Difference between revisions of "LibreOffice-Impress-on-BOSS-Linux/C2/Printing-a-Presentation-Document/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
(Created page with "{| border=1 |'''Time''' |'''Narration''' |- ||00:00 || LibreOffice Impress - Printing a Presentation’ৰ Spoken Tutorial’লৈ স্বাগতম। |- ||00:06 ||এ...")
 
 
Line 5: Line 5:
 
|-
 
|-
 
||00:00
 
||00:00
|| LibreOffice Impress - Printing a Presentation’ৰ Spoken Tutorial’লৈ স্বাগতম।
+
|| LibreOffice Impress - প্ৰীন্টিঙ এ প্ৰেজেনটেছন’ৰ স্পোকেন টিউটৰিয়েল’লৈ স্বাগতম।
  
 
|-
 
|-
 
||00:06
 
||00:06
||এই Tutorial’ত আমি printing’ৰ বিভিন্ন options শিকিম -
+
||এই টিউটৰিয়েল’ত আমি প্ৰীন্টিঙ’ৰ বিভিন্ন অপছন শিকিম -
  
 
|-
 
|-
 
||00:11
 
||00:11
||Slides Handouts Notes আৰু Outline
+
||স্লাইদ (slide)s Handouts নোট্চ (notes) আৰু Outline
  
 
|-
 
|-
 
||00:17
 
||00:17
||ইয়াতে আমি GNU Linux আৰু LibreOffice Suite version 3.3.4 ব্যৱহাৰ কৰিছো।
+
||ইয়াতে আমি GNU Linux আৰু LibreOffice Suite ভাৰ্চন 3.3.4 ব্যৱহাৰ কৰিছো।
  
 
|-
 
|-
 
||00:25
 
||00:25
||কিছুমান সময়ত আমাৰ presentation’ৰ কাৰণে আমি hard copies print কৰিব লগীয়া হয়।
+
||কিছুমান সময়ত আমাৰ প্ৰেজেনটেছন (প্ৰেজেনটেছন)’ৰ কাৰণে আমি হাৰ্দ কপিচ প্ৰীন্ট (hard copies) কৰিব লগীয়া হয়।
  
 
|-
 
|-
 
||00:29
 
||00:29
||উদাহৰণ স্বৰূপে, আপুনি আপোনাৰ দৰ্শকৰ ভৱিষ্যতৰ সুবিধাৰ্থে আপোনাৰ presentation’ৰ copy দিব পাৰে।
+
||উদাহৰণ স্বৰূপে, আপুনি আপোনাৰ দৰ্শকৰ ভৱিষ্যতৰ সুবিধাৰ্থে আপোনাৰ প্ৰেজেনটেছন’ৰ কপি দিব পাৰে।
  
 
|-
 
|-
 
||00:35
 
||00:35
||সেয়ে প্রথমতে, Sample Impress’ত double-click কৰি খোলো আহঁক।
+
||সেয়ে প্রথমতে, Sample Impress’ত ডবল ক্লিক কৰি খোলো আহঁক।
  
 
|-
 
|-
 
||00:41
 
||00:41
||আপোনাৰ slide’বোৰ print কৰিবলৈ, File আৰু Print’ত click কৰক। নহ’লে CTRL আৰু P press কৰক।
+
||আপোনাৰ স্লাইদ (slide)’বোৰ প্ৰইন্ট কৰিবলৈ, ফাইল আৰু প্ৰীন্ট’ত ক্লিক কৰক। নহ’লে CTRL আৰু P প্ৰেছ কৰক।
  
 
|-
 
|-
 
||00:50
 
||00:50
|| General আৰু Options tabবোৰৰ settingsৰ বিষয়ে জানিবলৈ <PAUSE>
+
|| General আৰু অপছন টেববোৰৰ settingsৰ বিষয়ে জানিবলৈ  
  
 
|-
 
|-
 
||00:55
 
||00:55
|| অনুগ্রহ কৰি ‘LibreOffice Writer series’ৰ Viewing and printing Documents’ৰ tutorial’টো চাব।
+
|| অনুগ্রহ কৰি ‘LibreOffice Writer series’ৰ Viewing and প্ৰীন্টিঙ Documents’ৰ টিউটৰিয়েলটো চাব।
  
 
|-
 
|-
 
| 01:02
 
| 01:02
|| Document field ‘ৰ print’ৰ ভিতৰৰ General tab’ত কিছুমান options দেখিবলৈ পাওঁ যিবোৰ আমি অকল Impress’ত দেখিবলৈ পাওঁ।
+
|| Document field ‘ৰ প্ৰীন্ট’ৰ ভিতৰৰ General টেব’ত কিছুমান অপছন দেখিবলৈ পাওঁ যিবোৰ আমি অকল Impress’ত দেখিবলৈ পাওঁ।
 
