Inkscape/C4/Warli-art-for-Textle-design/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time
Narration
00:01 ইঙ্কচকেপ (Inkscape) ব্যৱ্হাৰ কৰি “ওৱাৰ্লি আৰ্ত (Warli art) ফৰ (for) টেক্সতাইল (Textile) দিজাইনৰ (design)” স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম
00:07 এই টিউট’ৰিয়েলটোত আমি ব’ৰদাৰ্চৰ (borders) বাবে এটা ওৱাৰ্লি (Warli) পেতাৰ্ন দিজাইন বনাবলৈ, ক্ল’নিং ব্যৱ্হাৰ কৰি পেতাৰ্নচ ৰিপিত কৰিবলৈ শিকিম
00:17 এই টিউট’ৰিয়েলটো ৰেকৰ্দ কৰিবলৈ, মই ব্যৱ্হাৰ কৰিছো উবুন্তো (Ubuntu) লিনাক্স (Linux) 12.04 OS, ইঙ্কচকেপ (Inkscape) ভাৰ্চন 0.91
00:27 আহক আমি ইঙ্কচকেপ (Inkscape) খোলো । প্ৰথমে আমি ওৱাৰ্লি (Warli) পেতাৰ্নটো দিজাইন কৰো
00:32 ফাইল (File)লৈ যাওঁক । দ’কোমেন্ত প্ৰপাৰতিজ (Document Properties)ত টিপক । অৰিয়েনতেচন (Orientation)টো লেন্দস্কেপ (Landscape)লৈ সলাওঁক । দাইল’গ বক্সটো বন্ধ কৰক
00:42 ৰেক্তেংগল তোলটো (Rectangle tool) বাচক । গোটেই কানভাচ (canvas) টোত ধৰাকৈ ৰেক্তেংগল এটা আকক আৰু ইয়াক ব্লো কালাৰ দিয়ক
00:53 ইলিপচ তোলত (Ellipse tool) টিপক । কানভাচ (canvas) টোৰ বাহিৰত বৃত্ত এটা আকক । তাৰপাছত, চিলেক্তৰ তোলত (Selector tool) টিপক
01:02 তোল ক’নট্ৰ’লচ বাৰত (Tool controls bar), ওইদথ আৰু হাইতক 15লৈ সলাওঁক
01:08 ইয়াৰ কালাৰ অৰেঞ্জলৈ সলাওঁক । দৰ্শিত ধৰণে ইয়াক কানভাচ (canvas) টোৰ তললৈ নিয়ক
01:15 বৃত্তটোক নকল কৰিবলৈ Ctrl + D টিপক
01:19 তোল ক’নট্ৰ’লচ বাৰত (Tool controls bar) ওইদথ আৰু হাইতক 7লৈ সলাওঁক
01:25 নকল কৰা বৃত্তটোক প্ৰকৃত বৃত্তটোৰ বাওঁফালে তললৈ নিয়ক
01:31 এইটো হৈছে ওৱাৰ্লি ফিগাৰটোৰ হেদ
01:34 পাছত, অবজেক্ত মেনুলৈ (Object menu) যাওঁক । চিম্বলচ (Symbols) অপচনচত টিপক । চিম্বল চেত (Symbol set) দ্ৰপ-দাউন মেনুত টিপক । ফ্ল’ চাৰ্ত চেপচক (Flow Chart Shapes) বাচক
01:46 জ্যামিত্ৰিকেল (geometrical) চেপৰ তালিকা এখন আহিছে । ত্ৰিভুজ চেপটোত টিপক আৰু ইয়াক কানভাচলৈ (canvas) দ্ৰাগ কৰক । কালাৰটো অৰেঞ্জলৈ সলাওঁক আৰু ষ্ট্ৰ’কটো (Stroke) আতৰাওঁক
02:00 তোল ক’নট্ৰ’লচ বাৰত (Tool controls bar), ওইদথ আৰু হাইতক 20লৈ সলাওঁক
02:07 ত্ৰিভুজটোক নকল কৰিবলৈ Ctrl + D টিপক । ইয়াক ফ্লিপ কৰিবলৈ V টিপক
