Inkscape/C4/Special-effects-on-text/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time Narration'
00:01 ইঙ্কচকেপ (Inkscape) ব্যৱ্হাৰ কৰি স্পেচিয়েল (Special) ইফেক্তচ (Effects) অন (on) টেকস্তৰ (Text) স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম
00:07 এই টিউট’ৰিয়েলটোত আমি বনাবলৈ শিকিম

ৰিফ্লেক্তেদ টেকস্ত (Reflected text) লেবেলদ টেকস্ত (Labeled text) আৰু টেকস্তৰ কেচ সলাবলৈ

00:16 এই টিউট’ৰিয়েলটো ৰেকৰ্দ কৰিবলৈ, মই ব্যৱ্হাৰ কৰিছো উবুন্তো (Ubuntu) লিনাক্স (Linux) 12.04 OS
00:22 এই চিৰিজটোৰ আগৰ সকলো টিউটৰিয়েলচ 0.48.4ত ৰেকৰ্দ কৰা হৈছিল
00:28 এই টিউটৰিয়েলটোৰ পৰা, মই ভাৰ্চন 0.91ত ৰেকৰ্দ কৰিম, যি হৈছে নতুন উন্নত ভাৰ্চন
00:35 আহক আমি ইঙ্কচকেপ (Inkscape) খোলো । প্ৰথমে আমি এটা ৰিফ্লেক্তেদ টেকস্ত বনাবলৈ শিকিম
00:41 টেকস্ত (Text) তুলটো বাচক আৰু SPOKEN শব্দটো লিখক । টেকস্তটো ব’ল্দ (bold) কৰক
00:49 মই টেকস্তটো জোম ইন কৰিম, যাতে আমি দেম’টো স্পষ্টকৈ দেখো
00:54 এতিয়া, Object menuলৈ যাওঁক আৰু Fill and Stroke অপচনটো বাচক
00:59 তাৰপাছত, Fill টেবৰ ভিতৰত, Linear gradientত টিপক
01:03 দৰ্শিত ধৰণে গ্ৰেদিয়েন্ত হেন্দলচত (handles) টিপক আৰু গ্ৰেদিয়েন্ত কালাৰচক ৰেদ আৰু ব্লোলৈ সলাওঁক
01:12 গ্ৰেদিয়েন্তক লম্বভাবে সজাওঁক । গতিকে এতিয়া, পৰ্দাত দশিত ধৰণে গ্ৰেদিয়েন্তটো ওপৰত ৰেদ আৰু তলত ব্লো হ’ব
01:21 Selector toolত টিপক আৰু টেকস্তটো নকল কৰিবলৈ Ctrl + D টিপক
01:27 এতিয়া, কীব’ৰ্দত V টিপক, নকল কৰা টেকস্তটো ফ্লিপ কৰিবলৈ
01:32 আমি লগতে ফ্লিপ কৰিবলৈ Tool controls bar ত উপলদ্ধ অপচনটো ব্যৱ্হাৰ কৰিব পাৰো
01:39 এতিয়া, আমি নকল কৰা টেকস্তটো প্ৰকৃত টেকস্তটোৰ তললৈ এনেদৰে নিম যাতে ই এটা প্ৰতিবিম্বৰ দৰে হয়
01:46 এতিয়া, Gradient toolক বাচক আৰু তলৰ গ্ৰেদিয়েন্ত হেন্দলত টিপক
01:52 Fill and Stroke দাইল’গ বক্সটোলৈ ঘূৰি আহক । ইয়াত, আমি আলফা (Alpha) মানটো 0লৈ সলাম
01:59 আমি লগতে তলৰ হেন্দলটো অকমান সলাম, ওপৰৰ দিশে
02:05 Selector toolত টিপক । এতিয়া, অপাচিতি (Opacity) টো 80লৈ কমাওঁক আৰু এন্টাৰ (Enter) টিপক
02:12 আমাৰ ৰিফ্লেক্তেদ টেকস্তটো এতিয়া সম্পূৰ্ণ হ’ল । ইয়াক ভালদৰে চাবলৈ অকমান জোম আউত কৰক
02:20 পাছত, আমি এটা লেবেলদ টেকস্ত বনাবলৈ শিকিম
02:23 প্ৰথমে, আমি গ্ৰীন কালাৰৰ এটা ৰম্বাচ বনাম । যিহেতু আলফা (Alpha) মানটো জিৰ’ হয়, ই এতিয়া দৰ্শিত নহয়
02:32 ইয়াক 255লৈ সলাওঁক আৰু এন্টাৰ (Enter) টিপক