|-
 
|-
 
||01:09
 
||01:09
||এই optionবোৰে আমাক আমাৰ slidesবোৰ মনে বিচৰা format’ত print কৰাত সহায় কৰে।  
+
||এই অপছনবোৰে আমাক আমাৰ স্লাইদ (slide)বোৰ মনে বিচৰা format’ত প্ৰীন্ট কৰাত সহায় কৰে।
  
 
|-
 
|-
 
||01:15
 
||01:15
||Slides Handouts Notes আৰু Outline। আমি Slides optionটো বাছি ল’ম।
+
||স্লাইদ (slide) Handouts নোট্চ (notes) আৰু Outline। আমি স্লাইদ (slide) অপছনটো বাছি ল’ম।
  
 
|-
 
|-
 
||01:22
 
||01:22
||এতিয়া আমি LibreOffice Impress tab’ত click কৰিম।
+
||এতিয়া আমি LibreOffice Impress টেব’ত ক্লিক কৰিম।
  
 
|-
 
|-
 
||01:26
 
||01:26
||ইয়াতে আমি slide’ৰ কোনটো ভাগ print কৰিম, print’তৰ ৰং আৰু size বাছি ল’ব পাৰো।
+
||ইয়াতে আমি স্লাইদ (slide)’ৰ কোনটো ভাগ প্ৰীন্ট কৰিম, প্ৰীন্ট’ৰ ৰং আৰু size বাছি ল’ব পাৰো।
  
 
|-
 
|-
 
||01:34
 
||01:34
|| Contents’ৰ তলত, Slide name, ‘Date and time’ আৰু Hidden pages বাছি লওক।
+
|| Contents’ৰ তলত, স্লাইদ (slide) name, ‘Date and time’ আৰু Hidden পেজ বাছি লওক।
  
 
|-
 
|-
 
||01:41
 
||01:41
||Text’ৰ বিৱৰণী মতে, ই Slide name, ‘Date and time’ আৰু Hidden pages print কৰিব, যদি থাকে।
+
||Text’ৰ বিৱৰণী মতে, ই স্লাইদ (slide) name, ‘Date and time’ আৰু Hidden পেজ প্ৰীন্ট কৰিব, যদি থাকে।
  
 
|-
 
|-
Line 76: Line 76:
 
|-
 
|-
 
||01:53
 
||01:53
||Text’ৰ বিৱৰণী মতে, আন optionবোৰে slideটো তাৰ আচল ৰঙত বা কলা-বগা ৰঙত print কৰিব।
+
||Text’ৰ বিৱৰণী মতে, আন অপছনবোৰে স্লাইদ (slide)টো তাৰ আচল ৰঙত বা কলা-বগা ৰঙত প্ৰীন্ট কৰিব।
  
 
|-
 
|-
 
||02:00
 
||02:00
||আৰু Size’ৰ ভিতৰত, print কৰিব পৰা page’ৰ বাবে Fit বাছি লওক। Libreoffice impress tabঅত আপুনি আপুনাৰ মতে বেলেগ ধৰনৰ চাইজ অপচনো বাচি লব পাৰে
+
||আৰু Size’ৰ ভিতৰত, প্ৰীন্ট কৰিব পৰা পেজ’ৰ বাবে Fit বাছি লওক। Libreoffice impress টেবঅত আপুনি আপুনাৰ মতে বেলেগ ধৰনৰ চাইজ অপচনো বাচি লব পাৰে
  
 
|-
 
|-
 
||02:10
 
||02:10
||Print কৰাৰ উদ্দেশ্য অনুসৰি Page Layout tab’ত বিভিন্ন ধৰণৰ option উপলব্ধ।
+
||প্ৰীন্ট কৰাৰ উদ্দেশ্য অনুসৰি পেজ Layout টেব’ত বিভিন্ন ধৰণৰ অপছন উপলব্ধ।
  
 
|-
 
|-
 
||02:18
 
||02:18
||ধৰি লওক, আপোনি একেখন print কৰা page’তেই বহুসংখ্যক slides থকাটো বিচাৰিছে।
+
||ধৰি লওক, আপোনি একেখন প্ৰীন্ট কৰা পেজ’তেই বহুসংখ্যক স্লাইদ (slide)s থকাটো বিচাৰিছে।
  
 
|-
 
|-
Line 96: Line 96:
 
|-
 
|-
 
||02:29
 
||02:29
||এইয়া page’টোৰ এটা সৰু preview.
+
||এইয়া পেজ’টোৰ এটা সৰু প্ৰিভিও (preview).
  
