Difference between revisions of "Linux/C2/Basics-of-System-Administration/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
 
(10 intermediate revisions by 2 users not shown)
Line 1: Line 1:
Linux – Basics of System Administration
+
{| border=1
 
+
|'''Time'''
Time
+
|'''Narration'''
Narration
+
  
 
|-
 
|-
 
|00:02  
 
|00:02  
|নমস্কাৰ। আপোনাক Spoken Tutorial’ৰ ‘Basics of System Administration with LINUX’লৈ স্বাগতম জনোৱা হৈছে।
+
|নমস্কাৰ। আপোনাক স্পকেন টিউটৰিয়েলৰ ‘Basics of System Administration with LINUX’লৈ স্বাগতম জনোৱা হৈছে
  
 
|-
 
|-
 
|00:09
 
|00:09
এই tutorial’ত আমি শিকিম-
+
|এই টিউটৰিয়েলত আমি শিকিম-
  
 
|-
 
|-
 
|00:13  
 
|00:13  
adduser  
+
|adduser  
  
 
|-
 
|-
 
|00:14  
 
|00:14  
su  
+
|su  
  
 
|-
 
|-
 
|00:16  
 
|00:16  
usermod  
+
|usermod  
  
 
|-
 
|-
 
|00:17  
 
|00:17  
userdel  
+
|userdel  
  
 
|-
 
|-
 
|00:18  
 
|00:18  
id  
+
|id  
  
 
|-
 
|-
 
|00:19  
 
|00:19  
du  
+
|du  
  
 
|-
 
|-
 
|00:20  
 
|00:20  
df
+
|df
  
 
|-
 
|-
 
|00:22  
 
|00:22  
মই এই tutorial’ত Ubuntu 10.10 ব্যৱহাৰ কৰিছো।.
+
|মই এই টিউটৰিয়েলত Ubuntu 10.10 ব্যৱহাৰ কৰিছো
  
 
|-
 
|-
 
| 00:27  
 
| 00:27  
আগতে “General Purpose Utilities in Linux”’ৰ ওপৰত থকা spoken tutorial চাই আহক।
+
|আগতে “General Purpose Utilities in Linux”’ৰ ওপৰত থকা স্পকেন টিউটৰিয়েল চাই আহক।
  
 
|-
 
|-
 
|00:35  
 
|00:35  
যিটো এই website’ত পোৱা যায়।  
+
|যিটো এই website’ত পোৱা যায়।  
  
 
|-
 
|-
 
|00:39  
 
|00:39  
এজনৰ admin access থকাটো প্ৰয়োজন commandsবোৰ চলাবলৈ।
+
|এজনৰ admin access থকাটো প্ৰয়োজন commandsবোৰ চলাবলৈ
  
 
|-
 
|-
 
|00:47  
 
|00:47  
আহক প্ৰথমতে আমি শিকো নতুন user কেনেকৈ বনাব।
+
|আহক প্ৰথমতে আমি শিকো নতুন user কেনেকৈ বনাব
  
 
|-
 
|-
 
|00:53  
 
|00:53  
“adduser” command’এ এটা নতুন user login বনাব অনুগ্যা পত্রৰ সৈতে।
+
|“adduser” command’এ এটা নতুন user login বনাব অনুগ্যা পত্রৰ সৈতে
  
 
|-
 
|-
 
|01:01  
 
|01:01  
আমি যিকোনো user account যোগ কৰিব পাৰো “sudo” command’ৰ সহায়ত।
+
|আমি যিকোনো user account যোগ কৰিব পাৰো “sudo” command’ৰ সহায়ত
  
 
|-
 
|-
 
|01:06  
 
|01:06  
আহক মই “sudo” command’ৰ বিষয়ে চমু বিৱৰণ দিও।
+
|আহক মই “sudo” command’ৰ বিষয়ে চমু বিৱৰণ দিও
  
 
|-
 
|-
 
|01:11  
 
|01:11  
Sudo command’এ administrative user’ক command এটা super user হিচাপে চলাবলৈ অনুমতি দিয়ে।
+
|Sudo command’এ administrative user’ক command এটা super user হিচাপে চলাবলৈ অনুমতি দিয়ে
  
 
|-
 
|-
 
|01:19  
 
|01:19  
Sudo command’ৰ বহুত options থাকে। যেনেকৈ আমি এই tutorialটোত আগ বাঢ়ি যাও, আমি এই options বোৰৰ কথা শিকিম।
+
|Sudo command’ৰ বহুত options থাকে। যেনেকৈ আমি এই টিউটৰিয়েলটোত আগ বাঢ়ি যাও, আমি এই options বোৰৰ কথা শিকিম
  
 
|-
 
|-
 
|01:27  
 
|01:27  
আহক আমি “New User” কেনেকৈ বনাই শিকো৷  
+
|আহক আমি “New User” কেনেকৈ বনাই শিকো৷  
  
 
|-
 
|-
 
|01:32  
 
|01:32  
“Terminal” খুলক “Ctrl, Alt and t” একেলগে keyboard’ত press কৰি।
+
| “Ctrl, Alt and t” একেলগে keyboard’ত press কৰি “Terminal” খুলক
  
 
|-
 
|-
 
|01:45  
 
|01:45  
মই আগতেই “Terminal” খুলি থৈছো।
+
|মই আগতেই “Terminal” খুলি থৈছো
  
 
|-
 
|-
 
|01:49  
 
|01:49  
ইয়াতে “sudo space adduser” type কৰক আৰো Enter টিপক।
+
|ইয়াতে “sudo space adduser” type কৰক আৰো Enter টিপক
  
 
|-
 
|-
 
|01:58  
 
|01:58  
আপোনাক password খোজিব।
+
|আপোনাক password খোজিব
  
 
|-
 
|-
 
|02:01  
 
|02:01  
মই ইয়াতে “Admin” password দিম আৰু Enter টিপিম।
+
|মই ইয়াতে “Admin” password দিম আৰু Enter টিপিম
  
 
|-
 
|-
 
|02:07  
 
|02:07  
Terminal’ত type কৰা password  দেখা নেপায়।
+
|Terminal’ত type কৰা password  দেখা নেপায়
  
