Java/C2/Programming-features-Eclipse/Assamese

From Script | Spoken-Tutorial
Revision as of 10:27, 15 April 2014 by Mousumi (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00:02 নমস্কাৰ Programming Features of Eclipse টিউটোৰিয়েললৈ আপোনাক স্বাগতম .
00:07 এই টিউটোৰিয়েলত , আমি
00:10 Eclipse ৰ ব্যবহাৰকাৰী অনুকূল প্রোগ্রামিং বৈশিষ্ট্যৰ সম্পর্কে জানিব লাগিব
00:15 এই টিউটোৰিয়েলত আমি Ubuntu 11.0 , JDK 1.6 , আৰু Eclipse 3.7.0 বয়ৱহাৰ কৰিছো
00:23 এই টিউটোৰিয়াল অনুসৰণ কৰিবলৈ বাবে আপিনাৰ উচৰত
00:26 Eclipse installed on your system, ইনস্টল Eclipse, আৰু - 00.28 আপনি  Eclipseত এটি সহজ জাভা প্রোগ্রাম লিখিবলৈ জানিব লাগিব. - 00:32 যদি নাজানে তেনেহলে এই বিষয়ে  সঠিক টিউটৰিয়েল আমাৰ ৱেবচাইটত চাওক - 00:40 Eclipse আইডিইয়ে অনেক ব্যবহাৰকাৰী বন্ধুত্বপূর্ণ বৈশিষ্ট্য সমর্থন কৰে - 00:44 Auto completion, - 00:45 Syntax highlighting, - 00:46 Error dialog box, আৰু - 00:48 শর্টকাট কী . - 00:49 আমি ইয়াৰ প্রতিটি বৈশিষ্ট্যবোৰক বিস্তাৰিতভাবে চাম. - 00:59 আমি 'Features নামেৰে একটি শ্রেণী তৈয়াৰ কৰিছো  আৰু প্রধান পদ্ধতি যোগ কৰিছো. - 01:05 আমি প্রথমে Eclipseত ' auto completionৰ ' বৈশিষ্ট্য চাম. - 01:10 ' প্রধান পদ্ধতি ভিতৰত' একটি খোলা বক্রবন্ধনী টাইপ কৰক আৰু এন্টাৰ টিপক - 01:17 আমি চাব পাৰো যে এইটি স্বয়ংক্রিয়ভাবে সংশ্লিষ্ট বন্ধ ধনুর্বন্ধনী সেট কৰে আৰু কার্সাৰক অবস্থান দেখোৱাই. - 01:25 ই জোড়াত কাম কৰা প্রত্যেক বৈশিষ্ট্যক সমাপ্ত কৰে. - 01:29 যেনে বন্ধনী, টাইপ কৰক খোলা বন্ধনী - 01:35 আমি চাব পাৰো যে আমি কেবল খোলা বন্ধনী টাইপ কৰিব লাগিব আৰু eclipseয়ে ক্লোজিং বন্ধনী স্বয়ংক্রিয়ভাবে যোগ কৰে. - 01:42 আৰু মন কৰক যে আমি যদি বন্ধ বন্ধনী টাইপ কৰিবলৈ অভ্যস্ত হও, তেনেহলে ই ইয়াৰ যত্ন লয় অতিৰিক্ত বন্ধ বন্ধনী যোগ নকৰি.


- 01:52 আমি এতিয়া বন্ধ বন্ধনী টাইপ কৰো আৰু মন কৰক যে কাৰচাৰ ডাল সো ফালে যায় আৰু অতিৰিক্ত বন্ধনী  যোগ কৰা নহয়.


