Inkscape/C4/Trace-bitmaps-in-Inkscape/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration
00:02 ইঙ্কচকেপ (Inkscape) ব্যৱ্হাৰ কৰি “ট্ৰেচ (Trace) বিতিমেপ (bitmap) ইন (in) ইঙ্কচকেপৰ (Inkscape)” স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম
00:08 এই টিউট’ৰিয়েলটোত আমি শিকিম ৰাষ্টাৰ আৰু ভেক্তৰ ইমেজৰ মাজৰ পাৰ্থক্য, বিভিন্ন ৰাষ্টাৰ আৰু ভেক্তৰ ফ’ৰমেতচ, ৰাষ্টাৰ ইমেজক ভেক্তৰলৈ ক’নভাৰ্ত কৰিবলৈ
00:20 এই টিউট’ৰিয়েলটো ৰেকৰ্দ কৰিবলৈ, মই ব্যৱ্হাৰ কৰিছো উবুন্তো (Ubuntu) লিনাক্স (Linux) 12.04 OS, ইঙ্কচকেপ (Inkscape) ভাৰ্চন 0.91
00:29 এই টিউট’ৰিয়েলটোত উদাহৰণস্বৰূপে ব্যৱ্হাৰ কৰা ইমেজসমূহ, ক’ড ফাইলচ (Code Files) লিংকত দিয়া আছে
00:36 টিউট’ৰিয়েলটো ইয়াত ৰখাওঁক আৰু ইমেজসমূহ আপোনাৰ মেচিনত দাউনল’দ কৰক
00:42 মোৰ দেস্কট’পত (desktop) দুটা ইমেজ আছে
00:45 Linux.png টো হৈছে ৰাষ্টাৰ ইমেজ আৰু Linux.pdfটো হৈছে ভেক্তৰ ইমেজ
00:51 মই সিহঁতক খুলিম
00:53 দুয়োটা ইমেজ দেখিবলৈ একে । আমি ইমেজটো জোমিং কৰিলেহে পাৰ্থক্যটো জানিম । আহক তাক কৰো
01:02 এতিয়া, প্ৰথম ইমেজটো দেখিবলৈ পিক্সেলেতেদ (pixelated) হয় কাৰণ ৰাষ্টাৰ ইমেজ এটা আপ পিক্সেলচৰে (pixels) বনোৱা হয়
01:09 কিন্তু দ্বিতীয় ইমেজটো পিক্সেলেত (pixelate) নহয় কাৰণ ভেক্তৰ ইমেজ এটা পাথচৰে (paths) বনোৱা হয়
01:15 কিছু ৰাষ্টাৰ ইমেজ ফ’ৰমেতচ হৈছে JPEG, PNG,TIFF,GIF, BMP ইত্যাদি
01:27 কিছু ভেক্তৰ ইমেজ ফ’ৰমেতচ হৈছে SVG,AI, CGM ইত্যাদি
01:34 ফ’ৰমেতচ যি ভেক্তৰ আৰু ৰাষ্টাৰ দুয়োটা হ’ব পাৰে সি হৈছে PDF, EPS, SWF
01:43 এতিয়া আহক এই ৰাষ্টাৰ ইমেজক ভেক্তৰলৈ ক’নভাৰ্ত কৰিবলৈ শিকো
01:47 ইঙ্কচকেপ (Inkscape) খোলক । এতিয়া, আমি ৰাষ্টাৰ ইমেজটো ইম্প’ৰ্ত কৰিম
01:52 ফাইললৈ (File) যাওঁক আৰু ইম্প’ৰ্তত (Import) টিপক
01:57 এতিয়া, Path menuলৈ যাওঁক আৰু Trace Bitmap ত টিপক
02:02 দাইল’গ বক্স এটা খোল খাব । Mode তেবৰ ভিতৰত আমি বিভিন্ন অপচনচ দেখিছো
02:08 ইমেজটো নিৰ্বাচিত হৈ থকাটো নিশ্বিত কৰক । দিফল্টভাবে, Brightness cutoff অপচনটো নিৰ্বাচিত হয়