 
|-
 
|-
 
||02:33
 
||02:33
||Drop-down arrow’ত click কৰক আৰু প্রতিখন page’ত কিমান সংখ্যক page print কৰিব সেয়া নিৰ্ধাৰণ কৰক।  
+
||Drop-down arrow’ত ক্লিক কৰক আৰু প্রতিখন পেজ’ত কিমান সংখ্যক পেজ প্ৰীন্ট কৰিব সেয়া নিৰ্ধাৰণ কৰক।
 
|-
 
|-
 
||02:39
 
||02:39
||যদি আমি ২ বাছনি কৰো, তেনেহ’লে preview’ত আমি ২খন page দেখিবলৈ পাম। যদি আমি ৬ বাছনি কৰো, তেনেহ’লে preview’ত আমি ৬খন page দেখিবলৈ পাম।
+
||যদি আমি ২ বাছনি কৰো, তেনেহ’লে প্ৰিভিও (preview)’ত আমি ২খন পেজ দেখিবলৈ পাম। যদি আমি ৬ বাছনি কৰো, তেনেহ’লে প্ৰিভিও (preview)’ত আমি ৬খন পেজ দেখিবলৈ পাম।
  
 
|-
 
|-
 
||02:48
 
||02:48
|| Draw a border around each page optionটো click কৰিলে ই print কৰাৰ সময়ত প্রতিটো page’ৰ চাৰিওপিনে এডাল ক’লা ীমাৰেখাৰ সৃষ্টি কৰে।  
+
|| Draw a border around each পেজ অপছনটো ক্লিক কৰিলে ই প্ৰীন্ট কৰাৰ সময়ত প্রতিটো পেজ’ৰ চাৰিওপিনে এডাল ক’লা ীমাৰেখাৰ সৃষ্টি কৰে।
 
|-
 
|-
 
||02:56
 
||02:56
||ই pageটোক অধিক আকৰ্ষণীয় কৰি তোলে।
+
||ই পেজটোক অধিক আকৰ্ষণীয় কৰি তোলে।
  
 
|-
 
|-
 
||02:59
 
||02:59
||পিছৰ option, Brochure,এ সহজ binding’ৰ কাৰণে slidesবোৰ brochure হিচাপে print কৰিবলৈ অনুমতি দিয়ে।
+
||পিছৰ অপছন, Brochure,এ সহজ binding’ৰ কাৰণে স্লাইদ (slide)বোৰ brochure হিচাপে প্ৰীন্ট কৰিবলৈ অনুমতি দিয়ে।
  
 
|-
 
|-
 
||03:06
 
||03:06
||কিন্তু এইটো ক্ষেত্ৰত আমি এই option বাছি নলও।  আপুনি নিজেই এই option পাছতকৈ চাব পাৰিব।
+
||কিন্তু এইটো ক্ষেত্ৰত আমি এই অপছন বাছি নলও।  আপুনি নিজেই এই অপছন পাছতকৈ চাব পাৰিব।
  
 
|-
 
|-
 
||03:14
 
||03:14
|| Options tab’ত থকা check boxবোৰ’ত clickযাতে নাই চাই ল’ব।
+
|| অপছন টেব’ত থকা check boxবোৰ’ত ক্লিকযাতে নাই চাই ল’ব।
  
 
|-
 
|-
 
||03:19
 
||03:19
||এই check boxবোৰ বিশেষ উদ্দেশ্যৰ কাৰণেহে, যিবোৰ আমি এই tutorial’ত আলোচনা নকৰো।
+
||এই check boxবোৰ বিশেষ উদ্দেশ্যৰ কাৰণেহে, যিবোৰ আমি এই টিউটৰিয়েল’ত আলোচনা নকৰো।
  
 
|-
 
|-
 
||03:25
 
||03:25
||এতিয়া Print button’ত click কৰক।
+
||এতিয়া প্ৰীন্ট বাটন’ত ক্লিক কৰক।
  
 
|-
 
|-
 
||03:28
 
||03:28
||যদি printer’টো সঠিকভাবে configure কৰা আছে তেতিয়াহ’লে printer’এ print কৰা start কৰিব।<PAUSE>
+
||যদি প্ৰীন্টাৰ’টো সঠিকভাবে কনফিগাৰ কৰা আছে তেতিয়াহ’লে প্ৰীন্টাৰে প্ৰীন্ট কৰা আৰম্ভ(start) কৰিব।
  
 
|-
 
|-
 
||03:36
 
||03:36
||এতিয়া ব’লক আমি Handouts option’ৰ কথা শিকো। File আৰু Print’ত click কৰক।
+
||এতিয়া ব’লক আমি Handouts অপছন’ৰ কথা শিকো। ফাইল আৰু প্ৰীন্ট’ত ক্লিক কৰক।
  
 
|-
 
|-
 
||03:41
 
||03:41
||আৰু Document field’ৰ Print’ৰ তলৰ General tab’ত থকা Handout বাছি লওঁক।
+
||আৰু Document field’ৰ প্ৰীন্ট’ৰ তলৰ General টেব’ত থকা Handout বাছি লওঁক।
  
