PERL/C2/Functions-in-Perl/Assamese

From Script | Spoken-Tutorial
Revision as of 17:19, 4 July 2014 by Mousumi (Talk | contribs)

Jump to: navigation, search
Time
Narration
00.01 Functions in Perlৰ স্পকেন টিওটৰিয়েল লৈ আপোনাক স্ৱাগতম ।
00.06 এই টিওটৰিয়েলত আমি শিকিম-
00.10 ‘‘পাৰ্লৰ function‘‘ সমূহ
00.11 arguments ৰ সৈতে থকা ‘‘functions
00.13 return valuesৰ সৈতে থকা ‘‘functions
00.16 এই টিওটৰিয়েলৰ বাবে মই ব্যৱহাৰ কৰিছো
00.18 ‘‘উবুন্টু লিনাক্স ১২.০৪ অপাৰেতিং সিস্টেম
00.22 ‘‘পাৰ্ল ৫.১৪.২ আৰু
00.24 ‘‘যিএদিত' (gedit)' টেক্সট এদিতৰ
00.27 আপুনি নিজৰ ইচ্ছা অনুসৰি যিকোনো এটা টেক্সট এদিতৰ বাচিব ল‘ব পাৰে।
00.31 পাৰ্লৰ ‘‘ভেৰিয়েবল,কম্মেন্ত,লোপ,কন্দিশনেল স্টেটমেন্ট আৰু দাতা ষ্ট্ৰাকষ্টাৰ ৰ (variables, comments, loops, conditional statements and Data Structures) ওপৰত আপোনাৰ সামান্য জ্ঞান থকাতো উচিত
00.41 ‘‘স্পকেন টিওটৰিয়েল‘‘ ৱেবচাইটত থকা এই ‘‘টিওটৰিয়েল‘‘ সম্পৰ্কীয় ‘‘স্পকেন টিওটৰিয়েল‘‘ সমূহ পঢ়িব পাৰে।
00.47 আমি প্ৰথমে কিচুমান সৰল ‘‘পাৰ্ল ফান্কসন‘‘(Perl functions) চাম।
00.51 ‘‘পাৰ্লত‘‘ থকা ফান্কসন subroutines সমূহ ‘‘‘sub keyword ৰ সহায়ত বৰ্ণনা কৰা হয়।
00.57 বৰ্ণনা কৰি ৰখা ‘‘function এটাৰ দেফিনাছন (সংজ্ঞা) কাৰ্লী ব্ৰেকেটৰ মাজত লিখা যায়।
01.03 এই ‘‘functionটোৱে একো ‘‘argument নলয়।
01.07 আৰু ই একো ঘোৰায় নিদিয়ে।
01.10 টোকা: লিপিত অথবা বেলেগ ‘‘moduleত ‘‘functionৰ দেফিনাছন (সংজ্ঞা) সমূহ যিকোনো ঠাইতে লিখিব পাৰি।
01.17 তাৰ পাছত ‘‘functionটো ব্যৱহাৰ কৰিবৰ বাবে এই ‘‘moduleটো লিপিত সংযোগ কৰিব লাগিব।
01.24 লিপিত ‘‘ module ফাইল টি সংযোগ কৰিবৰ বাবে, আমি তলৰ syntax ব্যৱহাৰ কৰিব লাগিব


01.31 ‘‘ব্যৱহাৰ কৰক ModuleFileName semicolon


01.35 এটা চেম্পল প্ৰোগ্ৰামৰ সহায়ত ওপৰত বাখ্যা কৰা কথা বোৰ বুজো আহক।
01.39 আপুনাৰ টেক্সট এদিতৰত এটা ফাইল খোলক আৰু ‘‘simpleFunction dot pl বুলি নামাকৰণ কৰক।
01.46 ‘‘geditত এইটো হৈছে মোৰ ‘‘simpleFunction dot pl ফাইল।


01.51 স্ক্ৰীনত দেখোৱাৰ দৰে কোড (code) খিনি লিখক।
01.55 ইয়াত আমি এটা ‘‘function কল কৰিছো যিটো আমি বৰ্ণনা কৰি থৈছো।
02.00 তাৰ পাছত একজিকিুছন কন্ত্ৰোলটো সেই ‘‘functionটোলৈ পাছ কৰি দিয়া হয়।


02.06 এইটোৱেই হৈছে ‘‘functionটোৰ বৰ্ণনা আৰু বিৱৰণ ।
02.10 এই ‘‘functionটোৱে আমি দিয়া টেক্সট খিনি প্ৰীন্ট আওত কৰিব


02.14 আপুনাৰ ফাইল সংৰক্ষণ কৰক।
02.17

তাৰ পাছত টাৰমিনেল যাওক আৰু ‘‘পাৰ্ল লিপি একজিকিউট কৰক, এই খিনি টাইপ কৰি

02.24 perl simpleFunction dot pl
02.28 আৰু এন্টাৰ( Enter) টিপক।
02.30 টাৰমিনেলত আমি আওতপুত দেখা পাম।