- 02:02 ই দবল উদ্ধৃতি চিহ্নৰ সৈতেও অনুৰুপ ফ্যাশনত কাম কৰে. - 02:06 খোলা কোট লিখক আৰু ই এটি স্বয়ংক্রিয়ভাবে কোট বন্ধ কৰে. - 02:12 আমি যদি বন্ধ কোট টাইপ কৰিবলৈ অভ্যস্ত হয় , ই ইয়াৰ যত্ন লয় এটা অতিৰিক্ত উদ্ধৃতি যোগ নকৰি. - 02.19 আমি  যানো যে কোট টাইপ কৰা আৰু মন কৰক যে অতিৰিক্ত কোটৰ সৈতে সো ফালে যোৱা কার্সাৰ দাল  যোগ হোৱা নাই - 02:27 - 02:32 আৰু বন্ধ ধনুর্বন্ধনী অনুপস্থিতি, ক্লোজিং বন্ধনী অনুপস্থিতি আৰু বন্ধ কোট অনুপস্থিতি নিচিনা এৰৰ প্রতিৰোধ কৰে - 02:44 আমি  পৰবর্তী প্রোগ্রামিং বৈশিষ্ট্য' suggestion চাম - 02:48 আমি টাইপ কৰা সকলো খিনি চাম. - 02:54 একটি আমি  “hello”. System dot' শব্টো প্রিন্ট কৰিবলৈ আউটপুট স্তেটমেন্ট টাইপ কৰিম .