 
|-
 
|-
 
||03:47
 
||03:47
||আগৰ পৰাই তাতে এখন page’ত ৪খন slides আৰু ক্রমশঃ বাওঁপিনৰ পৰা সোঁফালে তললৈ। Presentation’ৰ কাৰণে এইয়া তেনেকৈ থৈ দিওক।  
+
||আগৰ পৰাই তাতে এখন পেজ’ত ৪খন স্লাইদ (slide) আৰু ক্রমশঃ বাওঁপিনৰ পৰা সোঁফালে তললৈ। প্ৰেজেনটেছন’ৰ কাৰণে এইয়া তেনেকৈ থৈ দিওক।
  
 
|-
 
|-
 
||03:58
 
||03:58
|| LibreOffice Impress tab’ত, Size options disable হৈ থকা দেখিব।
+
|| LibreOffice Impress টেব’ত, Size অপছন ডিচেবল (disable) হৈ থকা দেখিব।
  
 
|-
 
|-
 
||04:05
 
||04:05
||ইয়াৰ কাৰণ হ’ল print’ৰ size,sheet’ত slide’ৰ পৰিমান আৰু size চাই নিৰ্ণয় কৰা হয়।
+
||ইয়াৰ কাৰণ হ’ল প্ৰীন্ট’ৰ size, শিট’ত স্লাইদ (slide)’ৰ পৰিমান আৰু size চাই নিৰ্ণয় কৰা হয়।
  
 
|-
 
|-
 
||04:12
 
||04:12
|| এতিয়া Print button’ত click কৰক।
+
|| এতিয়া প্ৰীন্ট বাটন’ত ক্লিক কৰক।
  
 
|-
 
|-
 
||04:15
 
||04:15
||Printer’টো ভালকৈ configure থাকিলে printer’এ print কৰিবলৈ আৰম্ভ কৰিব।
+
||প্ৰীন্টাৰটো ভালকৈ কনফিগাৰ থাকিলে প্ৰীন্টাৰে প্ৰীন্ট কৰিবলৈ আৰম্ভ কৰিব।
  
 
|-
 
|-
 
||04:20
 
||04:20
||প্রথম slide’লৈ ব’লক আৰু Notes tab’ত click কৰক।
+
||প্রথম স্লাইদ (slide)’লৈ ব’লক আৰু নোট্চ (notes) টেব’ত ক্লিক কৰক।
  
 
|-
 
|-
 
||04:25
 
||04:25
||ইয়াতে এখন note type কৰিম - “This is a sample note”.
+
||ইয়াতে এখন note টাইপ কৰিম - “This is a sample note”.
  
 
|-
 
|-
 
||04:30
 
||04:30
||Slide’ত type কৰা notes print কৰিবলৈ, File আৰু Print’ত click কৰক।
+
||স্লাইদ (slide)’ত টাইপ কৰা নোট্চ (notes) প্ৰীন্ট কৰিবলৈ, ফাইল আৰু প্ৰীন্ট’ত ক্লিক কৰক।
  
 
|-
 
|-
 
||04:35
 
||04:35
|| Document field’ৰ Print’ৰ ভিতৰত General tab’ত under Notes option বাছি লওক।
+
|| Document field’ৰ প্ৰীন্ট’ৰ ভিতৰত General টেব’ত আনডাৰ নোট্চ (under notes) অপছন বাছি লওক।
  
 
|-
 
|-
 
||04:42
 
||04:42
||Preview page’ৰ বাওপিনে চাওঁক। ই আপোনি type কৰা note Slide’ৰ তলৰফালে দেখোৱায়।
+
||প্ৰিভিও (preview) পেজ’ৰ বাওপিনে চাওঁক। ই আপোনি টাইপ কৰা note স্লাইদ (slide)’ৰ তলৰফালে দেখোৱায়।
  
 
|-
 
|-
 
||04:48
 
||04:48
||এতিয়া  LibreOffice Impress tab’ত click কৰক।
+
||এতিয়া  LibreOffice Impress টেব’ত ক্লিক কৰক।
  
 
|-
 
|-
 
||04:52
 
||04:52
||মন কৰিব যে Size’ৰ optionsবোৰ Notes print কৰাৰ সময়ত উপলব্ধ নহয়।
+
||মন কৰিব যে Size’ৰ অপছনsবোৰ নোট্চ (notes) প্ৰীন্ট কৰাৰ সময়ত উপলব্ধ নহয়।
  
 
|-
 
|-
 
||04:57
 
||04:57
||এতিয়া Print button’ত click কৰক। যদি printer ভালকৈ configure কৰা আছে তেতিয়া printer’এ print কৰা আৰম্ভ কৰিব।
+
||এতিয়া প্ৰীন্ট বাটন’ত ক্লিক কৰক। যদি প্ৰীন্টাৰ ভালকৈ কনফিগাৰ কৰা আছে তেতিয়া প্ৰীন্টাৰে প্ৰীন্ট কৰা আৰম্ভ কৰিব।
  
