Firefox/C3/Themes-Popup-blocking/Assamese

From Script | Spoken-Tutorial
Revision as of 11:41, 28 August 2015 by Mousumi (Talk | contribs)

(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search
Time Narration
00:00 মোজিলা ফায়াৰফক্সত থীমস এৰ এই স্পোকেন টিউটোৰিয়েললৈ আপোনক স্বাগত।
00:05 এই টিউটোৰিয়েলত আমি শিকিম: থীমস, পার্সোনাস, মোজিলা ফায়াৰফক্সত অ্যাড (বিজ্ঞাপন) ব্লকিং।
00:13 মোজিলা ফায়াৰফক্সএ ব্যবহাৰকাৰীৰ পছন্দ বা প্রেফাৰেন্সেৰ অনুকুল কাস্টমাইজেসন প্রদান কৰে।
00:20 এটা কাস্টমাইজেসন হল থীমস।
00:23 এটা থীমে ফায়াৰফক্সৰ চেহাৰা সলনি কৰে।
00:27 পটভূমিৰ ৰং, বোতামৰ চেহাৰা আৰু লেআউট পৰিবর্তন কৰে।
00:32 এই টিউটোৰিয়েলত আমি উবুন্টু 10.04ত ফায়াৰফক্স সংস্কৰণ 7.0 ব্যবহাৰ কৰিছো।
00:40 এটা ফায়াৰফক্স ব্রাউজাৰ খুলো।
00:43 প্রথমে আমি শিকিম যে মোজিলা ফায়াৰফক্সৰ থীমক কিভাবে পৰিবর্তন কৰে।
00:48 প্রথমে, Load images automatically বিকল্প সক্রিয় কৰক, যাতে আমি ব্রাউজাৰত প্রদর্শিত ছবি দেখিবলৈ পাৰো।
00:58 Menu বাৰ পৰা, Edit আৰু তাৰপিছত Preferencesত টিপক।
01:03 Preferences ডায়ালগ বাক্সত, Content ট্যাব নির্বাচন কৰক।
01:08 Load images automatically বাক্স ছেক কৰক।
01:12 Closeত টিপক।
01:14 এতিয়া, URL বাৰত টিপক আৰু লিখক “addons.mozilla.org/firefox/themes”
01:25 Enter টিপক।
01:27 এইটোৱে আমাক Mozilla Firefox Add-ons এৰ বাবে Themes পৃষ্ঠালৈ লৈ যায়।
01:32 আমি ইয়াত থাম্বনেল হিসাবে অধিক সংখ্যায় থীমস দেখো।
01:37 থাম্বনেলে আপোনাক দেখায় যে থীম কিভাবে প্রদর্শিত হব।
01:41 ইয়াত আপোনি থীম চাবলৈ পাৰিব।
01:43 উপলব্ধ থীমসৰ শ্রেণী চাওক আৰু
01:46 অন্যান্য ব্যবহাৰকাৰীৰ দ্বাৰা প্রদত্ত ৰেটিং চাওক যোনে থীম ব্যবহাৰ কৰিছে।
01:52 আমি মাউসৰ সূচকক কিছু থীমসলৈ ঘোৰাও।
01:57 এতিয়া Shine Bright Skin থীমত টিপক।
02:01 এই পৃষ্ঠাত উপলব্ধ অনেক থীমৰ এইটো এটা।
02:05 Shine Bright Skin থীম পৃষ্ঠা প্রদর্শিত হয়।
02:09 Continue to Download বোতামত টিপক।
02:12 এইটোৱে আপোনাক থীম সম্পর্কে অতিৰিক্ত বিবৰণ প্রদত্তকাৰী পৃষ্ঠালৈ লৈ যায়।
02:17 থীম সংস্থাপিত কৰিবলৈ Add to Firefox বোতামত টিপক।
02:22 Add-on downloading প্রগতি বাৰ প্রদর্শিত হয়।
02:27 ইয়াৰ পিছত Software Installation নিশ্চিতকৰণ বার্তা প্রদর্শিত হয়।
02:32 Install Now ত টিপক।
02:34 এটা বার্তা প্রদর্শিত হব যি হল the theme will be installed once you restart Firefox.