- 03:07 লক্ষ্য কৰক যে Eclipseয়ে এটি ড্রপ ডাউন তালিকা প্রদর্শন কৰে


- 03:11 সূচীত সকলো সম্ভব সমাপ্তিৰ পৰামর্শ থাকে যেনে  err, in,out,console - 03:19 ' আউটলৈ স্ক্রোল ডাউন কৰক আৰু এন্টাৰ টিপক . আৰু এটি ডট টাইপ কৰক - 03:28 এতিয়া  Eclipseয়ে মডিউলৰ পৰা পৰামর্শ প্রদান কৰিব - 03:33 printlnলৈ স্ক্রোল ডাউন কৰক' আৰু এন্টাৰ টিপক আৰু paranthesis ভিতৰত  কটচত লিখক Hello - 03:57 আমি পৰবর্তী বৈশিষ্ট্য ' সিনট্যাক্স হাইলাইটিং ' বৈশিষ্ট্য চাম . - 04:02 মন কৰক যে ' public class, public static void সকলো ভিন্ন ৰঙত আছে  - 04:09 আৰু মন কৰক যে শব্দ ' হ্যালো ' নীলা ৰঙত আছে যি স্ট্ৰইঙ বোলি নির্দেশ কৰে - 04:16 এই সিনট্যাক্স হাইলাইটিং বৈশিষ্ট্য য়ে কীওয়ার্ড আৰু কোডৰ বিভিন্ন অংশত পার্থক্য কৰিবলৈ সাহায্য কৰে - 04:27 Eclipseয়ে এৰৰ বিচৰাতো প্রোগ্রামাৰক সাহায্য কৰে. - 04:31 একটি প্রোগ্রামত,বাও মার্জিনৰ উপৰত এৰৰক এটা ৰঙা ক্রস চিহ্ন দ্বাৰা দেখোৱা হয় . - 04:36 এই প্রোগ্রামত  আমি তাত এটা এ ৰৰ দেখা পাও আৰু এৰৰ টোত মাউচ লৈ যাওক - 04:46 আমি দেখো যে এৰৰে কয় যে সেমিকোলন অনুপস্থিত হয় আৰু  এৰৰ টো সমাধান কৰিবলৈ মীমাংসা প্রদর্শিত হয়. - 04:57 আমি যদি এৰৰ টো স্থাপন' নকৰাকৈ ৰান কৰো তেনেহলে সোক্লীক কৰি জাভা অ্যাপ্লিকেশন ' হিসাবে ৰান কৰক - 05:12 আমাৰ উচৰত একটি 'এৰৰ ডায়ালগ বক্স ' যি কয় যে তাত ঐটা এৰৰ আছে আৰু সোধে যে যদি আমি আগলৈ যাব লাগে নে নাই - 05:13 এতিয়াৰ বাবে আমি আগলৈ যাও. আমি মন কৰো যে তাত এটা আওটপুট আছে যি এৰৰ দেখোৱাই - 05:35 আমি যেতিয়া সমস্যাৰ কনসোলত যাম তেতিয়া সম্ভব সমাধানৰ সৈতে সকলো সমস্যা তালিকাভুক্ত কৰা হয় - 05:43 সেয়ে আমি একটি সেমিকোলন যুক্ত কৰি এৰ ৰ সমাধান কৰা যাওক. ' Ctrl , এস ' সংৰক্ষণ কৰিবলৈ - 05:53 Eclipseৰ পৰবর্তী প্রোগ্রামাৰ বান্ধব বৈশিষ্ট্য - শর্টকাট - কি হয় . - 06:01 কোনো প্রোগ্রামত সংৰক্ষণৰ বাবে সাধাৰণ শর্টকাট - কি হৈছে  ' Ctrl + এস আৰু খোলাৰ বাবে  ' Ctrl + ০ হয় . - 06:07 Eclipse ত অনেক বেশি ব্যবহৃত কর্ম বাবে শর্টকাট কি আছে . - 06:12 ' কন্ট্রোল ' F11 . কোড চালাবলৈ বাবে শর্টকাট হয় - 06:16 এতিয়া এইটো চেস্টস কৰো. আমি Ctrl আৰু F11 কি ধৰি ৰাখক আৰু আমি দেখো যে কদটো ৰান কৰা হয় আৰু আউটপুট ' হ্যালো প্ৰীন্ট কৰা হয় - 06:27 অন্যান্য বিকল্পৰ বাবে শর্টকাট কীবোৰ মেনুত দেখি চাব পাৰো. ৰান ত ক্লীক কৰক - 06:33 আৰু মন কৰক যে বিকল্পৰ সোফালৰ শেষৰ ফালে , শর্টকাট দেখোৱা হৈছে . - 06:40 সেয়ে ' ডিবাগ ৰ বাবে শর্টকাট কী ' F11 ' হয় - 06:45 এইটো এটা সৰু হয় কিন্তু Eclipseৰ প্রোগ্রামিং বৈশিষ্ট্যৰ এটি ব্যবহৃত তালিকা হয়.   আমি পৰবর্তী টিউটোৰিয়েলত ইয়াৰ বৈশিষ্ট্যবোৰ চাম - 06:56 এইখিনিতে  এই টিউটোৰিয়েললৈ শেষলৈ অহিলো. এই টিউটোৰিয়েলত , আমি Eclipseৰ প্রোগ্রামিং বৈশিষ্ট্যৰ ব্যবহার পদ্ধতি জেনে - 07:04 Auto completion, - 07:05 সিনট্যাক্স হাইলাইটিং , - 07:06   Error ডায়লগ বক্স , আৰু - 07:07 শর্টকাট কী . - 07:10 টিউটৰীয়েলৰ কাৰনে এটা  কাৰ্য্, - 07:12 "এটি বর্গ সৈতে এটি সহজ প্রোগ্রাম লিখক যি হ্যালো "হয় - 07:17 এই প্রক্রিয়াযত eclipsৰ সকলো প্রোগ্রামিং বৈশিষ্ট্যৰ প্রয়োগ কৰক. - 07:22 তাৰ ফাংচনত লক্ষয় কৰক - 07:25 spoken-tutorial projectৰ বিষয়ে অধিক জানিবলৈ - 07:28 তলৰ সংযোগত থকা ভিডিঅ’ চাওক।  - 07:30 কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে - 07:33 যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে। - 07:37 কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে - 07:39 কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে। - 07:42 এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে - 07:45 অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক। - 07:52 কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ। 07:56 ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয় - 08:02 এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব। - 08:07 এই পাঠটি অৰুন পাঠকে যোগদান কৰিছে. আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ। }

Contributors and Content Editors

Mousumi, PoojaMoolya, Pratik kamble