Difference between revisions of "Advanced-Cpp/C2/Exception-Handling/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
(Created page with "| border=1 | '''Time''' | '''Narration''' |- | 00:01 |C++ত Exception Handling স্পেকেন টিউটোৰিয়েলৈ স্বাগতম. |- | 00:...")
 
Line 1: Line 1:
| border=1
+
{| border=1
 
| '''Time'''
 
| '''Time'''
| '''Narration'''  
+
| '''Narration'''
  
 
|-
 
|-
Line 248: Line 248:
 
| এইভাবে যি try, catch আৰু throw ব্লক কাম কৰে  
 
| এইভাবে যি try, catch আৰু throw ব্লক কাম কৰে  
  
| -   
+
|-   
 
| 04:08  
 
| 04:08  
 
| এই টিউটোৰিয়েলৰ শেষলৈ আহিছো  
 
| এই টিউটোৰিয়েলৰ শেষলৈ আহিছো  

Revision as of 17:07, 10 October 2014

Time Narration
00:01 C++ত Exception Handling স্পেকেন টিউটোৰিয়েলৈ স্বাগতম.
00:07   এই টিউটোৰিয়েলত আমি শিকিম
00:09 Exception Handling.
00:11 আমি এইটোক এটা উদাহৰণ সাহায্যে কৰিম.
00:14 এই টিউটোৰিয়েলটো ৰেকর্ড কৰাৰ বাবে, আমি ব্যবহাৰ কৰিছো
00:16 'উবুন্টু অপাৰেটিং সিস্টেম' সংস্কৰণ 11.10
00:20 g++ compiler 'v. 4.6.1
00:25 আমি  Exceptionৰ পৰিচয়ৰ সৈতে আৰম্ভ কৰো
00:29 এটা exception এটা সমস্যা হয় যি প্রোগ্রাম এটা চলোৱাৰ সময়ত দেখা যায়
00:34 এইটো এটা প্রোগ্রামে সিনাক্ত কৰিব পৰা এটা run-time এৰৰ হয়
00:39 আমি exception handling যাও
00:42 প্রোগ্রাম চলোৱাৰ সময়ত ঘটা সমস্যাৰ বাবে প্রতিক্রিয়া দিয়াকে exception handling বোলি কোৱা হয়
00:50 Exception handlingএ এটা প্রোগ্রাম কার্যকৰি কৰিবলৈ অনুমতি দিয়ে.
00:55 ই এটা সমস্যা চিহ্নিত কৰাত সহায় কৰে.
00:57 আৰু এটা নিয়ন্ত্রিত পদ্ধতিত প্রোগ্রাম বন্ধ কৰা হয়.
01:02 আমি Exceptionsৰ প্রকাৰ বোৰ চাও
01:05 Try
01:06 Catch
01:07 আৰু ' Throw
01:09 আমি try ব্লকৰ ভিতৰত এৰৰে দোষিত কোডটো লিখো
01:13 তাৰপিছত ইয়াক throw ব্যবহাৰ কৰি হেন্দেল কৰা হয়
01:16 ইয়াৰ পিছত catch স্তেটমেন্ট ব্যবহাৰ কৰি exceptionটো ধৰা হয়.
01:21 আৰু তাৰপিছত ই প্রক্রিয়া হয়
01:23 try, catch আৰু throw ৰ বাবে সিন্টেক্স হল:
01:27 Throw:
01:28 try ব্লক আৰু catch বল্ক
01:32 ইয়াতে আমি যুক্তি পাস কৰো
01:35 try বল্কৰ ভিতৰতো throw স্তেটমেন্ট লিখিব পাৰি
01:40 আমাৰ উচৰত try, catch ব্লকত কৈয়ো আৰু বেছি থাকিব পাৰে.
01:44 এতিয়া আমি  exception handlingৰ এটা উদাহৰণ চাও.
01:48 আমাৰ উচৰত কোড আছে, আমি এটা খোলিম
01:51 মন কৰিব যে আমাৰ ফাইলৰ নাম exception.cpp 'হয়
01:55 এই প্ৰোগ্ৰামত আমি exception handling ব্যবহাৰ কৰি শূন্য এৰৰ দ্বাৰা বিভক্তক সমাধান কৰিম.
02:02 আমি কোড টো চাও
02:04 এইটো আমাৰ  iostream"' হিচাবে header file হয়
02:07 ইয়াত আমি ' std namespace. ব্যবহাৰ কৰিছো
02:11 ইয়াত অামাৰ উচৰত argument হিচাবে থকা int a আৰু int b. ৰ সৈতে division 'ফাংশন আছে'
