Difference between revisions of "KTurtle/C3/Control-Execution/Assamese"

From Script | Spoken-Tutorial
Jump to: navigation, search
 
(One intermediate revision by one other user not shown)
Line 1: Line 1:
 
{|border =1
 
{|border =1
  
|Time
+
|'''Time'''
  
|Narration
+
|'''Narration'''
  
 
|-
 
|-
Line 193: Line 193:
 
| 03:04
 
| 03:04
  
|| ই স্ট্ৰীংৰ পৰা টেক্সট ধাৰণকাৰী এটা পপ আপ ডায়লগ বক্স দেখায়.
+
|| ই স্ট্ৰীংৰ পৰা টেক্সট থকা এটা পপ আপ ডায়লগ বক্স দেখায়.
  
 
|-
 
|-
Line 205: Line 205:
 
|| 03:17
 
|| 03:17
  
||''$x=$x+3''' য়ে $x by 3 ভেৰিয়েবল (variable) ৰ মান বঢ়ায়  
+
||''$x=$x+3''' য়ে $x ভেৰিয়েবল (variable) ৰ মান ৩ৰে বঢ়ায়  
  
 
|-
 
|-
Line 223: Line 223:
 
| | 03:42  
 
| | 03:42  
  
| |'''forward 20''' য়ে '''“Turtle”'''ক কেনভাচত 20 steps আগলৈ যাবলৈ কমান্ড কৰে  
+
| |'''forward 20''' য়ে '''“Turtle”'''ক কেনভাচত ২০টা স্টেপ্চ আগলৈ যাবলৈ কমান্ড কৰে  
  
 
|-
 
|-
Line 247: Line 247:
 
| | 04:11
 
| | 04:11
  
| | ৩ ৰ গুণিতক 3 পৰা 30 ৰ লৈকে ক্যানভাসত প্ৰৰ্দর্শিত কৰা হৈছে.
+
| | ৩ ৰ গুণিতক পৰা ৩০ৰ লৈকে ক্যানভাসত প্ৰৰ্দর্শিত কৰা হৈছে.
  
 
|-
 
|-
Line 253: Line 253:
 
| 04:17
 
| 04:17
  
| | '''“Turtle”'''য়ে ক্যানভাসত 20টা steps আগলৈ যায়.
+
| | '''“Turtle”'''য়ে ক্যানভাসত ২০টা স্টেপ্চ আগলৈ যায়.
  
 
|-
 
|-
Line 355: Line 355:
 
| | 05:52
 
| | 05:52
  
| | ''for $x= 1 to 15''' য়ে '''“for”''' conditionক 1ৰ পৰা 15 লৈকে প্ৰশিক্ষন কৰে .
+
| | ''for $x= 1 to 15''' য়ে '''“for”''' conditionক ১ৰ পৰা ১৫ লৈকে প্ৰশিক্ষন কৰে .
  
 
|-
 
|-
Line 361: Line 361:
 
| | 06:01
 
| | 06:01
  
| | ''$r=$x*($x+1)/2'' r ভেৰিয়েবলৰ মান হিসাব কৰে.
+
| | ''$r=$x*($x+1)/2''য়ে r ভেৰিয়েবলৰ মান হিসাব কৰে.
  
 
|-
 
|-
Line 367: Line 367:
 
| | 06:12
 
| | 06:12
  
| | '' ' fontsize 18 ''' য়ে প্ৰীন্ট ''' কমান্ড ব্যবহৃত কৰি ফন্টৰ আকাৰ চেট কৰে .
+
| | '' ' fontsize 18 য়ে''' print''' কমান্ড ব্যবহৃত কৰি ফন্টৰ আকাৰ চেট কৰে .
  
 
|-
 
|-
Line 379: Line 379:
 
| | 06:26
 
| | 06:26
  
| | '''forward 15''' য়ে '''Turtle''ক কেনভাচত ১5 স্টেপ্চ আগ বাঢ়িবলৈ কম্মান্দ কৰে .
+
| | '''forward 15''' য়ে '''Turtle''ক কেনভাচত ১৫ স্টেপ্চ আগ বাঢ়িবলৈ কম্মান্দ কৰে .
  