 
|-
 
|-
 
||05:05
 
||05:05
||শেষত presentation’ৰ সময়ত quick reference’ৰ কাৰণে slide’বোৰৰ outline print কৰিবলৈ File আৰু Print click কৰক।
+
||শেষত প্ৰেজেনটেছন’ৰ সময়ত quick reference’ৰ কাৰণে স্লাইদ (slide)’বোৰৰ outline প্ৰীন্ট কৰিবলৈ ফাইল আৰু প্ৰীন্ট ক্লিক কৰক।
  
 
|-
 
|-
 
||05:13
 
||05:13
|| Document field’ৰ Print’ৰ তলত General tab’ত Outline option বাছি লওক।
+
|| Document field’ৰ প্ৰীন্ট’ৰ তলত General টেব’ত Outline অপছন বাছি লওক।
 
   
 
   
 
|-
 
|-
 
||05:19
 
||05:19
||বাওপিনে থকা আগৰ page’লৈ চাওক। ই slide heading আৰু sub-points’ৰ সহায়ত slide’ৰ outline আৰু sequence দেখোৱায়।
+
||বাওপিনে থকা আগৰ পেজ’লৈ চাওক। ই স্লাইদ (slide) heading আৰু sub-points’ৰ সহায়ত স্লাইদ (slide)’ৰ outline আৰু sequence দেখোৱায়।
  
 
|-
 
|-
 
||05:28
 
||05:28
||এতিয়া LibreOffice Impress tab’ত click কৰক।
+
||এতিয়া LibreOffice Impress টেব’ত ক্লিক কৰক।
  
 
|-
 
|-
 
||05:32
 
||05:32
||মন কৰিব যে print কৰা সময়ত Size options উপলব্ধ নেথাকে।
+
||মন কৰিব যে প্ৰীন্ট কৰা সময়ত Size অপছন উপলব্ধ নেথাকে।
  
 
|-
 
|-
 
||05:38
 
||05:38
||এতিয়া Print button click কৰক। Printer ভালকৈ configure আছে যদি এতিয়া printer’এ print কৰা আৰম্ভ কৰিব।
+
||এতিয়া প্ৰীন্ট বাটন ক্লিক কৰক। প্ৰীন্টাৰ ভালকৈ কনফিগাৰ আছে যদি এতিয়া প্ৰীন্টাৰে প্ৰীন্ট কৰা আৰম্ভ কৰিব।
  
 
|-
 
|-
 
||05:47
 
||05:47
||ইয়াৰ সৈতে আমি এই tutorial’ৰ সামৰণি মাৰিছো য’ত আমি শিকিলো printing -
+
||ইয়াৰ সৈতে আমি এই টিউটৰিয়েল’ৰ সামৰণি মাৰিছো য’ত আমি শিকিলো প্ৰীন্টing -
  
 
|-
 
|-
 
||05:52
 
||05:52
||Slides, Handouts, Notes আৰু Outline।
+
||স্লাইদ (slide)s, Handouts, নোট্চ (notes) আৰু Outline।
  
 
|-
 
|-
 
||05:57
 
||05:57
||এই comprehension test assignment’টো চেষ্টা কৰক। নতুন presentation এটা বনাওক।
+
||এই comprehension test এছাইনমেন্টটো চেষ্টা কৰক। নতুন প্ৰেজেনটেছন এটা বনাওক।
  
 
|-
 
|-
 
||06:02
 
||06:02
||অকল ২নং slide Print কৰক। প্রথম ৪খন slide handout হিচাপে print কৰক।
+
||অকল ২নং স্লাইদ (slide) প্ৰীন্ট কৰক। প্রথম ৪খন স্লাইদ (slide) handout হিচাপে প্ৰীন্ট কৰক।
  
 
|-
 
|-
 
||06:10
 
||06:10
||তলত দিয়া link’ত গৈ Spoken Tutorial project’ৰ video চাব পাৰে।
+
||তলত দিয়া লিংকত গৈ স্পিকেন টিউটৰিয়েল প্ৰজেক্ট’ৰ ভিদিও চাব পাৰে।
  
 
|-
 
|-
 
||06:16
 
||06:16
||আপোনাৰ ভাল bandwidth নাথাকিলে videos download কৰিও চাব পাৰে।
+
||আপোনাৰ ভাল বেন্দৱিথ নাথাকিলে ভিদিও ডাওনলোদ কৰিও চাব পাৰে।
  
 
|-
 
|-
 
||06:21
 
||06:21
||Spoken Tutorial Project Team’এ spoken tutorials ব্যৱহাৰ কৰি কৰ্মশলা পাতে
+
||স্পিকেন টিউটৰিয়েল প্ৰজেক্ট টিমে’এ স্পিকেন টিউটৰিয়েল ব্যৱহাৰ কৰি কৰ্মশলা পাতে
  
