Difference between revisions of "Linux/C2/Basics-of-System-Administration/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
Line 5: Line 5:
 
|-
 
|-
 
|00:02  
 
|00:02  
|নমস্কাৰ। আপোনাক Spoken Tutorial’ৰ ‘Basics of System |Administration with LINUX’লৈ স্বাগতম জনোৱা হৈছে
+
|নমস্কাৰ। আপোনাক Spoken Tutorial’ৰ ‘Basics of System Administration with LINUX’লৈ স্বাগতম জনোৱা হৈছে
  
 
|-
 
|-

Revision as of 15:34, 27 February 2017

Time Narration
00:02 নমস্কাৰ। আপোনাক Spoken Tutorial’ৰ ‘Basics of System Administration with LINUX’লৈ স্বাগতম জনোৱা হৈছে
00:09 এই tutorial’ত আমি শিকিম-
00:13 adduser
00:14 su
00:16 usermod
00:17 userdel
00:18 id
00:19 du
00:20 df
00:22 মই এই tutorial’ত Ubuntu 10.10 ব্যৱহাৰ কৰিছো
00:27 আগতে “General Purpose Utilities in Linux”’ৰ ওপৰত থকা spoken tutorial চাই আহক।
00:35 যিটো এই website’ত পোৱা যায়।
00:39 এজনৰ admin access থকাটো প্ৰয়োজন commandsবোৰ চলাবলৈ
00:47 আহক প্ৰথমতে আমি শিকো নতুন user কেনেকৈ বনাব
00:53 “adduser” command’এ এটা নতুন user login বনাব অনুগ্যা পত্রৰ সৈতে
01:01 আমি যিকোনো user account যোগ কৰিব পাৰো “sudo” command’ৰ সহায়ত
01:06 আহক মই “sudo” command’ৰ বিষয়ে চমু বিৱৰণ দিও
01:11 Sudo command’এ administrative user’ক command এটা super user হিচাপে চলাবলৈ অনুমতি দিয়ে
01:19 Sudo command’ৰ বহুত options থাকে। যেনেকৈ আমি এই tutorialটোত আগ বাঢ়ি যাও, আমি এই options বোৰৰ কথা শিকিম
01:27 আহক আমি “New User” কেনেকৈ বনাই শিকো৷
01:32 “Ctrl, Alt and t” একেলগে keyboard’ত press কৰি “Terminal” খুলক
01:45 মই আগতেই “Terminal” খুলি থৈছো
01:49 ইয়াতে “sudo space adduser” type কৰক আৰো Enter টিপক
01:58 আপোনাক password খোজিব
02:01 মই ইয়াতে “Admin” password দিম আৰু Enter টিপিম
02:07 Terminal’ত type কৰা password দেখা নেপায়
02:11 সেই কাৰণে password সাৱধানে type কৰিব
02:16 এবাৰ হোৱাৰ পিছত, এটা message “adduser: Only one or two names allowed” বুলি ওলাব
02:27 ব’লক আমি এজন নতুন user বনাও “duck” নাম দি
02:34 Command type কৰক
02:36 sudo space adduser space duck, আৰু Enter টিপক.
02:45 আমি “duck” নামৰ নতুন user এটা বনালো
02:49 নতুন user বনুৱা প্ৰক্ৰিয়াত, এটা নতুন “home” নামৰ directory সেই user জনৰ কাৰণে বনোৱা হয়
02:58 অনুগ্ৰহ কৰি মন কৰিব যে আমাক user “duck”ৰ কাৰণে এটা নতুন password খুজিব