 
|-
 
|-
Line 385: Line 385:
 
| | 06:34
 
| | 06:34
  
| |''go 10,250''' য়ে '''Turtle''' ক ক্যানভাসৰ বাওফালৰ পৰা 10 pixels আৰু ২৫০ পিক্সেল ক্যানভাসৰ ওপৰৰ পৰা যাবলৈ কমান্ড কৰে .
+
| |''go 10,250''' য়ে '''Turtle''' ক ক্যানভাসৰ বাওফালৰ পৰা 10 pixels আৰু 250 পিক্সেল ক্যানভাসৰ ওপৰৰ পৰা যাবলৈ কমান্ড কৰে .
  
 
|-
 
|-
Line 397: Line 397:
 
| 06:54
 
| 06:54
  
| | “Wait 2” কমান্ডে Turtleক পিছৰ কমান্ডটিক নির্বাহ কৰাৰ আগত 2 সেকেন্ডৰ বাবে অপেক্ষা কৰোৱায়  
+
| | “Wait 2” কমান্ডে Turtleক পিছৰ কমান্ডটিক নির্বাহ কৰাৰ আগত সেকেন্ডৰ বাবে অপেক্ষা কৰোৱায়  
  
 
|-
 
|-
Line 409: Line 409:
 
| | 07:13
 
| | 07:13
  
| | আমি প্ৰোগ্ৰামটো চলাবলৈ '' ' " ৰান" ''' বোতামত ক্লিক কৰো.
+
| | আমি প্ৰোগ্ৰামটো চলাবলৈ '' ' " Run" ''' বোতামত ক্লিক কৰো.
  
 
|-
 
|-
Line 415: Line 415:
 
| 07:17
 
| 07:17
  
| | এটা শ্ৰেণীৰ প্ৰথম 15 natural সংখ্যাৰ যোগফলবোৰ কেনভাচত প্ৰৰ্দশন কৰা হয়.  
+
| | এটা শ্ৰেণীৰ প্ৰথম ১৫ নেছাৰেল(প্রাকৃতিক) সংখ্যাৰ যোগফলবোৰ কেনভাচত প্ৰৰ্দশন কৰা হয়.  
  
 
|-
 
|-
Line 421: Line 421:
 
| 07:27
 
| 07:27
  
| |'''Turtle''' য়ে কেনভাচত 15 steps আগলৈ যায় .
+
| |'''Turtle''' য়ে কেনভাচত ১৫ স্টেপ্চ আগলৈ যায় .
  
 
|-
 
|-
Line 457: Line 457:
 