02:40 Restart Now ত টিপক।
02:43 মোজিলা ফায়াৰফক্স বন্ধ হয়।
02:46 এইটোক পুনৰায় আৰম্ভ কৰিলে, নতুন থীম প্রয়োগ কৰা হয়।
02:51 আপোনাৰ থীমস পৃষ্ঠালৈ উভতি যাও।
02:54 এতিয়া আৰুএটা থীম নির্বাচন কৰো।
02:57 এই থীমে Add to Firefox বোতাম প্রদর্শন কৰে।
03:01 এইটোৱে নির্বাচিত থীম ডাউনলোড কৰিব।
03:05 এবাৰ ডাউনলোড সম্পন্ন হলে, এটা সতর্কতামূলক বার্তা উইন্ডো প্রদর্শিত হয়।
03:10 Install Now বোতামত টিপক।
03:13 আপোনাৰ ফায়াৰফক্স ব্রাউজাৰ পুনৰায় আৰম্ভ কৰাৰ অনুৰোধ জনোৱা হব।
03:16 Restart now বোতামত টিপক।
03:19 মোজিলা ফায়াৰফক্স বন্ধ হয়।
03:22 এইটো পুনৰায় আৰম্ভ হলে, নতুন থীম প্রয়োগ কৰা হয়।
03:27 সেয়ে আপোনি দেখিব যে, থীমে, ব্রাউজাৰৰ চেহাৰা উন্নত কৰিবলৈ সাহায্য কৰে।
03:31 এইটোৱে আপোনাৰ অনন্য পছন্দ অনুযায়ী ফায়াৰফক্স ব্রাউজাৰক কাস্টমাইজ কৰে।
03:36 যদি কোনো কাৰণে, আপোনি ডিফল্ট থীমলৈ উভতি যাব বিছাৰে,
03:40 তেনেহলে, Tools আৰু Add-onsত টিপক।
03:44 বাও প্যানেলত, Appearance ট্যাবত টিপক।
03:48 ইয়াত ডাউনলোড কৰা সকলো থীম দৃশ্যমান হয়।
03:53 ইয়াত Default Theme চাওক।
03:56 Enable বোতামত টিপক।
03:59 Restart now বোতামত টিপক।
04:02 মোজিলা ফায়াৰফক্স বন্ধ হৈ পুনৰায় আৰম্ভ হব।
04:06 পুনৰায় আৰম্ভ হলে, ডিফল্ট থীম আকৌ এবাৰ দৃশ্যমান হয়।
04:12 Add-ons ট্যাব বন্ধ কৰক।
04:16 পার্সোনাস ফায়াৰফক্সৰ বাবে বিনামূল্য, সংস্থাপিত কৰিবলৈ সহজ "skins".
04:22 পার্সোনাস প্লাসে অধিক নিয়ন্ত্রণৰ বাবে,
04:26 নতুন, জনপ্রিয়, আৰু আপোনাৰ নিজৰ প্রিয় পার্সোনাসৰ
04:28 সহজ উপলব্ধৰ (এক্সেসৰ) বাবে অন্তর্নিহিত কার্যকাৰিতা প্রসাৰিত কৰে।
04:34 URL বাৰত টিপক আৰু লিখক “addons.mozilla.org/firefox/personas”.
04:44 Enter টিপক।
04:47 এইটোৱে আমাক Mozilla Firefox Add-ons এৰ Personas পৃষ্ঠালৈ লৈ যায়।
04:52 আমি ইয়াত অধিক সংখ্যায়ৰ পার্সোনাস দেখো।
04:56 আপোনাৰ পছন্দৰ যিকোনো পার্সোনাত টিপক।
05:01 এইটোৱে আপোনাক সেই পৃষ্ঠালৈ লৈ যাব যিয়ে নির্বাচিত পার্সোনাৰ বিবৰণ দিয়ে।
05:06 Add to Firefox বোতামত টিপক।
05:09 সতর্কৰ বাবে উপৰত এটা নোটিফিকেশন বাৰ প্রদর্শিত হব যে নতুন থীম সংস্থাপিত হৈ গৈছে।
05:16 নোটিফিকেশন বাৰৰ সোফালে সৰু "X" চিহ্ন এৰ উপৰত টিপক।
05:21 ফায়াৰফক্সে স্বয়ংক্রিয়ভাবে এই পার্সোনা সংস্থাপিত কৰে।
05:28 প্রায়েই বিজ্ঞাপন আমাৰ ইন্টাৰনেট অভিজ্ঞতাৰ সৈতে হস্তক্ষেপ(interfere ) কৰে।
05:32 কিন্তু ইয়াত বিশেষ সফটওয়্যাৰ আছে যিয়ে বিজ্ঞাপন  ব্লক কৰিবলৈ সাহায্য কৰে।
05:36 Adblock হল এই ধৰনৰ অ্যাড-অন।
05:39 Tools আৰু তাৰপিছত Add-onsত টিপক।
05:43 উপৰৰ সোফালে অংশত, সার্চ ট্যাবত Adblock বিচাৰক। Enter টিপক।
05:51 Ad blocking সফ্টওয়্যাৰৰ এটা তালিকা প্রদর্শিত হৈছে।
05:55 Adblock Plus এৰ বাবে Install বোতামত টিপক।
05:59 Adblock ডাউনলোড আৰম্ভ হয়।
06:02 হৈ গল। Ad blocker এতিয়া সংস্থাপিত হৈ গৈছে।
06:06 এটা নোটিফিকেশন বার্তা প্রদর্শিত হয় যি কয় যে, “Adblock will be installed after you restart Firefox”.