02.38 এতিয়া, ‘‘argumentsৰ সৈতে থকা এটা ‘‘function চাওঁ আহক ।


02.44 এটা চেম্পল প্ৰগ্ৰেমৰৰ সহায়ত এই ফাংছনটো বুজো আহক ।


02.48 টেক্সট এদিতৰত (text editor) এখন ফাইল খোলক আৰু ইয়াক ‘‘functionWithArgs dot pl বুলি নামাকৰণ কৰক ।
02.57 যিএদিত (gedit) ত এইখনেই হৈছে মোৰ ‘‘functionWithArgs লিপি
03.02 স্ক্ৰীনত দেখোৱাৰ দৰে কোড (code) খিনি লিখক।


03.07 arguments ‘‘১০ আৰু ‘‘২০ৰ সৈতে ইয়াত আমি এটা ফা্নছন কল কৰিছো।


03.13 পাচ হোৱা ‘‘arguments বোৰ ‘‘$var1 আৰু ‘‘$var2ত ধৰি ৰখা হয়।
03.20 @ হৈছে এটা বিশেষ ‘‘Perl variable । এই বিশেষ ‘‘Perl variableৰ বিৱৰণি আমি পাছৰ টিওটৰিয়েলত ডাঙি ধৰিম ।


03.29 এই ‘‘functionটোৱে ২টা ‘‘variables যোগ কৰিব পাৰে আৰু উত্তৰটো প্ৰীন্ট কৰে।
03.37 ফাইল সংৰক্ষণ কৰক।


03.42 ‘‘@ হৈছে এটা বিশেষ ‘‘Perl array
03.46 এই ‘‘arrayটোৱে পাচ হোৱা ‘‘arguments বোৰ সংৰক্ষণ কৰে।


03.51 একেদৰে, আমি পাচ হোৱা ‘‘arguments বোৰ ‘‘variablesত ধৰি ৰাখিব পাৰো।
03.56 $var1 space = space shift @_ semicolon


04.04 $var2 space = space shift @_ semicolon


04.12 ‘‘shift @_ ‘‘@_ array ৰ প্ৰথম স্থানৰ পৰা পদাৰ্থ আতৰাই
04.21 আৰু তাক এটা ‘‘variable ত দিয়ে


04.24 বেলেগ এটা উপায় হৈছে, ‘‘$var1 space = space dollar underscrore open square bracket zero close square bracket semicolon
04.38 $var2 space = space dollar underscrore open square bracket 1 close square bracket semicolon
04.49 ‘‘index ব্যৱহাৰ কৰি ‘‘@_ arrayৰ পদাৰ্থ বিচৰা প্ৰচেষ্টা টি উপৰত বাখ্যা কৰা উপায়ৰ সৈতে একেই।


04.59 এতিয়া টাৰমিনেল যাওক আৰু লিপি খন একজিকিউট কৰিবলৈ টাইপ কৰক
05.06 আৰু এন্টাৰ প্ৰেছ কৰক ।


05.14 স্ক্ৰীনত আমি আওতপুত দেখা পাম।


05.23 এটিয়া, এটা মান ঘোৰায় দিয়া ‘‘functionsবোৰ চাওঁ আহক ।


05.32 এটা চেম্পল প্ৰগ্ৰেমৰ সহায়ত উপৰৰ কথাখিনি বুজো আহক
05.35 (gedit) যিএদিটত ‘‘funcWithSingleRtrnVal dot pl লিপি লৈ যাও আহক ।
05.46 টেক্সট এদিটৰত এখন ফাইল খোলক আৰু এইখিনি কোড (code) টাইপ কৰক ।
05.52 ইয়াত আমি ‘‘পেৰামিটাৰ হিচাপে ১০ আৰু ২০ লৈ ‘‘addVariables function কল কৰিছো ।
06.01 ‘‘functionয়ে পঠিৱা মান ‘‘$addition variableত ধৰি ৰখা হয় ।
06.09 এই functionটোৱে, পাচ কৰা পেৰামিটাৰ সমূহ যোগ কৰি উত্তৰটি দিয়ে ।
06.15 ফাইল সংৰক্ষণ কৰক ।
06.17 এতিয়া লিপি খন একজিকিউট কৰো আহক ।
06.20 সেই বাবে, টাৰমিনেল যাওক আৰু টাইপ কৰক -
06.24 ‘‘perl funcWithSingleRtrnVal dot pl আৰু এন্টাৰ প্ৰেছ কৰক ।
06.35 টাৰমিনেলত আওতপুত দেখা পাম ।