 
|-
 
|-
 
|02:11  
 
|02:11  
সেই কাৰণে password সাৱধানে type কৰিব।
+
|সেই কাৰণে password সাৱধানে type কৰিব
  
 
|-
 
|-
 
|02:16  
 
|02:16  
এবাৰ হোৱাৰ পিছত, এটা message “adduser: Only one or two names allowed” বুলি ওলাব।
+
|এবাৰ হোৱাৰ পিছত, এটা message “adduser: Only one or two names allowed” বুলি ওলাব
  
 
|-
 
|-
 
|02:27  
 
|02:27  
ব’লক আমি এজন নতুন user বনাও “duck” নাম দি।
+
|ব’লক আমি এজন নতুন user বনাও “duck” নাম দি
  
 
|-
 
|-
 
|02:34  
 
|02:34  
Command type কৰক।
+
|Command type কৰক
  
 
|-
 
|-
 
|02:36  
 
|02:36  
sudo space adduser space duck, আৰু Enter টিপক।.  
+
|sudo space adduser space duck, আৰু Enter টিপক.  
  
 
|-
 
|-
 
|02:45  
 
|02:45  
আমি “duck” নামৰ নতুন user এটা বনালো।
+
|আমি “duck” নামৰ নতুন user এটা বনালো
  
 
|-
 
|-
 
|02:49  
 
|02:49  
নতুন user বনুৱা প্ৰক্ৰিয়াত, এটা নতুন “home” নামৰ directory সেই user জনৰ কাৰণে বনোৱা হয়।
+
|নতুন user বনুৱা প্ৰক্ৰিয়াত, এটা নতুন “home” নামৰ directory সেই user জনৰ কাৰণে বনোৱা হয়
  
 
|-
 
|-
 
|02:58  
 
|02:58  
অনুগ্ৰহ কৰি মন কৰিব যে আমাক user “duck”ৰ কাৰণে এটা নতুন password খুজিব।
+
|অনুগ্ৰহ কৰি মন কৰিব যে আমাক user “duck”ৰ কাৰণে এটা নতুন password খুজিব
  
 
|-
 
|-
 
|03:05  
 
|03:05  
আপোনাৰ পছন্দৰ মতে password দিব, মোৰ ক্ষেত্ৰত মই “duck” type কৰিম আৰু Enter দতিপিম।
+
|আপোনাৰ পছন্দৰ মতে password দিব, মোৰ ক্ষেত্ৰত মই “duck” type কৰিম আৰু Enter দতিপিম
  
 
|-
 
|-
 
|03:17  
 
|03:17  
অনু্ৰহ কৰি নতুন password আকৌ type কৰক।
+
|অনু্ৰহ কৰি নতুন password আকৌ type কৰক
  
 
|-
 
|-
 
|03:20  
 
|03:20  
Password সদায় দুবাৰ খোজে নিৰাপত্তা আৰু নিশ্বিত কৰিবলৈ।
+
|Password সদায় দুবাৰ খোজে নিৰাপত্তা আৰু নিশ্বিত কৰিবলৈ
  
 
|-
 
|-
 
|03:26  
 
|03:26  
|এতিয়া আমাৰ নতুন user’ৰ password update হ’ল।
+
|এতিয়া আমাৰ নতুন user’ৰ password update হ’ল
  
 
|-
 
|-
 
|03:31  
 
|03:31  
|আমাক আৰু এই বিষয়ে পিছত শোধা হ’ব।
+
|আমাক আৰু এই বিষয়ে পিছত শোধা হ’ব
  
 
|-
 
|-
 
|03:35  
 
|03:35  
|কিন্ত এই সময়ৰ কাৰণে, “Full Name” “duck” বুলি লিখিম আৰু পাছৰখিনি খালি ৰাখি Enter টিপিম।
+
|কিন্ত এই সময়ৰ কাৰণে, “Full Name” “duck” বুলি লিখিম আৰু পাছৰখিনি খালি ৰাখি Enter টিপিম
  
 
|-
 
|-
Line 170: Line 169:
 
|-
 
|-
 
|03:47  
 
|03:47  
|মই নিশ্বিত কৰিম “y” টিপি।
+
|মই নিশ্বিত কৰিম “y” টিপি
  
 
|-
 
|-
 
|03:51  
 
|03:51  
|এইটোৱে নিশ্বিত কৰে যে সকলো জাননি শুদ্ধ হয়।
+
|এইটোৱে নিশ্বিত কৰে যে সকলো জাননি শুদ্ধ হয়
  
 
|-
 
|-
 
|03:55  
 
|03:55  
|ব’লক আমি চাও, user account বনোৱা হ’ল নে নাই।
+
|ব’লক আমি চাও, user account বনোৱা হ’ল নে নাই
  
 
|-
 
|-
Line 190: Line 189:
 
|-
 
|-
 
|04:09  
 
|04:09  
|আৰু Enter টিপক।
+
|আৰু Enter টিপক
  
 
|-
 
|-
 
|04:11  
 
|04:11  
|Home folder’ৰ user’ৰ list দেখোৱাবলৈ  “ls” command ব্যৱহাৰ কৰা হয়।
+
|Home folder’ৰ user’ৰ list দেখোৱাবলৈ  “ls” command ব্যৱহাৰ কৰা হয়
  
 
|-
 
|-
 
|04:17  
 
|04:17  
|আৰু এইয়া আমাৰ নতুনকৈ সজা “duck” নামৰ user।
+
|আৰু এইয়া আমাৰ নতুনকৈ সজা “duck” নামৰ user
  
 
|-
 
|-
 
|04:23  
 
|04:23  
|ব’লক আমি এতিয়া slides বোৰলৈ ঘূৰি যাও।
+
|ব’লক আমি এতিয়া slides বোৰলৈ ঘূৰি যাও
  
 
|-
 
|-
 
|04:26  
 
|04:26  
|এতিয়া পাছৰ command’তো হ’ল “su”।
+
|এতিয়া পাছৰ command’তো হ’ল “su”
  
 
|-
 
|-
Line 214: Line 213:
 
|-
 
|-
 
|04:34  
 
|04:34  
|এই command’টোৱে আমাক বৰ্তমান user’s পৰা আন এজন user’লৈ যাবলৈ সহায় কৰে।.
+
|এই command’টোৱে আমাক বৰ্তমান user’s পৰা আন এজন user’লৈ যাবলৈ সহায় কৰে
  