02:14 দৰ্শিত ধৰণে ত্ৰিভুজবোৰক হেদৰ তলত সজাওঁক
02:21 এইটো হৈছে ওৱাৰ্লি ফিগাৰটোৰ ব’দি
02:24 ৰেক্তেংগল তোলটো (Rectangle tool) বাচক আৰু হেদ আৰু ব’দিৰ মাজত এদাল শাৰী আকক
02:30 এতিয়া ফিগাৰটোৰ নেকটো অকা হ’ল
02:33 পাছত আহক আমি হেন্দচ আৰু লেগচ আকো । ইয়াৰ বাবে, আমি বেজিয়াৰ তোলক (Bezier tool) বাচিম
02:41 দৰ্শিত ধৰণে হেন্দচ আৰু লেগচ আকক
02:47 হেন্দচ আৰু লেগচ দুয়োটাকে বাচক । ফিল এন্দ ষ্ট্ৰ’কত (Fill and Stroke) পিকাৰ তোলটো (Picker tool) ব্যৱ্হাৰ কৰি, ওৱাৰ্লি আৰ্তৰ ব’দিৰ পৰা অৰেঞ্জ কালাৰটো লওঁক
02:59 ষ্ট্ৰ’কৰ ওইদথটো 2লৈ সলাওঁক
03:02 এতিয়া সকলোখিনি উপাদান বাচক আৰু সিহতক একেলগে গ্ৰোপ কৰিবলৈ Ctrl + G টিপক
03:09 এতিয়া ওৱাৰ্লি ফিগাৰটো সাজু হ’ল । আহক আমি এতিয়া এই ওৱাৰ্লি ফিগাৰটোৰ সৈতে এটা ঘূৰণীয়া পেতাৰ্ন বনাওঁ
03:17 মই আগবঢ়াৰ আগতে, এই ফিগাৰটোৰ ক’পি এটা বনাম আৰু ইয়াক এফালে থ’ম
03:22 এতিয়া প্ৰকৃত ওৱাৰ্লি আৰ্তটো বাচক । এতিয়া, ফিগাৰটোত আৰু এবাৰ ক্লিক কৰক, এংকৰ পইন্তটো দৰ্শিত কৰিবলৈ
03:30 এংকৰ পইন্তটোত টিপক আৰু দৰ্শিত ধৰণে ইয়াক তললৈ নিয়ক
03:36 এতিয়া এদিতলৈ (Edit) যাওঁক । ক্ল’নত (Clone) টিপক আৰু তাৰপাছত ক্ৰিয়েত টাইলদ ক্ল’নচত (Create Tiled Clones)
03:42 দাইল’গ বক্সত, Symmetry tabৰ ভিতৰত, দ্ৰপ-দাউন মেনুত অপচনটো চিম্প’ল ট্ৰেনচলেচন (Simple translation) হ’ব লাগিব
03:51 তাৰপাছত চিফত তেবলৈ (Shift tab) যাওঁক । পাৰ ক’লমন (Per column) অপচনৰ ভিতৰত, X মানটো -100 লৈ সলাওঁক
03:58 পাছত ৰ’তেচন তেবলৈ (Rotation tab) যাওঁক । এংগলটোৰ পাৰ ৰৌ (Per row) আৰু পাৰ ক’লমন (Per column) পাৰামিতাৰচ 30লৈ সলাওঁক
04:07 তলত, ৰৌজৰ (rows) সংখ্যা 1 হ’ব । ক’লমনচৰ (columns) সংখ্যাটো 12লৈ সলাওঁক
04:14 তাৰপাছত ক্ৰিয়েত (Create) বুটামত টিপক
04:16 কানভাচত (canvas) বনা ঘূৰণীয়া পেতাৰ্নটো চাওঁক
04:21 আহক এতিয়া আমি কিছু অন্য অপচনচ চেষ্টা কৰো
04:24 ৰ’তেচন তেবৰ (Rotation tab) ভিতৰত এংগলটোৰ পাৰ ৰৌ (Per row) আৰু পাৰ ক’লমন (Per column) পাৰামিতাৰচ 10লৈ সলাওঁক । ক্ৰিয়েতত (Create) টিপক
04:33 কানভাচত (canvas) বনা পেতাৰ্নটো চাওঁক । ইয়াক এটা সম্পূৰ্ণ ঘূৰণীয়া পেতাৰ্ন কৰিবলৈ ৰৌজৰ (Rows) সংখ্যাটো 40লৈ সলাওঁক