| 07:54
 
| 07:54
  
| | “while” loop ব্যবহাৰ কৰি 2ৰ গুণিতক
+
| | “while” loop ব্যবহাৰ কৰি ২ৰ গুণিতক
  
 
|-
 
|-

Latest revision as of 16:18, 14 July 2014

Time Narration
00:01 নম্সকাৰ দৰ্শক সকল
00:03 KTurtleControl Execution ৰ স্পকেন টিউটৰিয়েল লৈ আপোনাক স্বাগতম
00:10 এই টিউটৰিয়েলত আমি শিকিম
00:13 'while' loop আৰু
00:15 'for' loop
00:17 এই টিউটৰিয়েলটো ৰেৰ্কড কৰিবলৈ মই উবুন্টো লিনাক্চ OS ভাৰ্চন 12.04 KTurtle ভাৰ্চন 0.8.1 beta বয়ৱহাৰ কৰিছো .
00:32 আমি ধৰি লৈছো যে আপোনাৰ উচৰত Kturtleৰ প্ৰথমিক কাম কৰা জ্ঞান আছে .
00:38 যদি নাজানে তেনেহলে এই বিষয়ে সঠিক টিউটৰিয়েল আমাৰ ৱেবচাইটত চাওক
00:45 এতিয়া KTurtleৰ নতুন এপলিকেছনখোলা যাওক .
00:48 Dash homeত ক্লীক কৰক .
00:50 Search barত, লিখক KTurtle.
00:53 অপছন (option)ত ক্লীক কৰক. KTurtle এপলিকেছন খোলে.
00:59 এতিয়া control execution কি হয় তাৰ বিষয়ে প্ৰথমে ব্যাখ্যা কৰো.
01:05 Control executionয়ে প্ৰগ্ৰাম এটাৰ ফ্লো মানে প্ৰবাহ নিয়ণ্ত্ৰন কৰে
01:10 প্ৰোগ্ৰাম সঞ্চালনৰ নিয়ণ্ত্ৰন কৰিবলৈ বিভিন্ন পৰিস্থিতিৰ ব্যবহাৰ কৰা হয়.
01:16 লুপ এটা কোডৰ ব্লক হয় যাক এটা নির্দিষ্ট শর্ত সন্তুষ্ট নোহোৱালৈকে বাৰেবাৰে সঞ্চালিত কৰা হয়.
01:25 Eg. “while” loop আৰু “for” loop
01:30 “while” loopৰ সৈতে টিউটৰিয়েল টো আৰম্ভ কৰা যাওক
01:34 “while” loopত, loopত থকা কদ টো পুনৰায় ঘটে যেতিয়ালৈকে boolean 'false'লৈ মূল্যনির্ধাৰণ কৰে
01:42 “while” loopৰ গঠনটো ব্যাখ্যা কৰা যাওক