 
|-
 
|-
 
|04:39  
 
|04:39  
|ব’লক আমি এতিয়া Terminal যাও।
+
|ব’লক আমি এতিয়া Terminal যাও
  
 
|-
 
|-
 
|04:43  
 
|04:43  
|Command enter কৰক।
+
|Command enter কৰক
  
 
|-
 
|-
 
|04:45  
 
|04:45  
|“su space hyphen space duck” type কৰক “Terminal”ত আৰু Enter টিপক।
+
|“su space hyphen space duck” type কৰক “Terminal”ত আৰু Enter টিপক
  
 
|-
 
|-
 
|04:53  
 
|04:53  
|আপোনাক password খোজা হ’ব।
+
|আপোনাক password খোজা হ’ব
  
 
|-
 
|-
 
|04:56  
 
|04:56  
|মই ইয়াতে “duck” নামৰ user’ৰ password লিখিম যিটো আগতে দিয়া ম’তে “duck”এই আছিলে।
+
|মই ইয়াতে “duck” নামৰ user’ৰ password লিখিম যিটো আগতে দিয়া ম’তে “duck”এই আছিলে
  
 
|-
 
|-
 
|05:04  
 
|05:04  
|অনুগ্ৰহ কৰি মন কৰিব, Terminal আগৰ user’ৰ  পৰা তুন user’লৈ পৰিবৰ্তন হয়, যিতো আমাৰ ইয়াতে “duck”হয়।
+
|অনুগ্ৰহ কৰি মন কৰিব, Terminal আগৰ user’ৰ  পৰা তুন user’লৈ পৰিবৰ্তন হয়, যিতো আমাৰ ইয়াতে “duck”হয়
  
 
|-
 
|-
Line 246: Line 245:
 
|-
 
|-
 
|05:17  
 
|05:17  
|“logout” আৰু Enter টিপক।
+
|“logout” আৰু Enter টিপক
  
 
|-
 
|-
 
|05:22  
 
|05:22  
|এতিয়া বৰ্তমান user “duck”ৰ পৰা logout হয় আৰু আগৰ user account’লৈ, যিটো এই ক্ষেত্রত   
+
|এতিয়া বৰ্তমান user “duck”ৰ পৰা logout হয় আৰু আগৰ user account’লৈ, যিটো এই ক্ষেত্রত  “vinhai” হয়
 
+
|-
+
|
+
|“vinhai” হয়।
+
  
 
|-
 
|-
 
|05:31  
 
|05:31  
|ব’লক আমি “usermod” command.’ৰ বিষয়ে শিকো।
+
|ব’লক আমি “usermod” command.’ৰ বিষয়ে শিকো
  
 
|-
 
|-
Line 270: Line 265:
 
|-
 
|-
 
|05:46  
 
|05:46  
|Password নাইকিয়া কৰা।
+
|Password নাইকিয়া কৰা
  
 
|-
 
|-
 
|05:50  
 
|05:50  
|Account কিমান তাৰিখে বন্ধ হ’ব তাক দেখোওৱা।
+
|Account কিমান তাৰিখে বন্ধ হ’ব তাক দেখোওৱা
  
 
|-
 
|-
 
|05:55  
 
|05:55  
|ব’লক আমি এই commandটো চেষ্টা কৰি চাও্ঁ।
+
|ব’লক আমি এই commandটো চেষ্টা কৰি চাও্ঁ
  
 
|-
 
|-
 
|05:57  
 
|05:57  
|মই terminal’লৈ গৈ লও।
+
|মই terminal’লৈ গৈ লও
  
 
|-
 
|-
 
|05:59  
 
|05:59  
|User account duck’ৰ date of expiry কেনেকৈ ওলাই দেখাও আহ’ক।
+
|User account duck’ৰ date of expiry কেনেকৈ ওলাই দেখাও আহ’ক
  
 
|-
 
|-
Line 298: Line 293:
 
|-
 
|-
 
|06:33  
 
|06:33  
|আৰু Enter টিপক।
+
|আৰু Enter টিপক
  
 
|-
 
|-
 
|06:37  
 
|06:37  
|User account’ৰ expiry date set কৰা হয় command line’ত “-e” option’ৰ সহায়ত।
+
|User account’ৰ expiry date set কৰা হয় command line’ত “-e” option’ৰ সহায়ত
  
 
|-
 
|-
 
|06:46  
 
|06:46  
|আপুনি এতিয়া User account “duck”ৰ কাৰণে expiry date set কৰিলে।
+
|আপুনি এতিয়া User account “duck”ৰ কাৰণে expiry date set কৰিলে
  
 
|-
 
|-
 
|06:52  
 
|06:52  
|ব’লক আমি “uid” and “gid” command’ৰ ওপৰত আলোচনা কৰো।
+
|ব’লক আমি “uid” and “gid” command’ৰ ওপৰত আলোচনা কৰো
  
 
|-
 
|-
 
|06:57  
 
|06:57  
|“id – command” user আৰু group’ৰ পৰিচয় পৰিক্ষন কৰে।
+
|“id – command” user আৰু group’ৰ পৰিচয় পৰিক্ষন কৰে
  
 
|-
 
|-
 
|07:04  
 
|07:04  
|User’ৰ পৰিচয় জানিবলৈ, আমি “id space -(hyphen)u” ব্যৱহাৰ কৰো।
+
|User’ৰ পৰিচয় জানিবলৈ, আমি “id space -(hyphen)u” ব্যৱহাৰ কৰো
  
 
|-
 
|-
 
|07:12  
 
|07:12  
|Group user’ৰ পৰিচয় জানিবলৈ, আমি “id space -(hyphen)u” ব্যৱহাৰ কৰো।
+
|Group user’ৰ পৰিচয় জানিবলৈ, আমি “id space -(hyphen)u” ব্যৱহাৰ কৰো
  
 
|-
 
|-
 
|07:20  
 
|07:20  
|এতিয়া ব’লক আমি ইয়াৰ ওপৰত কাম কৰো।
+
|এতিয়া ব’লক আমি ইয়াৰ ওপৰত কাম কৰো
  