02:14 Previewৰ ভিতৰত, Live Preview অপচনটো বাচক পৰিবৰ্ত্তনসমূহ লক্ষ্য কৰিবলৈ
02:20 আপুনি Preview ওইন্দ’ত দেখাৰ দৰে, Brightness cutoff এ ব্ৰাইতনেচত পৰিবৰ্ত্তনটো পাইছে
02:26 এতিয়া দ্বিতীয় অপচনটোত টিপক, সি হৈছে Edge detection
02:31 নামটোৱে সূচীত কৰা দৰে, ই মাত্ৰ এদজেচ (edges) পায়
02:35 Color quantization এ অৱনমিত কালাৰচৰ বাউন্দেৰিসমূহক ট্ৰেচ কৰে
02:41 Invert image এ বিতমেপটোৰ কালাৰচক ইনভাৰ্ত কৰিব যদি আপুনি ভাবে ই দেখিবলৈ ভাল হয় বুলি
02:47 মই ইনভাৰ্ত ইমেজক আনচেক কৰিম
02:51 Multiple scans ভাল হয় বহুতো কালাৰচৰ বাবে
02:54 Brightness steps এ ব্ৰাইতনেচত পাৰ্থক্যটো বিচাৰে
02:58 Colors এ সূচীত কৰা কালাৰচৰ পৰিমাণক বিচাৰে
03:01 Grays Colorsৰ সৈতে একে হয়, কিন্তু মাত্ৰ গ্ৰেস্কেল (grayscale) কালাৰচ বিচাৰে । Smooth অপচনটো আনচেক কৰক, যিহেতু ই এদজেচত (edges) অধিক মিহি শাৰী বনায়
03:13 এতিয়া আমি সকলো ট্ৰেচিং অপচনচ দেখিলো । আপুনি এইবোৰৰ পৰা যিকোনো বাচিব পাৰে আপোনাৰ প্ৰয়োজন অনুসৰি
03:20 মই Colors অপচনক বাচিম ইয়াক টিপি
03:24 এতিয়া OKত টিপক আৰু দাইল’গ বক্সটো বন্ধ কৰক
03:28 ট্ৰেচ কৰা ইমেজটো প্ৰকৃত ইমেজটোৰ ওপৰত বনিলে
03:33 ক্লিক কৰক আৰু ইমেজটো এফালে নিয়ক দুয়োটা ইমেজ চাবলৈ
03:38 ইমেজটো এতিয়া ভেক্তৰলৈ ক’নভাৰ্ত হ’ল । ইমেজসমূহ জোম ইন কৰক
03:43 আগতে উল্লেখ কৰা দৰে প্ৰথম ইমেজটো পিক্সেলেতেদ হ’ল, কিন্তু দ্বিতীয়টো পিক্সেলেতেদ নহ’ল
03:50 আৰু আমি লগতে পাথসমূহ অতি স্পষ্টকৈ দেখিছো
03:56 এতিয়া, প্ৰকৃত ইমেজটো দিলিত কৰক
03:58 ইমেজটো বাচক । Path লৈ যাওঁক । Break Apartত টিপক
04:03 এতিয়া ইমেজটোত দুবাৰ ক্লিক কৰক । ইমেজসমূহৰ ষ্টাক (Stack) এটাৰ ওপৰত আনটোকে বনিলে
04:10 দৰ্শিত হ’বলৈ ক্লিক কৰক আৰু সিহতক একাষলৈ দ্ৰাগ কৰক
04:13 পাছত আহক আমি ভেক্তৰ ইমেজটো এদিত কৰিবলৈ শিকো । মই ব্লেক ইমেজটো এদিত কৰিম
04:19 গতিকে অন্য ইমেজসমূহ দিলিত কৰক
04:23 ইমেজটো নিৰ্বাচিত হোৱাটো নিশ্বিত কৰক
04:26 Path লৈ যাওঁক । Break Apartত টিপক
04:29 Fill and Strokeৰ ভিতৰত, অপাচিতিটো 50লৈ কমাওঁক । এতিয়া আপুনি অংশসমূহ স্পষ্টকৈ দেখিছে
04:37 আহক আমি ইমেজটোৰ কালাৰচ সলাওঁ