03:05 আপোনাৰ পছন্দৰ মতে password দিব, মোৰ ক্ষেত্ৰত মই “duck” type কৰিম আৰু Enter দতিপিম
03:17 অনু্ৰহ কৰি নতুন password আকৌ type কৰক
03:20 Password সদায় দুবাৰ খোজে নিৰাপত্তা আৰু নিশ্বিত কৰিবলৈ
03:26 এতিয়া আমাৰ নতুন user’ৰ password update হ’ল
03:31 আমাক আৰু এই বিষয়ে পিছত শোধা হ’ব
03:35 কিন্ত এই সময়ৰ কাৰণে, “Full Name” “duck” বুলি লিখিম আৰু পাছৰখিনি খালি ৰাখি Enter টিপিম
03:46 Enter.
03:47 মই নিশ্বিত কৰিম “y” টিপি
03:51 এইটোৱে নিশ্বিত কৰে যে সকলো জাননি শুদ্ধ হয়
03:55 ব’লক আমি চাও, user account বনোৱা হ’ল নে নাই
04:00 এয়া কৰিবলৈ, অনুগ্ৰহ কৰি command prompt’ত type কৰক
04:04 “ls space /(slash) home”
04:09 আৰু Enter টিপক
04:11 Home folder’ৰ user’ৰ list দেখোৱাবলৈ “ls” command ব্যৱহাৰ কৰা হয়
04:17 আৰু এইয়া আমাৰ নতুনকৈ সজা “duck” নামৰ user
04:23 ব’লক আমি এতিয়া slides বোৰলৈ ঘূৰি যাও
04:26 এতিয়া পাছৰ command’তো হ’ল “su”
04:30 “su” মানে “Switch User”.
04:34 এই command’টোৱে আমাক বৰ্তমান user’s পৰা আন এজন user’লৈ যাবলৈ সহায় কৰে
04:39 ব’লক আমি এতিয়া Terminal যাও
04:43 Command enter কৰক
04:45 “su space hyphen space duck” type কৰক “Terminal”ত আৰু Enter টিপক
04:53 আপোনাক password খোজা হ’ব
04:56 মই ইয়াতে “duck” নামৰ user’ৰ password লিখিম যিটো আগতে দিয়া ম’তে “duck”এই আছিলে
05:04 অনুগ্ৰহ কৰি মন কৰিব, Terminal আগৰ user’ৰ পৰা তুন user’লৈ পৰিবৰ্তন হয়, যিতো আমাৰ ইয়াতে “duck”হয়
05:14 Logout কৰিবলৈ type কৰক
05:17 “logout” আৰু Enter টিপক
05:22 এতিয়া বৰ্তমান user “duck”ৰ পৰা logout হয় আৰু আগৰ user account’লৈ, যিটো এই ক্ষেত্রত “vinhai” হয়
05:31 ব’লক আমি “usermod” command.’ৰ বিষয়ে শিকো
05:35 “usermod” command’এ
05:37 super user বা root user বেলেগ user account’ৰ settings পৰিবৰ্তন কৰত সহায় কৰে, যেনে
05:46 Password নাইকিয়া কৰা
05:50 Account কিমান তাৰিখে বন্ধ হ’ব তাক দেখোওৱা
05:55 ব’লক আমি এই commandটো চেষ্টা কৰি চাও্ঁ
05:57 মই terminal’লৈ গৈ লও
05:59 User account duck’ৰ date of expiry কেনেকৈ ওলাই দেখাও আহ’ক
06:05 এতিয়া command prompt’ত, লিখক
06:09 sudo space usermod space -(hyphen)e space 2012-(hyphen)12-(hyphen)27 space duck
06:33 আৰু Enter টিপক
06:37 User account’ৰ expiry date set কৰা হয় command line’ত “-e” option’ৰ সহায়ত
06:46 আপুনি এতিয়া User account “duck”ৰ কাৰণে expiry date set কৰিলে
06:52 ব’লক আমি “uid” and “gid” command’ৰ ওপৰত আলোচনা কৰো