 
|-
 
|-
Line 334: Line 329:
 
|-
 
|-
 
|07:25  
 
|07:25  
|“id” আৰু Enter টিপক।
+
|“id” আৰু Enter টিপক
  
 
|-
 
|-
Line 342: Line 337:
 
|-
 
|-
 
|07:37  
 
|07:37  
|অকল  user id পাবলৈ, আমি “-(hyphen)u” option ব্যৱহাৰ কৰো।
+
|অকল  user id পাবলৈ, আমি “-(hyphen)u” option ব্যৱহাৰ কৰো
  
 
|-
 
|-
Line 350: Line 345:
 
|-
 
|-
 
|07:49  
 
|07:49  
|আৰু enter টিপো।
+
|আৰু enter টিপো
  
 
|-
 
|-
 
|07:50  
 
|07:50  
|এতিয়া আমি অকল userবোৰৰ id দেখা পাম।
+
|এতিয়া আমি অকল userবোৰৰ id দেখা পাম
  
 
|-
 
|-
Line 366: Line 361:
 
|-
 
|-
 
|08:02  
 
|08:02  
|“id space -(hyphen)n space -(hyphen)u” terminal’ত আৰু Enter টিপিম।
+
|“id space -(hyphen)n space -(hyphen)u” terminal’ত আৰু Enter টিপিম
  
 
|-
 
|-
 
|08:13  
 
|08:13  
|এতিয়া আমি id’ৰ সলনি কেৱল user’ৰ নাম দেখা পাম।
+
|এতিয়া আমি id’ৰ সলনি কেৱল user’ৰ নাম দেখা পাম
  
 
|-
 
|-
 
|08:20  
 
|08:20  
|ব’লক আমি এতিয়া GROUP ID’ৰ commandsবোৰ শিকো।
+
|ব’লক আমি এতিয়া GROUP ID’ৰ commandsবোৰ শিকো
  
 
|-
 
|-
Line 382: Line 377:
 
|-
 
|-
 
|08:29  
 
|08:29  
|য়াতো আমি group idবোৰ দেখা পাম।
+
|য়াতো আমি group idবোৰ দেখা পাম
  
 
|-
 
|-
Line 390: Line 385:
 
|-
 
|-
 
|08:38  
 
|08:38  
|“id space -(hyphen) (capital)G” আৰু Enter টিপক।
+
|“id space -(hyphen) (capital)G” আৰু Enter টিপক
  
 
|-
 
|-
 
|08:46  
 
|08:46  
|অনুগ্ৰ কৰি মন কৰিব যে মই capital G type কৰিছো।
+
|অনুগ্ৰ কৰি মন কৰিব যে মই capital G type কৰিছো
  
 
|-
 
|-
 
|08:50  
 
|08:50  
|আপোনি ইয়াৰ ফলাফল নিজে চাই ল’ক।
+
|আপোনি ইয়াৰ ফলাফল নিজে চাই ল’ক
  
 
|-
 
|-
 
|08:53  
 
|08:53  
|এতিয়া ব’লক আমি শিকো user account কেনেকৈ কাটে।
+
|এতিয়া ব’লক আমি শিকো user account কেনেকৈ কাটে
  
 
|-
 
|-
 
|08:57  
 
|08:57  
|ইয়াৰ বাবে আমি “userdel” command ব্যৱহাৰ কৰো।
+
|ইয়াৰ বাবে আমি “userdel” command ব্যৱহাৰ কৰো
  
 
|-
 
|-
 
|09:00  
 
|09:00  
| “userdel” command ব্যৱহাৰ কৰি আমি user account সদায়ৰ কাৰনে কাটিব পাৰো।
+
| “userdel” command ব্যৱহাৰ কৰি আমি user account সদায়ৰ কাৰনে কাটিব পাৰো
  
 
|-
 
|-
 
|09:07  
 
|09:07  
|ব’লক আমি terminal’ত এইয়া চেষ্টা কৰো।
+
|ব’লক আমি terminal’ত এইয়া চেষ্টা কৰো
  
 
|-
 
|-
Line 422: Line 417:
 
|-
 
|-
 
|09:22  
 
|09:22  
|মই  -(hyphen)r option ব্যৱহাৰ কৰিছো।
+
|মই  -(hyphen)r option ব্যৱহাৰ কৰিছো
  
 
|-
 
|-
 
|09:25  
 
|09:25  
|এইটো user’ক home directory’ৰ শৈতে কাতিবলৈ ব্যৱহাৰ কৰা হয়।
+
|এইটো user’ক home directory’ৰ শৈতে কাতিবলৈ ব্যৱহাৰ কৰা হয়
  
 
|-
 
|-
 
|09:30  
 
|09:30  
|ব’লক Enter টিপি চাও্ঁ কি হয়।
+
|ব’লক Enter টিপি চাও্ঁ কি হয়
  
 
|-
 
|-
 
|09:34  
 
|09:34  
|এতিয়া user “duck” কাট খাই গ’ল।
+
|এতিয়া user “duck” কাট খাই গ’ল
  
 
|-
 
|-
 
|09:38  
 
|09:38  
|Type কৰি পৰীক্ষন কৰক।
+
|Type কৰি পৰীক্ষন কৰক
  
 
|-
 
|-
 
|09:41  
 
|09:41  
|“ls space /(slash)home” আৰু Enter টিপক।
+
|“ls space /(slash)home” আৰু Enter টিপক
  
 
|-
 
|-
 
|09:47  
 
|09:47  
|আমি গম পাম যে user account “duck” কাট খালে।
+
|আমি গম পাম যে user account “duck” কাট খালে
  
 
|-
 
|-
 
|09:53  
 
|09:53  
|ব’লক আমি slides’লৈ ঘুৰি যাও।
+
|ব’লক আমি slides’লৈ ঘুৰি যাও
  
 
|-
 
|-
 
|09:56  
 
|09:56  
| Linux System Administration’ৰ কিছুমান দৰ্কাৰী commands হ’ল  “df” আৰু “du”
+
| Linux System Administration’ৰ কিছুমান দৰ্কাৰী commands হ’ল  “df” আৰু “du”  
  