04:41 ক্ৰিয়েতত (Create) টিপক । কানভাচত (canvas) পৰিবৰ্ত্তনসমূহ চাওঁক
04:46 এনেদৰে, পেতাৰ্নসমূহ বিভিন্ন এংগলচত পাবলৈ আপুনি ৰ’তেচন (Rotation) পাৰামিতাৰচ সলাব পাৰে
04:53 ঘূৰণীয়া পেতাৰ্নটো বাচক আৰু সিহতক একেলগে গ্ৰোপ কৰিবলৈ Ctrl + G টিপক
04:59 এতিয়া আমাৰ কানভাচত (canvas) এটা সুন্দৰ ওৱাৰ্লি আৰ্ত আছে
05:04 আহক ইয়াক এনেদৰে এফালে নিওঁ
05:08 এতিয়া, আহক কিছু অন্য অপচনচ চেষ্টা কৰো
05:11 পাছত, ক্ৰিয়েত স্পাইৰেলচ (Create Spirals) তোলটো ব্যৱ্হাৰ কৰি, দৰ্শিত ধৰণে কানভাচত (canvas) এটা ধুনীয়া ডাঙৰ স্পাইৰেল আকক
05:20 চিলেক্তৰ তোলত (Selector tool) টিপক । একক ওৱাৰ্লি ফিগাৰটো বাচক আৰু এনেদৰে ইয়াক স্পাইৰেলটোৰ মাজত থওঁক
05:27 এতিয়া তোল ক’নট্ৰ’লচ বাৰত (Tool controls bar) ৰাইজ তু তপ (Raise to top) অপচনত টিপক
05:32 তাৰপাছত, স্পাইৰেলটোওঁ বাচক
05:35 এক্সতেনচনচ মেনুত (Extensions menu) টিপক আৰু জেনেৰেত ফ্ৰ্ম পাথ (Generate from path) অপচনক বাচক
05:41 অহা চাব-মেনুত, Scatterক বাচক
05:45 পৰ্দাত দাইল’গ বক্স এটা আহিছে । ইয়াত, ফ’ল’ পাথ অৰিয়েনতেচন (Follow path orientation) চেকবক্সটোক বাচক
05:54 স্পেছ বিতওইন ক’পিজত (Space between copies), আমি ক’ম 5
05:58 নিশ্বিত কৰক - Original pattern will be টো ম’ভদ (Moved)লৈ সজাই থোৱাক আৰু লগতে Duplicate the pattern before deformationটো বচাক
06:08 এপ্লাই (Apply) বুটামত টিপক আৰু দাইল’গ বক্সটো বন্ধ কৰক
06:12 আহক স্পাইৰেল পাথটো উলিয়াবলৈ স্পাইৰেল ওৱাৰ্লি পেতাৰ্নটো অকমান কাষলৈ নিওঁ । এতিয়া, স্পাইৰেল পাথটোক বাচক আৰু দিলিত কৰক
06:21 এনেদৰেই ইঙ্কচকেপত (Inkscape) এটা ধুনীয়া স্পাইৰেল ওৱাৰ্লি পেতাৰ্ন আকিব পাৰি
06:26 এনেদৰে, আমি বহুতো অন্য সুন্দৰ ওৱাৰ্লি পেতাৰ্নচ বনাব পাৰো
06:31 পাছত, আহক আমি ব’ৰ্দাৰ এটা বনাবলৈ শিকো
06:35 অবজেক্ত মেনুলৈ (Object menu) যাওঁক আৰু চিম্বলচত (Symbols) টিপক । ত্ৰিভুজ চেপটোত টিপক আৰু ইয়াক কানভাচ (canvas) লৈ দ্ৰাগ কৰক
06:42 তোল ক’নট্ৰ’লচ বাৰত (Tool controls bar), ওইদথ আৰু হাইতক 30লৈ সলাওঁক
06:47 এতিয়া ত্ৰিভুজটোক কানভাচৰ (canvas) বাওঁফালে ওপৰলৈ নিয়ক
06:52 মই ত্ৰিভুজটো ব্যৱ্হাৰ কৰি ৰৌ পেতাৰ্ন এটা বনাবলৈ বিচাৰিছো