02:18 তাৰ পিছত আমি b ==0.' হয় নে নহয় প্ৰশিক্ষন কৰিম
02:22 যদি সত্য হয়, আমি শূন্য শর্ত দ্বাৰা এটা exception division  ৰাখিম (throw)
02:27 সেই ফাংশনে a আৰু b দিভিজন উভতাই দিয়ে
02:32 এইটো আমাৰ প্রধান ফাংশন হয়.
02:34 ইয়াত আমি x, y ক পূর্ণসংখ্যা ভেৰিয়েবল হিসাবে ঘোষণা কৰিছো আৰু ডবল ভেৰিয়েবল হিচাবে  z
02:42 ইয়াত আমি x আৰু y. মান গ্রহণ কৰিম.
02:46 এইটো আমাৰ try block' হয়
02:48 ইয়াত আমি ফাংশন "' divisionক কল কৰিম
02:51 আৰু z. ত ফলাফলটো সংৰক্ষণ কৰিম
02:54 তাৰপিছত আমি ' z.' এৰ মান প্রিন্ট কৰিম.
02:57 এইটো  আমাৰ catch block. হয়
02:59 ইয়াত আমি এটা character constant.' হিসাবে' এটা argument msg পাচ কৰিম
03:06 তাৰপিছত আমি msg.  প্রিন্ট কৰিম
03:08 আৰু এইটো আমাৰ ৰিটাৰ্ন স্তেটমেন্ট হয়
03:11 এতিয়া আমি প্রোগ্রামটো সম্পাদন কৰো
03:13 আপোনাৰ কীবোর্ডত Ctrl, Alt, আৰু T একেলগে টিপি টার্মিনেল খুলক 
03:21   কম্পাইল কৰিবলৈ টাইপ কৰক g++ স্পেচ exception dot cpp স্পেচ hyphen o স্পেচ ex Press Enter.
03:32 টাইপ কৰক  dot slash ex Press Enter.
03:36 Enter the value of x and y: মান অন্তৰ্ভুত্ত কৰক
03:38 আমি 3 আৰু 0 দিম 'I will give as 3 and 0
03:42 আউটপুটটো এনেধৰনে প্রদর্শিত হয়: Division by zero condition
03:46 'আমি আকৌ এবাৰ কম্পাইল কৰো
03:48 'আপ এৰো কী  দুইবাৰ প্রেস কৰক '
03:51 'এন্টাৰ টিপক
03:52 আকৌ 'আপ এৰো কি দুইবাৰ  টিপক
03:55 'X আৰু y এৰ মান লিখক'
03:57   আমি 8 আৰু 2 দিম '
04:01 'আউটপুটৃো 4 হয়'
04:04 এইভাবে যি try, catch আৰু throw ব্লক কাম কৰে
04:08 এই টিউটোৰিয়েলৰ শেষলৈ আহিছো
04:11 আমি স্লাইড বোৰলৈ যাও
04:14 আমি সংক্ষেপ কৰো
04:16 এই টিউটোৰিয়েলত, আমি "Exception Handling' Try Catch আৰু Throw blocks.

দেখা পাইছো

04:23 এটা  নিয়োগ হিসাবে  Employess বয়স প্রদর্শন কৰক.
04:26 বয়স যাতে 15 বছৰ বুয়ষততৈ কম নহয় তাক প্ৰশিক্ষমন কৰিবলৈ exception দি চাওক.
04:31 স্পোকেন টিউটোৰিয়েল প্রকল্পৰ সম্পর্কে অধিক জানিবলৈ, লিঙ্কত উপলব্ধ ভিডিওটো চাওক ।
04:34 কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
04:38 যদি আপোনাৰ bandwidth ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
04:42 কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে.
04:48 এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে.
04:52 অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক।
04:59 কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
05:04 ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
05:11 ই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
05:16 আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi, PoojaMoolya