 
|-
 
|-
 
|10:03  
 
|10:03  
|“df” command’এ disk’ত কিমান খালি ঠাই আছে তাৰে হিছাপ দিয়ে।
+
|“df” command’এ disk’ত কিমান খালি ঠাই আছে তাৰে হিছাপ দিয়ে
  
 
|-
 
|-
 
|10:08  
 
|10:08  
|আৰু “du” command’এ এটা file’এ কিমান যেগা লৈ আছে তাৰ হিছাপ দিয়ে।
+
|আৰু “du” command’এ এটা file’এ কিমান যেগা লৈ আছে তাৰ হিছাপ দিয়ে
  
 
|-
 
|-
 
|10:13  
 
|10:13  
|অনুগ্ৰহ কৰি এই ২টা command চেষ্টা কৰি তাৰ output assignment হিছাপে উলিয়াওক।
+
|অনুগ্ৰহ কৰি এই ২টা command চেষ্টা কৰি তাৰ output assignment হিছাপে উলিয়াওক
  
 
|-
 
|-
 
|10:19  
 
|10:19  
|ব’লক আমি terminal যাও, তাত আমি “df” command’ৰ কেইটামান দৰকাৰী options দেখোৱাও।
+
|ব’লক আমি terminal যাও, তাত আমি “df” command’ৰ কেইটামান দৰকাৰী options দেখোৱাও
  
 
|-
 
|-
 
|10:26  
 
|10:26  
|অনুগ্ৰহ কৰি df space -(hyphen)h type কৰি Enter টিপক।
+
|অনুগ্ৰহ কৰি df space -(hyphen)h type কৰি Enter টিপক
  
 
|-
 
|-
 
|10:33  
 
|10:33  
|ইয়াত Filesystem’ৰ size আৰু কিমন ঠাই ্যৱহাৰ কৰিছে তাকেই দেখাই।
+
|ইয়াত Filesystem’ৰ size আৰু কিমন ঠাই ্যৱহাৰ কৰিছে তাকেই দেখাই
  
 
|-
 
|-
 
|10:38  
 
|10:38  
|It also shows the space mounted on in a human readable format.
+
|human readable formatঅত কিমান খিনই space mounted হইচে সেইখিনিউ দেখাই
  
 
|-
 
|-
 
|10:46  
 
|10:46  
|ব’লক আমি এতিয়া “du” command’ৰ option কেইটামান চেষ্টা কৰো।
+
|ব’লক আমি এতিয়া “du” command’ৰ option কেইটামান চেষ্টা কৰো
  
 
|-
 
|-
 
|10:50  
 
|10:50  
|এতিয়া মই ধৰি লৈছো যে আপোনি কেইটামান text file, home folder’ত বনাইছে।
+
|এতিয়া মই ধৰি লৈছো যে আপোনি কেইটামান text file, home folder’ত বনাইছে
  
 
|-
 
|-
 
|10:57  
 
|10:57  
|যদি নাই বনোৱা, তেতিয়াহ’লে “General Purpose Utilities in Linux”ৰ tutorial চাওঁকগৈ।
+
|যদি নাই বনোৱা, তেতিয়াহ’লে “General Purpose Utilities in Linux”ৰ টিউটৰিয়েল চাওঁকগৈ
  
 
|-
 
|-
 
|11:04  
 
|11:04  
|মই আগতেই command চলিবলৈ কেইটামান text file home folder’ত বনাই থৈছো।
+
|মই আগতেই command চলিবলৈ কেইটামান text file home folder’ত বনাই থৈছো
  
 
|-
 
|-
Line 506: Line 501:
 
|-
 
|-
 
|11:15  
 
|11:15  
|“cd space /(slash) home” আৰু Enter টিপক।
+
|“cd space /(slash) home” আৰু Enter টিপক
  
 
|-
 
|-
 
|11:20  
 
|11:20  
|তাৰ পাছত type কৰক du space -(hyphen)s space *. (astrix dot) txt আৰু enter টিপক।
+
|তাৰ পাছত type কৰক du space -(hyphen)s space * (astrix dot) txt আৰু enter টিপক
  
 
|-
 
|-
 
|11:33  
 
|11:33  
|This command will give you a report on the txt files available in the directory along with its file sizes.
+
|এই কমানদেই আপুনাক দাইৰেকতৰীত থকা তেকসত ফাইলচ আৰু ইয়াৰ ফাইল চাইজৰ উপৰত এতা ৰিপৰত দিব
  
 
|-
 
|-
Line 522: Line 517:
 
|-
 
|-
 
|11:47  
 
|11:47  
|“du space -(hyphen)ch space *.(astrix dot)txt” আৰু চাওক কি হয়।
+
|“du space -(hyphen)ch space *(astrix dot)txt” আৰু চাওক কি হয়
  
 
|-
 
|-
 
|11:59  
 
|11:59  
|ব’লক আমি slides বুৰলৈ ঘূৰি যাও।
+
|ব’লক আমি slides বুৰলৈ ঘূৰি যাও
  
 
|-
 
|-
Line 534: Line 529:
 
|-
 
|-
 
|12:03  
 
|12:03  
|“adduser” command’এ নতুন user নায়।
+
|“adduser” command’এ নতুন user নায়
  
 
|-
 
|-
 
|12:06  
 
|12:06  
|“su” command’এ এজন’ৰ পৰা আনজন user’লৈ পৰিবৰ্তন কৰে।
+
|“su” command’এ এজন’ৰ পৰা আনজন user’লৈ পৰিবৰ্তন কৰে
  
 
|-
 
|-
 
|12:09  
 
|12:09  
|“usermod” command’এ user account settings পৰিবৰ্তন কৰে।
+
|“usermod” command’এ user account settings পৰিবৰ্তন কৰে
  
 
|-
 
|-
 
|12:12  
 
|12:12  
|“userdel” command’এ user account delete কৰে।
+
|“userdel” command’এ user account delete কৰে
  
 
|-
 
|-
 
|12:15  
 
|12:15  
| id command to know the information about user ids and group ids.
+
| id command ’এ user ids and group ids ৰ বিষয়ে জাননী দিয়ে
  
 
|-
 
|-
 
|12:20  
 
|12:20  
|“df” command’এ file system’ৰ size আৰু তাৰ উপলব্ধতা দেখোৱায়।
+
|“df” command’এ file system’ৰ size আৰু তাৰ উপলব্ধতা দেখোৱায়
  
