:

Arduino UNO Board,

উবুন্তো লিনাক্স 14.04 অপাৰেতিং চিষ্টেম আৰু

Arduino IDE

00:40 আমাক লগতে কিছু এক্সতাৰনেল দিভাইচ লাগিব যেনে:

LCD 16 by 2, Potentiometer, Breadboard, Pin header, Jumper Wires,

00:55 Soldering Iron,

Soldering Stand, Soldering Lead আৰু Soldering Paste

01:04 এতিয়া, আহক কানেকচন circuit ৰ সবিশেষ চাওঁ
01:09 ইয়াত, আমি দেখিছো যে LCD ত 16 pins আছে
01:14 Pin 1 হৈছে ground পিন প্ৰতিস্থাপিত হৈছে GND ৰ দ্বাৰা ।

Pin 2 হৈছে power supply পিন 5 volts ৰ যি প্ৰতিস্থাপিত হৈছে VCC ৰ দ্বাৰা

01:29 VO হৈছে LCD contrast pin । ইয়াত আপুনি এটা potentiometer সংযুক্ত কৰিব লাগিব ।

ই এটা ভেৰিয়েবল voltage ক অনুমতি দিব LCDcontrast ক নিয়ন্ট্ৰণ কৰিবলৈ

01:42 RS হৈছে Register Select

ইয়াক ব্যৱ্হাৰ কৰিব পাৰি এটা command register বা এটা data register হিচাবে

01:52 Command register ব্যৱহৃত হয় দৰ্শিত হ’বলগা command ক থ’বলৈ ।

আৰু, data register ব্যৱহৃত হয় দেতা থ’বলৈ

02:02 RW হৈছে এটা Read Write পিন ।

আমি হয়তো LCD ৰ পৰা দেতা ৰিদ কৰিব পাৰো বা LCD লৈ লিখিব পাৰো

02:12 E এ সূচাই Enable পিন । ই LCD ক সক্ষম কৰে তথ্য গ্ৰহণ কৰিবলৈ
02:20 এইবোৰ হৈছে data পিনচ । data আৰু commandLCD লৈ এই পিনবোৰৰ দ্বাৰা পঠোৱা হয়
02:29 এইবোৰ হৈছে LCD Backlight পিনচ । এইবোৰ ব্যৱহৃত হয় LCD ক পাৱাৰ দিবলৈ, display contrast নিয়ন্ট্ৰণ কৰিবলৈ, LCD backlight on বা off কৰিবলৈ ইত্যাদি
02:43 Pin 15 হৈছে backlight LCDAnode

Pin 16 হৈছে backlight LCDCathode

02:53 এতিয়ালৈকে, আমি আমি দেখিলো LCDpin সবিশেষ
02:58 আহক soldering ষ্টেচনচলৈ যাওঁ চাবলৈ যে আমি কেনেকৈ soldering কৰিব পাৰো
03:04 ইয়াত, আমাৰ আছে 16 by 2 LCD

ই বুজায়, ই দৰ্শিত কৰিব পাৰে প্ৰতিটো লাইনত 16 কেৰেক্তাৰচ আৰু তেনেকুৱা দুটা লাইন আছে

03:16 Extension pin যাক জালাই দিব লাগিব LCD লৈ যাতে আমি সহজে breadboard লৈ কানেক্ত কৰিব পাৰো ।

Soldering iron যাক ইতিমধ্যে পাৱাৰ দিয়া হৈছে, Solder paste আৰু Solder wire

03:33 প্ৰথমে, এক্সতাৰনেল pin টো LCD ত থওঁক দেখুৱা ধৰণে
03:38 পাছত, এক্সতাৰনেল pins ৰ মূৰত solder paste লগাওঁক ভিদিঅ’টোত দেখুৱা ধৰণে
03:46 তেতিয়া ইয়াক পুনৰ কানেক্ত কৰক
03:49 এক্সতাৰনেল পিনৰ সৈতে LCD ক লাহেকৈ সমান ঠাইত ঠওঁক, দেখুৱা ধৰণে ।