 
|-
 
|-
Line 254: Line 254:
 
|-
 
|-
 
||06:31
 
||06:31
||অধিক জনাৰ বাবে, অনুগ্রহ কৰি  ইয়াৈল িলখক '''contact@spoken-tutorial.org'''  
+
||অধিক জনাৰ বাবে, অনুগ্রহ কৰি  ইয়াৈল িলখক '''contact@spoken- টিউটৰিয়েল.org'''
  
 
|-
 
|-
 
||06:38
 
||06:38
||কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ  
+
||কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ
  
 
|-
 
|-
Line 265: Line 265:
 
|-
 
|-
 
||06:50
 
||06:50
||এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব
+
||এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen টিউটৰিয়েল dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব
 
|-
 
|-
 
||07:01
 
||07:01
||এই প্ৰশিক্ষণ Pragyan Bezboruah দ্ৱ্ৰৰা যুগ্দান কৰা হইচে
+
||এই প্ৰশিক্ষণ প্ৰগয়ান বেজবৰুৱাৰ দ্ৱ্ৰৰা যুগ্দান কৰা হৈছে. মই মৌচুমি মেধি চাইন অফ কৰিচু সহযোগ কৰাৰ কাৰনে ধন্য়বাদ নমস্কাৰ
মই মৌচুমি মেধি চাইন অফ কৰিচু সহযোগ কৰাৰ কাৰনে ধন্য়বাদ নমস্কাৰ  
+
 