06:14 Restart now লিঙ্কত টিপক।
06:17 মোজিলা ফায়াৰফক্স বন্ধ হৈ পুনৰায় আৰম্ভ হব।
06:21 পুনৰায় আৰম্ভ হলে, অ্যাড ব্লকাৰ প্রভাবিত হব।
06:25 যদিও, অ্যাড ব্লকাৰ ব্যবহাৰৰ কিছু নেতিবাচক ফলাফল আছে।
06:30 যেতিয়া অ্যাড ব্লকাৰ অন থাকে,কিছু সাইটে প্রবেশৰ অনুমতি নিদিয়ে।
06:35 ইয়াৰ কাৰণ হল, অনেক বিনামূল্যৰ সাইটে অ্যাডৰ পৰা আয় উপার্জন কৰে।
06:41 অ্যাড ব্লকাৰে ব্রাউজাৰত প্রদর্শিত হোৱা কিছু সাইটবোৰক প্রতিৰোধ কৰিব পাৰে।
06:46 অ্যাড ব্লক কৰোতে এই ফ্যাকটৰবোৰ সাবধানেৰে বিচাৰ কৰা দৰকাৰ ।
06:51 ইয়াতে টিউটোৰিয়েলৰ শেষলৈ আহিছো।
06:54 এই টিউটোৰিয়েলত, আমি থীমস, পার্সোনাস, অ্যাড ব্লকিং সম্পর্কে শিকিছো।
07:00 এতিয়া নির্দেশিত কাম।
07:03 "NASA night launch" থীম সংস্থাপিত(Install) কৰক।
07:06 তাৰপিছত ডিফল্ট থীমলৈ উভতি যাওক।
07:10 yahoo.com ৰ পৰা প্রাপ্ত ফাইল নোহোৱাকৈ সকলো পপ আপোস ব্লক কৰক।
07:15 স্পৌকেন টিওটৰিয়েল প্ৰজেক্টৰ বিষয়ে অধিক জানিবৰ বাবে, তলৰ সংযোগত থকা ভিদিয়'তো চাওক ।
07:18 স্পৌকেন টিওটৰিয়েল প্ৰকল্পৰ সাৰাংশ ইয়াতে আছে ।
07:21 যদি আপোনাৰ bandwidth ভাল নহয় তেতিয়াহলে ইয়াক download কৰিও চাব পাৰে ।
07:25 স্পৌকেন টিওটৰিয়েল প্ৰকল্পৰ দলটিয়ে:
07:28 স্পকেন টিওটৰিয়েলৰ সহায়েৰে কর্মশালা আদি অনুষ্ঠিত কৰে
07:31 এটা online পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে ।
07:35 অধিক জানিবৰ বাবে অনুগ্ৰহ কৰি এই ঠিকনাত লিখক contact@spoken-tutorial.org
07:41 স্পৌকেন টিওটৰিয়েলৰ প্ৰকল্প “Talk to a Teacher” প্ৰকল্পৰ এটা অংগ ।
07:45 ই ভাৰত সৰকাৰৰ MHRDৰ, ICTৰ মাধ্যমেৰে ৰাষ্ট্ৰীয় শীক্ষা Missionৰ দ্ৱাৰা সমৰ্থিত হয় ।
07:53 এই অভিযান সম্পৰ্কে অধিক তথ্য এই লিংকত পোৱা যাব
07:56 spoken hyphen tutorial dot org slash NMEICT hyphen Intro
08:04 এই পাঠটি অনামিকা মেধীৰ দ্ৱাৰা অনুবাদ কৰা হৈছে। আই আই টি বম্বেৰ পৰা মই মৌচুমি মেধী এতিয়া আপোনাৰ পৰা বিদায় লৈছো।
08:08 অংশগ্রহনৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Anamika, Mousumi