তেতিয়া ই ল’ৰি নাথাকিব যেতিয়া আমি soldering কৰিম

04:02 অলপ পেষ্টৰ সৈতে solder rod লওঁক আৰু ওয়াৰৰ মূৰটো তাচ কৰক দেখুৱা ধৰণে
04:09 ইয়াক কিছু চেকেন্দ ধৰক যাতে ওয়াৰদাল গলে আৰু এক্সতাৰনেল পিনলৈ এপ্লাই কৰক, দেখুৱা ধৰণে
04:19 মই দুটা পিনৰ বাবে soldering কৰিলো । পিন দুটাৰ বাবে কৰা soldering ক ওচৰৰ পৰা চাওঁক
04:27 একেদৰে, বাকী থকা পিনবিলাকৰ বাবে soldering কৰক
04:32 আহক এতিয়া এই পৰীক্ষাটোৰ বাবে circuit diagram লৈ যাওঁ
04:37 Potentiometer সংযুক্ত হৈছে দেখুৱা ধৰণে LCDcontrast ক নিয়ন্ট্ৰণ কৰিবলৈ
04:44 Potentiometer হৈছে এটা সৰু আকাৰৰ ইলেকট্ৰনিক উপাদান যি ভল্টেজ জুখিবলৈ ব্যৱহৃত হয়
04:51 Pin নাম্বাৰ 11 সংযুক্ত হৈছে Enable লৈ আৰু pin নাম্বাৰ 12 সংযুক্ত হৈছে register select লৈ
05:00 Read write pin সংযুক্ত হৈছে ground লৈ যি বুজায় আমি LCD লৈ লিখিছো
05:07 আমি মাত্ৰ চাৰিটা দেতা লাইনচ ব্যৱ্হাৰ কৰিছো আমাৰ পৰীক্ষাটোৰ বাবে ।

Pin 15 আৰু Pin 16 সংযুক্ত হৈছে LCD ৰ backlight ৰ বাবে । Pin 15VCC লৈ আৰু pin16ground লৈ সংযুক্ত কৰক ইয়াত দেখুৱা ধৰণে

05:27 মই চেতাপ কৰিলো Arduino আৰু LCD ক চাৰ্কিত দায়েগ্ৰাম অনুসৰি ।

আমাৰ লক্ষ্য হৈছে LCD দিচপ্লেত দুটা strings লিখিবলৈ

05:38 এতিয়া আমি Arduino IDE ত প্ৰোগ্ৰামটো লিখিম । Arduino IDE লৈ যাওঁক
05:46 প্ৰথমে আমি Liquid crystal library ৰ বাবে ৰেফাৰেঞ্চ মেনুৱেলৰ দ্বাৰা যাম
05:52 Menu bar ত, ক্লিক কৰক Help আৰু পাছত Reference

ই এটা offline page খুলিব

06:00 Reference চেকচনৰ ভিতৰত, Libraries ক্লিক কৰক
06:04 তেতিয়া তললৈ স্ক্ৰ’ল কৰক উপলদ্ধ Standard Libraries চাবলৈ
06:10 LiquidCrystal ক্লিক কৰক । বিৱৰণক পঢ়ক উপলদ্ধ ফাংচনৰ বিষয়ে অধিক জানিবলৈ
06:18 ই কয়, ই কাম কৰে 4 bit বা 8 bit দেতা লাইনচৰ সৈতে
06:24 পাছত, আহক চাওঁ LiquidCrystal function আৰু ইয়াৰ পাৰামিটাৰচ
06:30 এইটো সদায় এটা ভাল অভ্যাস হয় ইয়াৰ ফাংচনৰ বাবে মেনুৱেলক ৰেফাৰ কৰাটো ।

LiquidCrystal function ক্লিক কৰক

06:39 গাঠণিটোৱে দেখুৱাই কেনেকৈ ই ব্যৱহৃত হয় 8 bit বা 4 bit ৰ বাবে
06:46 আমাৰ পৰীক্ষাটোৰ বাবে, আমি প্ৰথম লাইন গাঠণি ব্যৱ্হাৰ কৰিম
06:51 Arduino IDE লৈ যাওঁক
06:54 প্ৰথমে, আমি ইয়াত Liquid crystal library সংলগ্ন কৰিম
06:59 Menu বাৰত, ক্লিক কৰক Sketch আৰু Include Library