06:57 “id – command” user আৰু group’ৰ পৰিচয় পৰিক্ষন কৰে
07:04 User’ৰ পৰিচয় জানিবলৈ, আমি “id space -(hyphen)u” ব্যৱহাৰ কৰো
07:12 Group user’ৰ পৰিচয় জানিবলৈ, আমি “id space -(hyphen)u” ব্যৱহাৰ কৰো
07:20 এতিয়া ব’লক আমি ইয়াৰ ওপৰত কাম কৰো
07:22 Terminal’ত type কৰক
07:25 “id” আৰু Enter টিপক
07:29 এতিয়া আমি system’ত দেখা পাম User IDs and Group IDs যি আমি ব্যৱহাৰ কৰি আছো
07:37 অকল user id পাবলৈ, আমি “-(hyphen)u” option ব্যৱহাৰ কৰো
07:43 ব’লক আমি type কৰো, “id space -(hyphen)u”
07:49 আৰু enter টিপো
07:50 এতিয়া আমি অকল userবোৰৰ id দেখা পাম
07:55 কিন্তু যদি আমি userবোৰৰ নাম জানিব লগীয়া হয়, তেতিয়া?
08:00 সেয়া ওলিয়াবলৈ, আমি type কৰিম
08:02 “id space -(hyphen)n space -(hyphen)u” terminal’ত আৰু Enter টিপিম
08:13 এতিয়া আমি id’ৰ সলনি কেৱল user’ৰ নাম দেখা পাম
08:20 ব’লক আমি এতিয়া GROUP ID’ৰ commandsবোৰ শিকো
08:24 Type কৰক “ id space -(hyphen)g”.
08:29 য়াতো আমি group idবোৰ দেখা পাম
08:32 যদি আমি বৰ্তমান user group ID চাব খোজো, লিখক
08:38 “id space -(hyphen) (capital)G” আৰু Enter টিপক
08:46 অনুগ্ৰ কৰি মন কৰিব যে মই capital G type কৰিছো
08:50 আপোনি ইয়াৰ ফলাফল নিজে চাই ল’ক
08:53 এতিয়া ব’লক আমি শিকো user account কেনেকৈ কাটে
08:57 ইয়াৰ বাবে আমি “userdel” command ব্যৱহাৰ কৰো
09:00 “userdel” command ব্যৱহাৰ কৰি আমি user account সদায়ৰ কাৰনে কাটিব পাৰো
09:07 ব’লক আমি terminal’ত এইয়া চেষ্টা কৰো
09:09 ইয়াত type কৰো “sudo space userdel space -(hyphen)r space duck”.
09:22 মই -(hyphen)r option ব্যৱহাৰ কৰিছো
09:25 এইটো user’ক home directory’ৰ শৈতে কাতিবলৈ ব্যৱহাৰ কৰা হয়
09:30 ব’লক Enter টিপি চাও্ঁ কি হয়
09:34 এতিয়া user “duck” কাট খাই গ’ল
09:38 Type কৰি পৰীক্ষন কৰক
09:41 “ls space /(slash)home” আৰু Enter টিপক
09:47 আমি গম পাম যে user account “duck” কাট খালে
09:53 ব’লক আমি slides’লৈ ঘুৰি যাও
09:56 Linux System Administration’ৰ কিছুমান দৰ্কাৰী commands হ’ল “df” আৰু “du”
10:03 “df” command’এ disk’ত কিমান খালি ঠাই আছে তাৰে হিছাপ দিয়ে
10:08 আৰু “du” command’এ এটা file’এ কিমান যেগা লৈ আছে তাৰ হিছাপ দিয়ে
10:13 অনুগ্ৰহ কৰি এই ২টা command চেষ্টা কৰি তাৰ output assignment হিছাপে উলিয়াওক
10:19 ব’লক আমি terminal যাও, তাত আমি “df” command’ৰ কেইটামান দৰকাৰী options দেখোৱাও
10:26 অনুগ্ৰহ কৰি df space -(hyphen)h type কৰি Enter টিপক