 
|-
 
|-
 
|12:24  
 
|12:24  
|“du” command’এ এটা file’এ কিমান যেগা আবদ্ধ কৰি আছে দেখোৱায়।
+
|“du” command’এ এটা file’এ কিমান যেগা আবদ্ধ কৰি আছে দেখোৱায়
  
 
|-
 
|-
 
|12:27  
 
|12:27  
|This brings us to the end of this tutorial on “Basics of system administration”  
+
|ইয়াতে আমাৰ “Basics of system administration” টিউটৰিয়েল-অৰ কথন প্ৰশিক্ষণৰ সামৰণি মাৰিছোঁ
  
 
|-
 
|-
Line 570: Line 565:
 
|-
 
|-
 
|12:37  
 
|12:37  
|Spoken Tutorial project’ সাৰাংশ দিয়ে।
+
| স্পকেন টিউটৰিয়েল project’ সাৰাংশ দিয়ে
  
 
|-
 
|-
 
|12:40  
 
|12:40  
|আপোনাৰ যদি ভাল bandwidth নাই, তেতিয়াহলে আপুনি download কৰিও চাব পাৰে।
+
|আপোনাৰ যদি ভাল bandwidth নাই, তেতিয়াহলে আপুনি download কৰিও চাব পাৰে
  
 
|-
 
|-
 
|12:44  
 
|12:44  
|আমি spoken tutorial ব্যৱহাৰ কৰি কৰ্মশালা পাতো। আমি কৄতজ্ঞতা পত্ৰ’ও দিও যোনে online test উত্তীৰ্ন কৰে। অধিক জানিবলৈ অনুগ্ৰহ কৰি আমাক যোগাযোগ কৰিব।
+
|আমি স্পকেন টিউটৰিয়েল ব্যৱহাৰ কৰি কৰ্মশালা পাতো। আমি কৄতজ্ঞতা পত্ৰ’ও দিও যোনে online test উত্তীৰ্ন কৰে। অধিক জানিবলৈ অনুগ্ৰহ কৰি আমাক যোগাযোগ কৰিব
  
 
|-
 
|-
 
|12:53  
 
|12:53  
|Spoken Tutorial “Talk to a Teacher” project’ৰ এটা ভাগ।
+
| স্পকেন টিউটৰিয়েল “Talk to a Teacher” project’ৰ এটা ভাগ
Supported by the National Mission on Education through ICT (NMEICT), MHRD, Government of India.
+
ICT, MHRD, গভৰ্ণমেন্ট অফ ইণ্ডিয়াৰ যোগেৰে এদুকেশ্যনৰ উপৰত নেশ্যনেল মিচন দ্বাৰা সমৰ্থিত
  
 
|-
 
|-
 
|13:03  
 
|13:03  
|More information is available on this url.
+
|এই মিচন বিষয়ক অধিক ইনফৰ্মেশ্যন স্প’কেন হাইফেন টিউট’ৰিয়েল dot org শ্লাশ্ব NMEICT হাইফেন ইন্ট্ৰ’ত উপলব্ধ
  
 
|-
 
|-
 
|13:08  
 
|13:08  
|This script has been contributed by ----------------------(name of the translator)
+
|এই টিউট’ৰিয়েলত বৰঙনি যোগালে এ
13:12  
+
 
and this is -----------------------(name of the recorder) from --------------------------(name of the place)signing off. Thanks for watching.
+
|-
 +
|13:12  
 +
|মই মৌচুমি মেধি চাইন অফ কৰিচু. অংশ গ্ৰহণৰ বাবে ধন্যবাদ