তেতিয়া বাচক LiquidCrystal । ই LiquidCrystal.h ফাইলক ইনচাৰ্ত কৰিব দেখুৱা ধৰণে

07:14 এতিয়া, দেখুৱা দৰে ক’ডটো লিখক । মই পাৰামিটাৰচ ব্যাখ্যা কৰিম
07:21 lcd হৈছে এটা ভেৰিয়েবল type Liquid crystal
07:26 প্ৰথম পাৰামিটাৰ হৈছে Register Select

Register Select সংযুক্ত হৈছে Arduino boardpin 12 লৈ

07:35 দ্বিতীয় পাৰামিটাৰ হৈছে Enable । ই সংযুক্ত হৈছে pin 11 লৈ
07:41 পাছৰ চাৰিটা পাৰামিটাৰ হৈছে LCD ৰ দেতা লাইনচ
07:46 LCDd4, d5, d6 আৰু d7 সংযুক্ত হৈছে Arduino boardpins 5, 4, 3 আৰু 2 লৈ
07:58 আমি লাইব্ৰেৰিক পিনচৰ সৈতে প্ৰাৰম্ভণ কৰিছো । এই ক’ডৰ লাইনটো void setup function ৰ বাহিৰত হ’ব পাৰে
08:07 void setup function ত, আমি পৰীক্ষাটৰ বাবে প্ৰয়োজনীয় ইনিচিয়েল চেতাপচ লিখিম ।

তাত এটা function আছে begin নামৰ

08:18 আহক বিৱৰণৰ বাবে মেনুৱেলক চাওঁ আৰু এই ফাংচনৰ বাবে পাৰামিটাৰচ । ৰেফাৰেঞ্চ মেনুৱেললৈ ঘূৰি যাওঁক
08:27 মেনুৱেলে কয়-

1. LCD স্ক্ৰিণলৈ ইন্তাৰফেচক প্ৰাৰম্ভণ কৰে

2. দিচপ্লেৰ আকাৰক (বহলতা আৰু উচ্চতা) সূচীত কৰে আৰু

3. আন যিকোনো LCD library commands ৰ আগতে কল কৰিব লাগিব

08:45 এতিয়া, আহক পাৰামিটাৰচ চাওঁ ।

lcd: এটা ভেৰিয়েবল type liquid crystal ৰ,

cols: দিচপ্লেত থকা কৌলমচৰ নাম্বাৰ

08:58 আমাৰ LCD ত 16 কৌলমচ আছে ।

rows: দিচপ্লেত থকা ৰৌচৰ নাম্বাৰ

আমাৰ দুটা ৰৌচ আছে

09:09 Arduino IDE লৈ ঘূৰি যাওঁক
09:13 এতিয়া, লিখক: lcd.begin খোলা বন্ধনী 16 comma 2 বন্ধ বন্ধনী semicolon
09:23 Set Cursor কমান্দে LCD ত নিৰ্দিষ্ট ৰৌ আৰু কৌলমত কাৰ্চৰটো অৱস্থিত কৰিব
09:30 Zero comma zero এ বুজায় জিৰ’ নং ৰৌ আৰু জিৰ’ নং কৌলম
09:36 আন এটা কমান্দ আছে print নামৰ যি LCD ত টেকস্ত প্ৰিন্ট কৰিব
09:44 লিখক: lcd.print আৰু কিছু টেকস্ত এন্টাৰ কৰক, ধৰক “First Row”
09:52 মই প্ৰোগ্ৰামটো ব্যাখ্যা কৰিম
09:55 এই প্ৰোগ্ৰামটোৱে LCD ত এটা 16 by 2 কনফিগাৰেচন প্ৰিন্ট কৰিব ।