|-
 
|-
  
 
|}
 
|}

Latest revision as of 11:43, 6 February 2015

Time Narration
00:00 LibreOffice Impress - প্ৰীন্টিঙ এ প্ৰেজেনটেছন’ৰ স্পোকেন টিউটৰিয়েল’লৈ স্বাগতম।
00:06 এই টিউটৰিয়েল’ত আমি প্ৰীন্টিঙ’ৰ বিভিন্ন অপছন শিকিম -
00:11 স্লাইদ (slide)s Handouts নোট্চ (notes) আৰু Outline
00:17 ইয়াতে আমি GNU Linux আৰু LibreOffice Suite ভাৰ্চন 3.3.4 ব্যৱহাৰ কৰিছো।
00:25 কিছুমান সময়ত আমাৰ প্ৰেজেনটেছন (প্ৰেজেনটেছন)’ৰ কাৰণে আমি হাৰ্দ কপিচ প্ৰীন্ট (hard copies) কৰিব লগীয়া হয়।
00:29 উদাহৰণ স্বৰূপে, আপুনি আপোনাৰ দৰ্শকৰ ভৱিষ্যতৰ সুবিধাৰ্থে আপোনাৰ প্ৰেজেনটেছন’ৰ কপি দিব পাৰে।
00:35 সেয়ে প্রথমতে, Sample Impress’ত ডবল ক্লিক কৰি খোলো আহঁক।
00:41 আপোনাৰ স্লাইদ (slide)’বোৰ প্ৰইন্ট কৰিবলৈ, ফাইল আৰু প্ৰীন্ট’ত ক্লিক কৰক। নহ’লে CTRL আৰু P প্ৰেছ কৰক।
00:50 General আৰু অপছন টেববোৰৰ settingsৰ বিষয়ে জানিবলৈ
00:55 অনুগ্রহ কৰি ‘LibreOffice Writer series’ৰ Viewing and প্ৰীন্টিঙ Documents’ৰ টিউটৰিয়েলটো চাব।
01:02 Document field ‘ৰ প্ৰীন্ট’ৰ ভিতৰৰ General টেব’ত কিছুমান অপছন দেখিবলৈ পাওঁ যিবোৰ আমি অকল Impress’ত দেখিবলৈ পাওঁ।
01:09 এই অপছনবোৰে আমাক আমাৰ স্লাইদ (slide)বোৰ মনে বিচৰা format’ত প্ৰীন্ট কৰাত সহায় কৰে।
01:15 স্লাইদ (slide) Handouts নোট্চ (notes) আৰু Outline। আমি স্লাইদ (slide) অপছনটো বাছি ল’ম।
01:22 এতিয়া আমি LibreOffice Impress টেব’ত ক্লিক কৰিম।
01:26 ইয়াতে আমি স্লাইদ (slide)’ৰ কোনটো ভাগ প্ৰীন্ট কৰিম, প্ৰীন্ট’ৰ ৰং আৰু size বাছি ল’ব পাৰো।
01:34 Contents’ৰ তলত, স্লাইদ (slide) name, ‘Date and time’ আৰু Hidden পেজ বাছি লওক।
01:41 Text’ৰ বিৱৰণী মতে, ই স্লাইদ (slide) name, ‘Date and time’ আৰু Hidden পেজ প্ৰীন্ট কৰিব, যদি থাকে।
01:49 তাৰ পিছত আমি Color’ৰ ভিতৰত Grayscale বাছি ল’ম।
01:53 Text’ৰ বিৱৰণী মতে, আন অপছনবোৰে স্লাইদ (slide)টো তাৰ আচল ৰঙত বা কলা-বগা ৰঙত প্ৰীন্ট কৰিব।
02:00 আৰু Size’ৰ ভিতৰত, প্ৰীন্ট কৰিব পৰা পেজ’ৰ বাবে Fit বাছি লওক। Libreoffice impress টেবঅত আপুনি আপুনাৰ মতে বেলেগ ধৰনৰ চাইজ অপচনো বাচি লব পাৰে
02:10 প্ৰীন্ট কৰাৰ উদ্দেশ্য অনুসৰি পেজ Layout টেব’ত বিভিন্ন ধৰণৰ অপছন উপলব্ধ।
02:18 ধৰি লওক, আপোনি একেখন প্ৰীন্ট কৰা পেজ’তেই বহুসংখ্যক স্লাইদ (slide)s থকাটো বিচাৰিছে।
02:23 সেয়ে, প্ৰতিতোৰ ছিতৰ পেজ বিলাক চিলেক্ট কৰক. ই সাধাৰন ভাবে প্ৰতিতোৰ পেজৰ এতাকৌ চলাইদ প্ৰিন্ত কৰে
02:29 এইয়া পেজ’টোৰ এটা সৰু প্ৰিভিও (preview).
02:33 Drop-down arrow’ত ক্লিক কৰক আৰু প্রতিখন পেজ’ত কিমান সংখ্যক পেজ প্ৰীন্ট কৰিব সেয়া নিৰ্ধাৰণ কৰক।
02:39 যদি আমি ২ বাছনি কৰো, তেনেহ’লে প্ৰিভিও (preview)’ত আমি ২খন পেজ দেখিবলৈ পাম। যদি আমি ৬ বাছনি কৰো, তেনেহ’লে প্ৰিভিও (preview)’ত আমি ৬খন পেজ দেখিবলৈ পাম।
02:48 Draw a border around each পেজ অপছনটো ক্লিক কৰিলে ই প্ৰীন্ট কৰাৰ সময়ত প্রতিটো পেজ’ৰ চাৰিওপিনে এডাল ক’লা ীমাৰেখাৰ সৃষ্টি কৰে।
02:56 ই পেজটোক অধিক আকৰ্ষণীয় কৰি তোলে।
02:59 পিছৰ অপছন, Brochure,এ সহজ binding’ৰ কাৰণে স্লাইদ (slide)বোৰ brochure হিচাপে প্ৰীন্ট কৰিবলৈ অনুমতি দিয়ে।
03:06 কিন্তু এইটো ক্ষেত্ৰত আমি এই অপছন বাছি নলও। আপুনি নিজেই এই অপছন পাছতকৈ চাব পাৰিব।
03:14 অপছন টেব’ত থকা check boxবোৰ’ত ক্লিকযাতে নাই চাই ল’ব।
03:19 এই check boxবোৰ বিশেষ উদ্দেশ্যৰ কাৰণেহে, যিবোৰ আমি এই টিউটৰিয়েল’ত আলোচনা নকৰো।
03:25 এতিয়া প্ৰীন্ট বাটন’ত ক্লিক কৰক।