10:33 ইয়াত Filesystem’ৰ size আৰু কিমন ঠাই ্যৱহাৰ কৰিছে তাকেই দেখাই
10:38 ই human readable formatঅত কিমান খিনই space mounted হইচে সেইখিনিউ দেখাই
10:46 ব’লক আমি এতিয়া “du” command’ৰ option কেইটামান চেষ্টা কৰো
10:50 এতিয়া মই ধৰি লৈছো যে আপোনি কেইটামান text file, home folder’ত বনাইছে
10:57 যদি নাই বনোৱা, তেতিয়াহ’লে “General Purpose Utilities in Linux”ৰ tutorial চাওঁকগৈ
11:04 মই আগতেই command চলিবলৈ কেইটামান text file home folder’ত বনাই থৈছো
11:11 “home folder” যাবলৈ terminal’ত type কৰক
11:15 “cd space /(slash) home” আৰু Enter টিপক
11:20 তাৰ পাছত type কৰক du space -(hyphen)s space * (astrix dot) txt আৰু enter টিপক
11:33 এই কমানদেই আপুনাক দাইৰেকতৰীত থকা তেকসত ফাইলচ আৰু ইয়াৰ ফাইল চাইজৰ উপৰত এতা ৰিপৰত দিব
11:43 Assignment হিছাপে, command prompt’ত type কৰক
11:47 “du space -(hyphen)ch space *(astrix dot)txt” আৰু চাওক কি হয়
11:59 ব’লক আমি slides বুৰলৈ ঘূৰি যাও
12:01 চমুকৈ ক’বলৈ গ’লে, আমি শিকিলো:
12:03 “adduser” command’এ নতুন user নায়
12:06 “su” command’এ এজন’ৰ পৰা আনজন user’লৈ পৰিবৰ্তন কৰে
12:09 “usermod” command’এ user account settings পৰিবৰ্তন কৰে
12:12 “userdel” command’এ user account delete কৰে
12:15 id command ’এ user ids and group ids ৰ বিষয়ে জাননী দিয়ে
12:20 “df” command’এ file system’ৰ size আৰু তাৰ উপলব্ধতা দেখোৱায়
12:24 “du” command’এ এটা file’এ কিমান যেগা আবদ্ধ কৰি আছে দেখোৱায়
12:27 ইয়াতে আমাৰ “Basics of system administration” tutorial-অৰ কথন প্ৰশিক্ষণৰ সামৰণি মাৰিছোঁ
12.33 url’ত থকা video’এ
12:37 Spoken Tutorial project’ সাৰাংশ দিয়ে
12:40 আপোনাৰ যদি ভাল bandwidth নাই, তেতিয়াহলে আপুনি download কৰিও চাব পাৰে
12:44 আমি spoken tutorial ব্যৱহাৰ কৰি কৰ্মশালা পাতো। আমি কৄতজ্ঞতা পত্ৰ’ও দিও যোনে online test উত্তীৰ্ন কৰে। অধিক জানিবলৈ অনুগ্ৰহ কৰি আমাক যোগাযোগ কৰিব
12:53 Spoken Tutorial “Talk to a Teacher” project’ৰ এটা ভাগ

ই ICT, MHRD, গভৰ্ণমেন্ট অফ ইণ্ডিয়াৰ যোগেৰে এদুকেশ্যনৰ উপৰত নেশ্যনেল মিচন দ্বাৰা সমৰ্থিত

13:03 এই মিচন বিষয়ক অধিক ইনফৰ্মেশ্যন স্প’কেন হাইফেন টিউট’ৰিয়েল dot org শ্লাশ্ব NMEICT হাইফেন ইন্ট্ৰ’ত উপলব্ধ
13:08 এই টিউট’ৰিয়েলত বৰঙনি যোগালে এ
13:12 মই মৌচুমি মেধি চাইন অফ কৰিচু. অংশ গ্ৰহণৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mousumi, Pratik kamble