Latest revision as of 15:36, 27 February 2017

Time Narration
00:02 নমস্কাৰ। আপোনাক স্পকেন টিউটৰিয়েলৰ ‘Basics of System Administration with LINUX’লৈ স্বাগতম জনোৱা হৈছে
00:09 এই টিউটৰিয়েলত আমি শিকিম-
00:13 adduser
00:14 su
00:16 usermod
00:17 userdel
00:18 id
00:19 du
00:20 df
00:22 মই এই টিউটৰিয়েলত Ubuntu 10.10 ব্যৱহাৰ কৰিছো
00:27 আগতে “General Purpose Utilities in Linux”’ৰ ওপৰত থকা স্পকেন টিউটৰিয়েল চাই আহক।
00:35 যিটো এই website’ত পোৱা যায়।
00:39 এজনৰ admin access থকাটো প্ৰয়োজন commandsবোৰ চলাবলৈ
00:47 আহক প্ৰথমতে আমি শিকো নতুন user কেনেকৈ বনাব
00:53 “adduser” command’এ এটা নতুন user login বনাব অনুগ্যা পত্রৰ সৈতে
01:01 আমি যিকোনো user account যোগ কৰিব পাৰো “sudo” command’ৰ সহায়ত
01:06 আহক মই “sudo” command’ৰ বিষয়ে চমু বিৱৰণ দিও
01:11 Sudo command’এ administrative user’ক command এটা super user হিচাপে চলাবলৈ অনুমতি দিয়ে
01:19 Sudo command’ৰ বহুত options থাকে। যেনেকৈ আমি এই টিউটৰিয়েলটোত আগ বাঢ়ি যাও, আমি এই options বোৰৰ কথা শিকিম
01:27 আহক আমি “New User” কেনেকৈ বনাই শিকো৷
01:32 “Ctrl, Alt and t” একেলগে keyboard’ত press কৰি “Terminal” খুলক
01:45 মই আগতেই “Terminal” খুলি থৈছো
01:49 ইয়াতে “sudo space adduser” type কৰক আৰো Enter টিপক
01:58 আপোনাক password খোজিব
02:01 মই ইয়াতে “Admin” password দিম আৰু Enter টিপিম
02:07 Terminal’ত type কৰা password দেখা নেপায়
02:11 সেই কাৰণে password সাৱধানে type কৰিব
02:16 এবাৰ হোৱাৰ পিছত, এটা message “adduser: Only one or two names allowed” বুলি ওলাব
02:27 ব’লক আমি এজন নতুন user বনাও “duck” নাম দি
02:34 Command type কৰক
02:36 sudo space adduser space duck, আৰু Enter টিপক.
02:45 আমি “duck” নামৰ নতুন user এটা বনালো
02:49 নতুন user বনুৱা প্ৰক্ৰিয়াত, এটা নতুন “home” নামৰ directory সেই user জনৰ কাৰণে বনোৱা হয়
02:58 অনুগ্ৰহ কৰি মন কৰিব যে আমাক user “duck”ৰ কাৰণে এটা নতুন password খুজিব
03:05 আপোনাৰ পছন্দৰ মতে password দিব, মোৰ ক্ষেত্ৰত মই “duck” type কৰিম আৰু Enter দতিপিম
03:17 অনু্ৰহ কৰি নতুন password আকৌ type কৰক
03:20 Password সদায় দুবাৰ খোজে নিৰাপত্তা আৰু নিশ্বিত কৰিবলৈ
03:26 এতিয়া আমাৰ নতুন user’ৰ password update হ’ল
03:31 আমাক আৰু এই বিষয়ে পিছত শোধা হ’ব
03:35 কিন্ত এই সময়ৰ কাৰণে, “Full Name” “duck” বুলি লিখিম আৰু পাছৰখিনি খালি ৰাখি Enter টিপিম
03:46 Enter.
03:47 মই নিশ্বিত কৰিম “y” টিপি
03:51 এইটোৱে নিশ্বিত কৰে যে সকলো জাননি শুদ্ধ হয়
03:55 ব’লক আমি চাও, user account বনোৱা হ’ল নে নাই
04:00 এয়া কৰিবলৈ, অনুগ্ৰহ কৰি command prompt’ত type কৰক
04:04 “ls space /(slash) home”
04:09 আৰু Enter টিপক
04:11 Home folder’ৰ user’ৰ list দেখোৱাবলৈ “ls” command ব্যৱহাৰ কৰা হয়
04:17 আৰু এইয়া আমাৰ নতুনকৈ সজা “duck” নামৰ user
04:23 ব’লক আমি এতিয়া slides বোৰলৈ ঘূৰি যাও
04:26 এতিয়া পাছৰ command’তো হ’ল “su”
04:30 “su” মানে “Switch User”.
04:34 এই command’টোৱে আমাক বৰ্তমান user’s পৰা আন এজন user’লৈ যাবলৈ সহায় কৰে
04:39 ব’লক আমি এতিয়া Terminal যাও
04:43 Command enter কৰক
04:45 “su space hyphen space duck” type কৰক “Terminal”ত আৰু Enter টিপক
04:53 আপোনাক password খোজা হ’ব
04:56 মই ইয়াতে “duck” নামৰ user’ৰ password লিখিম যিটো আগতে দিয়া ম’তে “duck”এই আছিলে
05:04 অনুগ্ৰহ কৰি মন কৰিব, Terminal আগৰ user’ৰ পৰা তুন user’লৈ পৰিবৰ্তন হয়, যিতো আমাৰ ইয়াতে “duck”হয়
05:14 Logout কৰিবলৈ type কৰক
05:17 “logout” আৰু Enter টিপক
05:22 এতিয়া বৰ্তমান user “duck”ৰ পৰা logout হয় আৰু আগৰ user account’লৈ, যিটো এই ক্ষেত্রত “vinhai” হয়
05:31 ব’লক আমি “usermod” command.’ৰ বিষয়ে শিকো
05:35 “usermod” command’এ
05:37 super user বা root user বেলেগ user account’ৰ settings পৰিবৰ্তন কৰত সহায় কৰে, যেনে
05:46 Password নাইকিয়া কৰা
05:50 Account কিমান তাৰিখে বন্ধ হ’ব তাক দেখোওৱা
05:55 ব’লক আমি এই commandটো চেষ্টা কৰি চাও্ঁ
05:57 মই terminal’লৈ গৈ লও
05:59 User account duck’ৰ date of expiry কেনেকৈ ওলাই দেখাও আহ’ক
06:05 এতিয়া command prompt’ত, লিখক
06:09 sudo space usermod space -(hyphen)e space 2012-(hyphen)12-(hyphen)27 space duck
06:33 আৰু Enter টিপক
06:37 User account’ৰ expiry date set কৰা হয় command line’ত “-e” option’ৰ সহায়ত
06:46 আপুনি এতিয়া User account “duck”ৰ কাৰণে expiry date set কৰিলে
06:52 ব’লক আমি “uid” and “gid” command’ৰ ওপৰত আলোচনা কৰো
06:57 “id – command” user আৰু group’ৰ পৰিচয় পৰিক্ষন কৰে
07:04 User’ৰ পৰিচয় জানিবলৈ, আমি “id space -(hyphen)u” ব্যৱহাৰ কৰো
07:12 Group user’ৰ পৰিচয় জানিবলৈ, আমি “id space -(hyphen)u” ব্যৱহাৰ কৰো