06:56 এদিতলৈ (Edit) যাওঁক । ক্ল’নত (Clone) টিপক আৰু তাৰপাছত ক্ৰিয়েত টাইলদ ক্ল’নচত (Create Tiled Clones) । ইয়াত আগৰ সকলো চেতিংগচ দৰ্শিত হৈছে
07:06 ৰ’তেচন তেবত (Rotation tab), এংগলটোৰ (Angle) পাৰ ৰৌ (Per Row) আৰু পাৰ ক’লমনৰ (Per Column) পাৰামিতাৰচ 0লৈ সলাওঁক
07:13 চিফত তেবত (Shift tab), পাৰ ক’লমন (Per column) অপচনৰ ভিতৰত, Xৰ মানটো 0 লৈ সলাওঁক
07:19 শেষত, ক’লমন (Column) টো 35লৈ সলাওঁক, তলত, ইয়াত দেখুৱা ধৰণে । তাৰপাছত ক্ৰিয়েত (Create) বুটামত টিপক
07:27 কানভাচত (canvas) বনা ৰৌ পেতাৰ্নটো চাওঁক
07:31 সকলোখিনি ত্ৰিভুজক বাচক আৰু সিহতক একেলগে গ্ৰোপ কৰিবলৈ Ctrl + G টিপক
07:37 ত্ৰিভুজৰ পেতাৰ্নটো নকল কৰিবলৈ Ctrl + D টিপক । ইয়াক ফ্লিপ কৰিবলৈ V টিপক
07:43 এতিয়া পেতাৰ্নটোক কানভাচৰ (canvas) তললৈ নিয়ক
07:48 আমাৰ ওৱাৰ্লি পেতাৰ্নটো এতিয়া সাজু হ’ল । আমি এই পেতাৰ্নটোক বিভিন্ন টেক্সতাইল দিজাইন এচাইনমেন্তত ব’ৰ্দাৰ হিচাবে ব্যৱ্হাৰ কৰিব পাৰো
07:55 কুৰ্তি (kurti) এটাত ই দেখিবলৈ এনেকুৱা হ’ব
07:58 আমি লগতে ইয়াক এটা পিল’ ক’ভাৰ দিজাইন হিচাবে ব্যৱ্হাৰ কৰিব পাৰো
08:02 আৰু এই ওৱাৰ্লি আৰ্তটো কাপোৰৰ বেগ এটাতো দেখিবলৈ ধুনীয়া হয়
08:06 গতিকে, একেধৰণে, আপুনি ওৱাৰ্লি আৰ্ত ফৰ্ম ব্যৱ্হাৰ কৰি বিভিন্ন টেক্সতাইল পেতাৰ্নচ বনাব পাৰে
08:13 ইয়াৰ সৈতে আমি এই টিউট’ৰিয়েলটোৰ শেষ পালোহি । আহক মূলভাব চাওঁ
08:18 এই টিউট’ৰিয়েলটোত আমি টেক্সতাইলচৰ বাবে ওৱাৰ্লি (Warli) পেতাৰ্ন বনাবলৈ, ক্ল’নিং ব্যৱ্হাৰ কৰা পেতাৰ্নচৰ বিষয়ে শিকিলো
08:27 এইটো আপোনাৰ বাবে এটা এচাইনমেন্ত । পিক’ক (peacock) পেতাৰ্ন দিজাইন এটা বনাওঁক
08:33 আপোনাৰ সম্পূৰ্ণ কৰা এচাইনমেন্তটো দেখিবলৈ এনেকুৱা হ’ব
08:37 তলৰ সংযোজনত থকা কথাচিত্ৰটোৱে স্প’কেন টিউট’ৰিয়েল (Spoken Tutorial) প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক চাওঁক
08:43 স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে কৰ্মশালা পাতে আৰু অনলাইন পৰীক্ষাত উত্তীৰ্ণ সকলক প্ৰমানপত্ৰ দিয়ে । অধিক জানিবলৈ, অনুগ্ৰহ কৰি আমালৈ লিখক
08:53 স্প’কেন টিউট’ৰিয়েল প্রকল্প ভাৰত চৰকাৰৰ NMEICT, MHRD ৰদ্বাৰা সমর্থিত । এই মিচনৰ বিষয়ে অধিক তথ্য এই সংযোজনত উপলদ্ধ
09:03 মই মৌচুম হাজৰিকা । সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9