while loop condition {

do something

with loop increment variable }

01:56 মোৰ উচৰত ইতিমধ্যে টেক্সট এডিটৰত এটা কোড আছে.
01:59 আমি টেক্সট এডিটৰৰ পৰা প্ৰোগ্ৰামটি কপি কৰো আৰু ' KTurtle ' সম্পাদকত পেস্ট কৰো
02:07 ইয়াত টিউটোৰিয়ালটো বিৰতি কৰক আৰু আপোনাৰ ' KTurtle ' সম্পাদকত প্ৰোগ্ৰামটো টাইপ কৰক.
02:13 প্ৰোগ্ৰামটো লিখাৰ পিছত টিউটোৰিয়েলটো পুনৰ সূচনা কৰক
02:18 আমি প্ৰোগ্ৰাম টেকস্ট টো জুম কৰো আৰু ই সম্ভব অলপ অস্পষ্ট হব পাৰে
02:25 আমি কোডটো ব্যাখ্যা কৰো.
02:27 # sign’ৰ পাছত থকা বাক্য কম্মেন্ট (comment) হৈ যায়।
02:32 ইয়াৰ মানে প্ৰোগ্ৰামটো চলি থকাত এই লাইনটো একজিকিউট কৰা নহয়
02:38 reset কমান্ডে “Turtle”ক ইয়াৰ ডিফল্ট অবস্থানলৈ লৈ যায়
02:43 ' $ x = 0'য়ে x ভেৰিয়েবলৰ মানক শূন্য লৈ সুচনা কৰে .
02:52 keyword message "ৰ পিছত "'দবল উদ্ধৃতি চিহ্নত এটা প্ৰোগ্ৰামত মেসেজ দিয়া হৈছে '. “message” কমান্ডে ইনপুট হিচাবে ' " স্ট্ৰীং " লয়
03:04 ই স্ট্ৰীংৰ পৰা টেক্সট থকা এটা পপ আপ ডায়লগ বক্স দেখায়.
03:11 while $x<30 য়ে </nowiki>“while” conditionক প্ৰশিক্ষন কৰে
03:17 $x=$x+3' য়ে $x ভেৰিয়েবল (variable) ৰ মান ৩ৰে বঢ়ায়
03:27 ' fontsize 15 য়ে ' print কমান্ড ব্যবহৃত কৰি ফন্টৰ আকাৰ সেট কৰে
03:35 Fontsize য়ে ইনপুট হিসাবে নম্বৰ লয় আৰু পিক্সেলত সেট কৰে , .
03:42 forward 20 য়ে “Turtle”ক কেনভাচত ২০টা স্টেপ্চ আগলৈ যাবলৈ কমান্ড কৰে
03:52 print $x' য়ে কেনভাচত x ভেৰিয়েবলৰ মান প্ৰৰ্দশন কৰে.
04:01 আমি প্ৰোগ্ৰামটো চলাবলৈ ' " Run” ' বোতামত ক্লিক কৰক.
04:05 এটা বার্তা ডায়লগ বক্স উলায় . আমি okত ক্লিক কৰো .
04:11 ৩ ৰ গুণিতক ৩ পৰা ৩০ৰ লৈকে ক্যানভাসত প্ৰৰ্দর্শিত কৰা হৈছে.
04:17 “Turtle”য়ে ক্যানভাসত ২০টা স্টেপ্চ আগলৈ যায়.
04:22 “for” loop ৰ সৈতে পিছৰ কাম কৰা যাওক
04:26 “for” লুপ এটা কাউন্টিং লুপ হয় .
04:29 প্ৰতেয়ক সময়ত “for”' লুপৰ ভিতৰত কোডটো কার্য কৰা হয় ,
04:34 ভেৰিয়েবলৰ মান, এটা শেষৰ মান পোৱালৈকে, বৃদ্ধি কৰা হয়.
04:41 “for” loop ৰ গঠনক ব্যাখ্যা কৰো .
04:46 for variable = start number to end number { Statement}'
04:55 আমাৰ বর্তমানৰ প্ৰোগ্ৰামটো মুছি পেলাও.
04:59 আমি clear কমান্ড ' টাইপ কৰো আৰু ক্যানভাস পৰিষ্কাৰ কৰোবলৈ ৰান কৰো
05:05 আমি টেক্সট এডিটৰৰ পৰা প্ৰোগ্ৰামটি কপি কৰো আৰু KTurtle সম্পাদকত পেস্ট কৰো
05:14 অনুগ্ৰহ কৰি টিউটোৰিয়েলটি ইয়াত বিৰতি কৰক আৰু আপোনাৰ KTurtle সম্পাদকত প্ৰোগ্ৰামটো টাইপ কৰক.
05:20 প্ৰোগ্ৰামটি লিখাৰ পিছত টিউটোৰিয়েলটো পুনৰ আৰম্ভ কৰক.
05:25 আমি প্ৰোগ্ৰাম টেকস্ট টো জুম কৰো আৰু ই সম্ভব অলপ অস্পষ্ট হব পাৰে