কাৰ্চৰটো প্ৰথম অৱস্থালৈ চেত কৰিব ।

lcd.printLCD“First row” টেকস্তক প্ৰিন্ট কৰিব

10:12 আহক প্ৰোগ্ৰামটো কম্পাইল আৰু আপল’দ কৰো
10:19 আমি দেখিছো যে আউতপুত “First row” প্ৰথম লাইনত দৰ্শিত হৈছে
10:25 দ্বিতীয় ৰৌত একো দৰ্শিত হোৱা নাই
10:29 আহক প্ৰোগ্ৰামটো সলাওঁ দ্বিতীয় লাইনটো প্ৰিন্ট কৰিবলৈ
10:34 ক’ডটো ক’পি আৰু পেষ্ট কৰক । “lcd.begin” লাইনক আতৰাওঁক যিহেতু ইয়াক প্ৰোগ্ৰামটোৰ আৰম্ভণীতে প্ৰাৰম্ভণ কৰা হৈছিলে
10:46 setcursor কমান্দক সলাওঁক 0নং কৌলম আৰু 1 ৰৌলৈ দেখুৱা দৰে
10:54 print command টেকস্তক সলাওঁক “second row” লৈ
10:59 এতিয়া, আহক প্ৰোগ্ৰামটো কম্পাইল আৰু আপল’দ কৰো
11:06 টেকস্ত লগতে দ্বিতীয় ৰৌটো দৰ্শিত হৈছে
11:10 আমি কোনো ক’ড ব্যৱ্হাৰ নকৰো void loop ত ।

কিন্তু, তথাপি আমি loop template ৰাখিব লাগিব ।

ইয়াৰ কাৰণ হৈছে loop function এটা দৰকাৰ হয় Arduino গাঠণিক

11:24 টেকস্ত এবাৰ পঠোৱাৰ পাছত, ই তাত সদায় থাকে
11:29 আহক কাৰ্চৰৰ অৱস্থানক দ্বিতীয় লাইনৰ তৃতীয় কৌলমলৈ সলাওঁ
11:34 পুনৰ, প্ৰোগ্ৰামটো কম্পাইল আৰু আপল’দ কৰক
11:38 দ্বিতীয় ৰৌৰ কৌলমৰ অৱস্থানৰ সলনিক মন কৰক
11:43 মেনুৱেলত আমাৰ ফাংচনৰ লিষ্টলৈ ঘূৰি যাওঁক
11:47 আমি দেখিছো তাত আৰু বহুতো functions আছে যেনে scrollDisplayLeft, scrollDisplayRight ইত্যাদি ।

এই ফাংচনচ আপুনি নিজে চাওঁক

12:01 ইয়াৰ সৈতে আমি এই টিউট’ৰিয়েলৰ শেষ পালোহি । আহক মূলভাব চাওঁ
12:06 এই টিউট’ৰিয়েলটোত, আমি শিকিলো:

Arduino board লৈ LCD এটা সংযুক্ত কৰিবলৈ,

LCD ত টেকস্ত মেচেজ এটা দৰ্শিত কৰিবলৈ প্ৰোগ্ৰাম এটা লিখিবলৈ

12:18 নিম্ন অনুশিলনীটো কৰক ।

একেটা প্ৰোগ্ৰাম সলাওঁক দ্বিতীয় ৰৌত “Hello World” টেকস্তটো দৰ্শিত কৰিবলৈ । কাৰ্চৰটো চতুৰ্থ কৌলমত থওঁক । প্ৰোগ্ৰামটো কম্পাইল আৰু আপল’দ কৰক । LCD ত দৰ্শিত হোৱা টেকস্তক লক্ষ্য কৰক

12:40 তলৰ লিংকৰ ভিদিঅটোৱে স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক দাউনল’দ কৰি চাওঁক
12:48 স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে কৰ্মশালা পাতে আৰু প্ৰমাণ পত্ৰ দিয়ে । অধিক তথ্যৰ বাবে, অনুগ্ৰহ কৰি আমালৈ লিখক
12:58 সময়ৰ লগত আপোনাৰ প্ৰশ্ন এই ফ’ৰামত প’ষ্ট কৰক
13:02 স্প’কেন টিউট’ৰিয়েল প্ৰকল্প NMEICT, MHRD, ভাৰত চৰকাৰৰ দ্বাৰা সমৰ্থিত । এই মিচনৰ বিষয়ে অধিক তথ্য এই লিংকত উপলদ্ধ
13:13 এই টিউট’ৰিয়েলটো FOSSEE আৰু Spoken Tutorial Project, IIT Bombay এ অৱদান দিছে । সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9