06.43 এতিয়া এটা ফাংছন চাওঁ আহক, যিটোৱে বহুসংখ্যক মান দিয়ে ।


06.48 এটা চেম্পল প্ৰগ্ৰেমৰ সহায়ত উপৰৰ কথাখিনি বুজো আহক


06.53 যিএদিটত এখন ফাইল খোলিলো আৰু নামাকৰণ কৰিলো ‘‘funcWithMultipleRtrnVals dot pl বুলি ।
07.04 উপৰত বাখ্যা কৰাৰ দৰেই, কাম খিনি টেক্সট এদিটিৰত কৰিব
07.08 এতিয়া, এইখিনি কোড টাইপ কৰক ।
07.13 ইয়াত আমি ১০ আৰু ২০ পেৰামিটাৰ হিচাপে লৈ ‘‘addVariables ফাংছনটো কল কৰিছো ।
07.21 ফাংছনটোৱে ঘোৰাই দিয়া মান সমূহ ‘‘$var1, $var2 আৰু $additionত ধৰি ৰখা হয় ।
07.31 এই ফাংছনটোৱে, যোগ কৰে আৰু পাচ কৰা পেৰামিটাৰ সমূহ ঘোৰাই দিয়ে আৰু উত্তৰটিয়ো ।
07.42 এইখিনি বিৱৰণে দেখুৱালে যে কিদৰে আমি এটা ‘‘functionৰ পৰা ‘‘array এটা ঘোৰাই দিব পাৰো ।
07.53 একেদৰে ই দেখুৱায় যে কিদৰে ফাংছনটো ৰ পৰা ‘‘hash ঘোৰাই দিব পাৰি ।


08.00 ফাইল সংৰক্ষণ কৰক ।


08.03 এতিয়া টাৰমিনেলত পাৰ্ল লিপি খন একজিকিউট কৰো আহক । টাইপ কৰক
08.10 perl funcWithMultipleRtrnVals dot pl
08.18 আৰু এন্টাৰ প্ৰেছ কৰক
08.20 টাৰমিনেলত আওতপুত দেখা পাম ।


08.32 ‘‘Perlয়ে বিভিন্ন ‘‘inbuilt function সমৰ্থন কৰে ।
08.36 তাৰে কিছুমান আমি আগৰ টিওটৰিয়েলত শিকিলো । উদাহৰণ স্ৱৰূপে- ‘‘Arrays, Hash, sort, scalar, each, keys আদি
08.49 ‘‘inbuilt functionবোৰ কল কৰা পদ্ধতি, যিকোনো এটা ফংছন কল কৰা পদ্ধতিৰে সৈতে একেই,
08.57 উদাহৰণ স্ৱৰূপে ‘‘sort open bracket @arrayName close bracket semicolon
09.04 আমি ব্যৱহাৰ কৰা চেম্পল প্ৰগ্ৰেম সমূহত কিছুমান ‘‘inbuilt functions সংযোগ কৰি চাওঁ আহক ।
09.10 আৰু তাৰ আওতপুত চাওঁ আহক ।
09.13 সাৰাংশ বৰ্ণনা কৰো আহক ।
09.15 এই টিওটৰিয়েলত আমি শিকিলো-
09.17 ‘‘পাৰ্লত Functions
09.19 ‘‘argumentsৰ সৈতে থকা ‘‘functions আৰু
09.22 চেম্পল প্ৰগ্ৰেম ব্যৱহাৰ কৰি ‘‘functions যিবোৰে মান ঘোৰাই দিয়ে ।
09.27 ইয়াত আপুনাৰ বাবে এটা কাৰ্য্য আছে ।
09.29 এটা ‘‘function লিখক যিটোৱে ৩টা ‘‘arguments ল'ব ।
09.33 এই ‘‘argument সমূহৰ ওপৰত কিছুমান একচ্যন কৰক
09.37 ‘‘argument ৰ ওপৰত কৰা একচ্যনৰ ৰিজাল্ট ঘূৰাই দিয়ক আৰু একেতাকেই প্রিন্ট কৰক।
09.43 তলৰ সংযোগত থকা ভিদিয়তো চাওক ।


09.47 Spoken Tutorial projectৰ সাৰাংশ ইয়াতে আছে ।


09.51 যদি আপোনাৰ bandwidth ভাল নহয় তেতিয়াহলে ইয়াক download কৰিও চাব পাৰে ।
09.56 Spoken Tutorial Project ৰ দলটিয়ে ‘‘spoken tutorialsৰ সহায়েৰে কর্মশালা আদি অনুষ্ঠিত কৰে ।
10.02 এটা online পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে ।
10.07 অধিক জানিবৰ বাবে অনুগ্ৰহ কৰি এই ঠিকনাত লিখক spoken hyphen tutorial dot org
10.14 ‘‘Spoken Tutorial Project ‘‘‘Talk to a Teacher projectৰ এটা অংগ ।


10.19 ই ভাৰত সৰকাৰৰ MHRDৰ, ICTৰ মাধ্যমেৰে ৰাষ্ট্ৰীয় শীক্ষা Missionৰ দ্ৱাৰা সমৰ্থিত হয়
10.28 এই Mission সম্পৰ্কে অধিক তথ্য এই linkত পোৱা যাব

spoken hyphen tutorial dot org slash NMEICT hyphen Intro


10.40 আশা কৰিছো আপুনি এই পাৰ্ল টিওটৰিয়েলটো ভাল পাব ।
10.43 এই পাঠটি প্ৰগয়ানৰ দ্ৱাৰা যোগদান কৰা হৈছে. আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো


10.46

যোগ দিয়াৰ বাবে ধণ্যবাদ ।

Contributors and Content Editors

Mousumi, PoojaMoolya, Pratik kamble