04:40 আপুনি কালাৰচ আপোনাৰ কল্পনা অনুসৰি সলাৰ পাৰে
04:44 এতিয়া সকলো অংশকে নিৰ্বাচিত কৰক আৰু অপাচিতিটো (opacity) 100লৈ বঢ়াওঁক
04:51 সিহতক একেলগে গ্ৰোপ কৰিবলৈ Ctrl + G টিপক
04:55 এতিয়া আহক কিছু হেয়াৰ-ষ্টাইল যোগ কৰো । তাক কৰিবলৈ, ইমেজটো বাচক আৰু Nodes তোলত টিপক
05:02 হেদ এৰিয়াত ন’দচ যোগ কৰক । এতিয়া দৰ্শিত ধৰণে ন’দসমূহ অকমান ওপৰলৈ নিয়ক
05:09 ইমেজটো ৰাষ্টাৰ আৰু ভেক্তৰ দুয়োটা ফ’ৰমেততে ছেভ কৰক
05:13 প্ৰথমে ইয়াক ৰাষ্টাৰ হিচাবে ছেভ কৰক, যি হৈছে, PNG ফ’ৰমেত । File টোলৈ যাওঁক আৰু Save Asত টিপক
05:21 নামটো Image-raster হিচাবে সলাওঁক । Saveত টিপক
05:29 পাছত আহক ইমেজটো ভেক্তৰ হিচাবে ছেভ কৰো, যি হৈছে, PDF ফ’ৰমেত
05:34 পুনৰ, File টোলৈ যাওঁক আৰু Save Asত টিপক
05:39 এক্সতেনচনটো PDF লৈ সলাওঁক । নামটো Image-vector হিচাবে সলাওঁক । Saveত টিপক
05:48 এতিয়া আহক আমি দেস্কট’পলৈ যাওঁ আৰু ইমেজ দুটা চাওঁ
05:53 আপুনি ইমেজ দুটাৰ মাজৰ পাৰ্থক্যটো সঠিকভাবে চিনাক্ত কৰিব পাৰিব
05:58 এই টিউট’ৰিয়েলটোৰ বাবে এয়াই সকলো । আহক মূলভাব চাওঁ
06:01 এই টিউট’ৰিয়েলটোত, আমি শিকিলো ৰাষ্টাৰ আৰু ভেক্তৰ ইমেজৰ মাজৰ পাৰ্থক্য, বিভিন্ন ৰাষ্টাৰ আৰু ভেক্তৰ ফ’ৰমেতচ, ৰাষ্টাৰ ইমেজক ভেক্তৰলৈ ক’নভাৰ্ত কৰিবলৈ
06:12 এটা এচাই্নমেন্ত হিচাবে, ট্ৰেইন ইমেজটো বাচক যি আপোনাৰ ক’ড ফাইলচ লিংকত দিয়া আছে আৰু ইয়াক গ্ৰেইত থকা ভেক্তৰ এটালৈ ক’নভাৰ্ত কৰক
06:20 আপোনাৰ সম্পূৰ্ণ কৰা এচাইনমেন্তটো এনেকুৱা হ’ব
06:23 তলৰ সংযোজনত থকা কথাচিত্ৰটোৱে স্প’কেন টিউট’ৰিয়েল (Spoken Tutorial) প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক চাওঁক
06:30 স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে কৰ্মশালা পাতে আৰু অনলাইন পৰীক্ষাত উত্তীৰ্ণ সকলক প্ৰমানপত্ৰ দিয়ে
06:38 অধিক জানিবলৈ, অনুগ্ৰহ কৰি আমালৈ লিখক
06:41 স্প’কেন টিউট’ৰিয়েল প্রকল্প ভাৰত চৰকাৰৰ NMEICT, MHRD ৰদ্বাৰা সমর্থিত । এই মিচনৰ বিষয়ে অধিক তথ্য এই সংযোজনত উপলদ্ধ
06:51 আমি এই টিউট’ৰিয়েলটোৰ শেষ পালোহি । মই মৌচুম হাজৰিকা । সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9