05:32 প্ৰোগ্ৰামটো ব্যাখ্যা কৰা যাওক.
05:34 # sign’ৰ পাছত থকা বাক্য কম্মেন্ট (comment) হৈ যায়।.
05:39 resetকমান্ডে “Turtle”ক ' ডিফল্ট অবস্থানলৈ সেট কৰে
05:44 $r=0' য়ে r ভেৰিয়াবলৰ মানক 0' লৈ সূচনা কৰে.
05:52 for $x= 1 to 15' য়ে “for” conditionক ১ৰ পৰা ১৫ লৈকে প্ৰশিক্ষন কৰে .
06:01 $r=$x*($x+1)/2য়ে r ভেৰিয়েবলৰ মান হিসাব কৰে.
06:12 ' fontsize 18 য়ে print কমান্ড ব্যবহৃত কৰি ফন্টৰ আকাৰ চেট কৰে .
06:19 print $r' য়ে কেনভাচত r ভেৰিয়েবলৰ মান প্ৰৰ্দশন কৰে
06:26 forward 15' য়ে Turtleক কেনভাচত ১৫ স্টেপ্চ আগ বাঢ়িবলৈ কম্মান্দ কৰে .
06:34 go 10,250' য়ে Turtle ক ক্যানভাসৰ বাওফালৰ পৰা 10 pixels আৰু 250 পিক্সেল ক্যানভাসৰ ওপৰৰ পৰা যাবলৈ কমান্ড কৰে .
06:48 “Turtle”' য়ে কোনো সময় নোলোৱাকৈ সকলো প্রিন্ট কমান্ড বোৰ প্ৰৰ্দশন কৰে .
06:54 “Wait 2” কমান্ডে Turtleক পিছৰ কমান্ডটিক নির্বাহ কৰাৰ আগত ২ সেকেন্ডৰ বাবে অপেক্ষা কৰোৱায়
07:04 “print”' কমান্দে দবল উদ্ধৃতিত " স্ট্ৰীং " প্ৰৰ্দশন কৰায় আৰু ভেৰিয়েবল $ R প্ৰৰ্দশন কৰা হয়.
07:13 আমি প্ৰোগ্ৰামটো চলাবলৈ ' " Run" ' বোতামত ক্লিক কৰো.
07:17 এটা শ্ৰেণীৰ প্ৰথম ১৫ নেছাৰেল(প্রাকৃতিক) সংখ্যাৰ যোগফলবোৰ কেনভাচত প্ৰৰ্দশন কৰা হয়.
07:27 Turtle য়ে কেনভাচত ১৫ স্টেপ্চ আগলৈ যায় .
07:32 ইয়াতে এই টিউটোৰিয়েলৰ সামৰনি লৈ আহিলো
07:37 আমি সংক্ষেপ কৰো.
07:40 এই টিউটোৰিয়েলত আমি
07:44 “while” loop আৰু “for” loop ব্যবহাৰ কৰিবলৈ শিকিছো ,
07:47 এটা কাৰ্জয় হিসাবে, মূল্যনির্ধাৰণ কৰিবলৈ প্ৰোগ্ৰাম লিখক
07:54 “while” loop ব্যবহাৰ কৰি ২ৰ গুণিতক
07:58 “for” loop ব্যবহাৰ কৰি এটা সংখ্যাৰ পুৰণৰ তালিকা
08:03 স্পকেন টিউটৰিয়েল প্ৰজেক্টৰ বিষয়ে অধিক জানিবলৈ তলৰ সংযোগত থকা ভিডিঅ’ চাওক।
08:08 কথন শিক্ষণ প্ৰকল্পৰ সাৰাংশ ইয়াত আছে
08:12 যদি আপোনাৰ বেন্দৱিথ ভাল নহয়, তেনেহ’লে ইয়াক ডাউনলোড কৰি চাব পাৰে।
08:17 কথন শিক্ষণ প্ৰকল্পৰ দলটিয়ে
08:20 কথন শিক্ষণ সহায়িকাৰে কৰ্মশালা আদি অনুষ্ঠিত কৰে।
08:23 এটা অনলাইন পৰীক্ষাত উত্তীৰ্ণ হোৱা সকলক প্ৰমাণ পত্ৰ প্ৰদান কৰে
08:27 অধিক জানিবৰ বাবে, অনুগ্ৰহ কৰি contact@spoken-tutorial.org এই ঠিকনাত লিখক।
08:36 কথন শিক্ষণ প্ৰকল্প Talk to a Teacher প্ৰকল্পৰ এটা অংগ।
08:41 ই ভাৰত চৰকাৰৰ MHRDৰ ICTৰ মাধয়মেৰে ৰাস্ত্ৰীয় শিক্ষা মিছনৰ দ্ৱাৰা সমৰ্থিত হয়
08:48 এই মিশ্যন সম্পৰ্কত অধিক তথ্য spoken hyphen tutorial dot org slash NMEICT hyphen Intro ৱেবচাইটত পোৱা যাব।
08:54 আই. আই. টী বম্বে ৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো . যোগদানৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi, PoojaMoolya