07:20 এতিয়া ব’লক আমি ইয়াৰ ওপৰত কাম কৰো
07:22 Terminal’ত type কৰক
07:25 “id” আৰু Enter টিপক
07:29 এতিয়া আমি system’ত দেখা পাম User IDs and Group IDs যি আমি ব্যৱহাৰ কৰি আছো
07:37 অকল user id পাবলৈ, আমি “-(hyphen)u” option ব্যৱহাৰ কৰো
07:43 ব’লক আমি type কৰো, “id space -(hyphen)u”
07:49 আৰু enter টিপো
07:50 এতিয়া আমি অকল userবোৰৰ id দেখা পাম
07:55 কিন্তু যদি আমি userবোৰৰ নাম জানিব লগীয়া হয়, তেতিয়া?
08:00 সেয়া ওলিয়াবলৈ, আমি type কৰিম
08:02 “id space -(hyphen)n space -(hyphen)u” terminal’ত আৰু Enter টিপিম
08:13 এতিয়া আমি id’ৰ সলনি কেৱল user’ৰ নাম দেখা পাম
08:20 ব’লক আমি এতিয়া GROUP ID’ৰ commandsবোৰ শিকো
08:24 Type কৰক “ id space -(hyphen)g”.
08:29 য়াতো আমি group idবোৰ দেখা পাম
08:32 যদি আমি বৰ্তমান user group ID চাব খোজো, লিখক
08:38 “id space -(hyphen) (capital)G” আৰু Enter টিপক
08:46 অনুগ্ৰ কৰি মন কৰিব যে মই capital G type কৰিছো
08:50 আপোনি ইয়াৰ ফলাফল নিজে চাই ল’ক
08:53 এতিয়া ব’লক আমি শিকো user account কেনেকৈ কাটে
08:57 ইয়াৰ বাবে আমি “userdel” command ব্যৱহাৰ কৰো
09:00 “userdel” command ব্যৱহাৰ কৰি আমি user account সদায়ৰ কাৰনে কাটিব পাৰো
09:07 ব’লক আমি terminal’ত এইয়া চেষ্টা কৰো
09:09 ইয়াত type কৰো “sudo space userdel space -(hyphen)r space duck”.
09:22 মই -(hyphen)r option ব্যৱহাৰ কৰিছো
09:25 এইটো user’ক home directory’ৰ শৈতে কাতিবলৈ ব্যৱহাৰ কৰা হয়
09:30 ব’লক Enter টিপি চাও্ঁ কি হয়
09:34 এতিয়া user “duck” কাট খাই গ’ল
09:38 Type কৰি পৰীক্ষন কৰক
09:41 “ls space /(slash)home” আৰু Enter টিপক
09:47 আমি গম পাম যে user account “duck” কাট খালে
09:53 ব’লক আমি slides’লৈ ঘুৰি যাও
09:56 Linux System Administration’ৰ কিছুমান দৰ্কাৰী commands হ’ল “df” আৰু “du”
10:03 “df” command’এ disk’ত কিমান খালি ঠাই আছে তাৰে হিছাপ দিয়ে
10:08 আৰু “du” command’এ এটা file’এ কিমান যেগা লৈ আছে তাৰ হিছাপ দিয়ে
10:13 অনুগ্ৰহ কৰি এই ২টা command চেষ্টা কৰি তাৰ output assignment হিছাপে উলিয়াওক
10:19 ব’লক আমি terminal যাও, তাত আমি “df” command’ৰ কেইটামান দৰকাৰী options দেখোৱাও
10:26 অনুগ্ৰহ কৰি df space -(hyphen)h type কৰি Enter টিপক
10:33 ইয়াত Filesystem’ৰ size আৰু কিমন ঠাই ্যৱহাৰ কৰিছে তাকেই দেখাই
10:38 ই human readable formatঅত কিমান খিনই space mounted হইচে সেইখিনিউ দেখাই
10:46 ব’লক আমি এতিয়া “du” command’ৰ option কেইটামান চেষ্টা কৰো
10:50 এতিয়া মই ধৰি লৈছো যে আপোনি কেইটামান text file, home folder’ত বনাইছে
10:57 যদি নাই বনোৱা, তেতিয়াহ’লে “General Purpose Utilities in Linux”ৰ টিউটৰিয়েল চাওঁকগৈ
11:04 মই আগতেই command চলিবলৈ কেইটামান text file home folder’ত বনাই থৈছো
11:11 “home folder” যাবলৈ terminal’ত type কৰক
11:15 “cd space /(slash) home” আৰু Enter টিপক
11:20 তাৰ পাছত type কৰক du space -(hyphen)s space * (astrix dot) txt আৰু enter টিপক
11:33 এই কমানদেই আপুনাক দাইৰেকতৰীত থকা তেকসত ফাইলচ আৰু ইয়াৰ ফাইল চাইজৰ উপৰত এতা ৰিপৰত দিব
11:43 Assignment হিছাপে, command prompt’ত type কৰক
11:47 “du space -(hyphen)ch space *(astrix dot)txt” আৰু চাওক কি হয়
11:59 ব’লক আমি slides বুৰলৈ ঘূৰি যাও
12:01 চমুকৈ ক’বলৈ গ’লে, আমি শিকিলো:
12:03 “adduser” command’এ নতুন user নায়
12:06 “su” command’এ এজন’ৰ পৰা আনজন user’লৈ পৰিবৰ্তন কৰে
12:09 “usermod” command’এ user account settings পৰিবৰ্তন কৰে
12:12 “userdel” command’এ user account delete কৰে
12:15 id command ’এ user ids and group ids ৰ বিষয়ে জাননী দিয়ে
12:20 “df” command’এ file system’ৰ size আৰু তাৰ উপলব্ধতা দেখোৱায়
12:24 “du” command’এ এটা file’এ কিমান যেগা আবদ্ধ কৰি আছে দেখোৱায়
12:27 ইয়াতে আমাৰ “Basics of system administration” টিউটৰিয়েল-অৰ কথন প্ৰশিক্ষণৰ সামৰণি মাৰিছোঁ
12.33 url’ত থকা video’এ
12:37 স্পকেন টিউটৰিয়েল project’ সাৰাংশ দিয়ে
12:40 আপোনাৰ যদি ভাল bandwidth নাই, তেতিয়াহলে আপুনি download কৰিও চাব পাৰে
12:44 আমি স্পকেন টিউটৰিয়েল ব্যৱহাৰ কৰি কৰ্মশালা পাতো। আমি কৄতজ্ঞতা পত্ৰ’ও দিও যোনে online test উত্তীৰ্ন কৰে। অধিক জানিবলৈ অনুগ্ৰহ কৰি আমাক যোগাযোগ কৰিব
12:53 স্পকেন টিউটৰিয়েল “Talk to a Teacher” project’ৰ এটা ভাগ

ই ICT, MHRD, গভৰ্ণমেন্ট অফ ইণ্ডিয়াৰ যোগেৰে এদুকেশ্যনৰ উপৰত নেশ্যনেল মিচন দ্বাৰা সমৰ্থিত

13:03 এই মিচন বিষয়ক অধিক ইনফৰ্মেশ্যন স্প’কেন হাইফেন টিউট’ৰিয়েল dot org শ্লাশ্ব NMEICT হাইফেন ইন্ট্ৰ’ত উপলব্ধ
13:08 এই টিউট’ৰিয়েলত বৰঙনি যোগালে এ
13:12 মই মৌচুমি মেধি চাইন অফ কৰিচু. অংশ গ্ৰহণৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mousumi, Pratik kamble