03:28 যদি প্ৰীন্টাৰ’টো সঠিকভাবে কনফিগাৰ কৰা আছে তেতিয়াহ’লে প্ৰীন্টাৰে প্ৰীন্ট কৰা আৰম্ভ(start) কৰিব।
03:36 এতিয়া ব’লক আমি Handouts অপছন’ৰ কথা শিকো। ফাইল আৰু প্ৰীন্ট’ত ক্লিক কৰক।
03:41 আৰু Document field’ৰ প্ৰীন্ট’ৰ তলৰ General টেব’ত থকা Handout বাছি লওঁক।
03:47 আগৰ পৰাই তাতে এখন পেজ’ত ৪খন স্লাইদ (slide) আৰু ক্রমশঃ বাওঁপিনৰ পৰা সোঁফালে তললৈ। প্ৰেজেনটেছন’ৰ কাৰণে এইয়া তেনেকৈ থৈ দিওক।
03:58 LibreOffice Impress টেব’ত, Size অপছন ডিচেবল (disable) হৈ থকা দেখিব।
04:05 ইয়াৰ কাৰণ হ’ল প্ৰীন্ট’ৰ size, শিট’ত স্লাইদ (slide)’ৰ পৰিমান আৰু size চাই নিৰ্ণয় কৰা হয়।
04:12 এতিয়া প্ৰীন্ট বাটন’ত ক্লিক কৰক।
04:15 প্ৰীন্টাৰটো ভালকৈ কনফিগাৰ থাকিলে প্ৰীন্টাৰে প্ৰীন্ট কৰিবলৈ আৰম্ভ কৰিব।
04:20 প্রথম স্লাইদ (slide)’লৈ ব’লক আৰু নোট্চ (notes) টেব’ত ক্লিক কৰক।
04:25 ইয়াতে এখন note টাইপ কৰিম - “This is a sample note”.
04:30 স্লাইদ (slide)’ত টাইপ কৰা নোট্চ (notes) প্ৰীন্ট কৰিবলৈ, ফাইল আৰু প্ৰীন্ট’ত ক্লিক কৰক।
04:35 Document field’ৰ প্ৰীন্ট’ৰ ভিতৰত General টেব’ত আনডাৰ নোট্চ (under notes) অপছন বাছি লওক।
04:42 প্ৰিভিও (preview) পেজ’ৰ বাওপিনে চাওঁক। ই আপোনি টাইপ কৰা note স্লাইদ (slide)’ৰ তলৰফালে দেখোৱায়।
04:48 এতিয়া LibreOffice Impress টেব’ত ক্লিক কৰক।
04:52 মন কৰিব যে Size’ৰ অপছনsবোৰ নোট্চ (notes) প্ৰীন্ট কৰাৰ সময়ত উপলব্ধ নহয়।
04:57 এতিয়া প্ৰীন্ট বাটন’ত ক্লিক কৰক। যদি প্ৰীন্টাৰ ভালকৈ কনফিগাৰ কৰা আছে তেতিয়া প্ৰীন্টাৰে প্ৰীন্ট কৰা আৰম্ভ কৰিব।
05:05 শেষত প্ৰেজেনটেছন’ৰ সময়ত quick reference’ৰ কাৰণে স্লাইদ (slide)’বোৰৰ outline প্ৰীন্ট কৰিবলৈ ফাইল আৰু প্ৰীন্ট ক্লিক কৰক।
05:13 Document field’ৰ প্ৰীন্ট’ৰ তলত General টেব’ত Outline অপছন বাছি লওক।
05:19 বাওপিনে থকা আগৰ পেজ’লৈ চাওক। ই স্লাইদ (slide) heading আৰু sub-points’ৰ সহায়ত স্লাইদ (slide)’ৰ outline আৰু sequence দেখোৱায়।
05:28 এতিয়া LibreOffice Impress টেব’ত ক্লিক কৰক।
05:32 মন কৰিব যে প্ৰীন্ট কৰা সময়ত Size অপছন উপলব্ধ নেথাকে।
05:38 এতিয়া প্ৰীন্ট বাটন ক্লিক কৰক। প্ৰীন্টাৰ ভালকৈ কনফিগাৰ আছে যদি এতিয়া প্ৰীন্টাৰে প্ৰীন্ট কৰা আৰম্ভ কৰিব।
05:47 ইয়াৰ সৈতে আমি এই টিউটৰিয়েল’ৰ সামৰণি মাৰিছো য’ত আমি শিকিলো প্ৰীন্টing -
05:52 স্লাইদ (slide)s, Handouts, নোট্চ (notes) আৰু Outline।
05:57 এই comprehension test এছাইনমেন্টটো চেষ্টা কৰক। নতুন প্ৰেজেনটেছন এটা বনাওক।
06:02 অকল ২নং স্লাইদ (slide) প্ৰীন্ট কৰক। প্রথম ৪খন স্লাইদ (slide) handout হিচাপে প্ৰীন্ট কৰক।
06:10 তলত দিয়া লিংকত গৈ স্পিকেন টিউটৰিয়েল প্ৰজেক্ট’ৰ ভিদিও চাব পাৰে।
06:16 আপোনাৰ ভাল বেন্দৱিথ নাথাকিলে ভিদিও ডাওনলোদ কৰিও চাব পাৰে।
06:21 স্পিকেন টিউটৰিয়েল প্ৰজেক্ট টিমে’এ স্পিকেন টিউটৰিয়েল ব্যৱহাৰ কৰি কৰ্মশলা পাতে
06:27 Online test উত্তীৰ্ণ কৰাসকলক মানপত্র দিয়ে।
06:31 অধিক জনাৰ বাবে, অনুগ্রহ কৰি ইয়াৈল িলখক contact@spoken- টিউটৰিয়েল.org
06:38 কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ
06:42 ইয়াক National Mission on Education through ICT, MHRD, Government of India-ই পৃষ্ঠপোষকতা আগবঢ়াইছে
06:50 এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen টিউটৰিয়েল dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব
07:01 এই প্ৰশিক্ষণ প্ৰগয়ান বেজবৰুৱাৰ দ্ৱ্ৰৰা যুগ্দান কৰা হৈছে. মই মৌচুমি মেধি চাইন অফ কৰিচু সহযোগ কৰাৰ কাৰনে ধন্য়বাদ নমস্কাৰ

Contributors and Content Editors

Mousumi