02:36 এতিয়া, ৰম্বাচটোত “SPOKEN TUTORIAL” টেকস্তটো লিখক
02:43 Selector তোলটোত টিপক আৰু ৰম্বাচটোৰ আকাৰ টেকস্তৰ অনুসৰি সলাওঁক
02:48 পাছত, টেকস্তটো বাচক । এতিয়া, টেকস্তটো নকল কৰিবলৈ Ctrl + D টিপক
02:54 নকল টেকস্তটো প্ৰকৃত টেকস্তটোৰ ওপৰত আছে
02:58 টেকস্তৰ কালাৰটো হোৱাইতলৈ সলাওঁক, তাৰপাছত Path menu লৈ যাওঁক আৰু Object to path অপচনত টিপক
03:07 এতিয়া Object menu ত টিপক আৰু তাৰপাছত Ungroup অপচনত
03:12 পুনৰ Path menu লৈ যাওঁক আৰু Union অপচনত টিপক
03:17 Tool controls barত, Lower selection one step আইকনত টিপক
03:23 পুনৰ, Path menu লৈ যাওঁক আৰু এইবাৰ আমি Linked offset অপচনত টিপিম
03:30 টেকস্তত থকা হেন্দলত টিপক আৰু আউতলাইনটো ডাঙৰ কৰিবলৈ ইয়াক দ্ৰাগ কৰক
03:37 Selector তোলটোত টিপক । তাৰপাছত টেকস্তত ক্লিক কৰক আৰু ইয়াক তললৈ নিয়ক
03:43 মন কৰিব, আনএটা টেকস্ত বনিলে । টেকস্তটো বাচক আৰু ইয়াক দিলিত কৰক
03:49 এতিয়া, আউতলাইন পাৰ্তটো বাচক আৰু Nodes তোলত টিপক
03:53 Tool controls barত, Convert selected object to path তোলত টিপক
03:58 এতিয়া আপুনি আউতলাইনত ন’দসমূহ দেখিছে । মাজত অদৰ্কাৰী ন’দসমূহ বাচক আৰু দিলিত কৰক, ইয়াত দৰ্শিত ধৰণে
04:09 Selector toolত পুনৰ টিপক আৰু টেকস্তটোক ইয়াৰ আচল জেগালৈ লৈ যাওঁক
04:14 টেকস্তৰ কালাৰটো গ্ৰীণলৈ সলাওঁক
04:18 আউতলাইন পাৰ্তটো বাচক আৰু ইয়াক নকল কৰিবলৈ Ctrl + D টিপক । পুনৰ, মনত ৰাখিব যে নকল আউতলাইনটো প্ৰকৃতটোৰ ওপৰত আছে
04:28 কালাৰটো ব্লেকলৈ সলাওঁক
04:31 তাৰপাছত Tool controls barত, Lower selection one step আইকনত তিনিবাৰ টিপক
04:38 শেষত, Fill and stroke দাইল’গ বক্সত, অপাচিতিক 60লৈ কমাওঁক আৰু ব্লাৰক (blur) 7লৈ বঢ়াওঁক
04:47 ইয়াক কৰাৰ পাছত, আমি লেবেলৰ বাবে এটা হেঙ্গাৰ (hanger) বনাম
04:50 গতিকে, ইলিপচ (Ellipse) তোলত টিপক । তাৰপাছত Ctrl key টিপক আৰু ৰম্বাচটোৰ বাওঁফালে ওপৰত এটা বৃত্ত আকক, যাতে লেবেলটোত এটা ফুটা হয়
05:00 বৃত্তটোক নকল কৰিবলৈ Ctrl + D টিপক আৰু বৃত্তটো ৰম্বাচটোৰ আনফালে নিয়ক
05:06 পাছত, Bezier toolত টিপক আৰু এদাল বেকা শাৰী আকক, দৰ্শিত ধৰণে
05:13 অকা শাৰীদাল দেখিবলৈ এদাল হেঙ্গাৰৰ দৰে হ’ব লাগিব
05:16 Fill and stroke দাইল’গ বক্সত, Stroke styleৰ ভিতৰত, ওইদথক (width) 5লৈ সলাওঁক
05:22 এতিয়া আমাৰ লেবেলদ টেকস্ত তৈয়াৰ হৈ গ’ল । আহক জোম আউত কৰো আৰু ইয়াক ভালদৰে চাওঁ
05:30 পাছত, আহক আমি ইঙ্কচকেপত (Inkscape) টেকস্তৰ কেচটো সলাবলৈ শিকো
05:34 টেকস্ত (Text) তোলত টিপক আৰু কানভাচত (canvas) বৰ্ণ লিখক । মন কৰিব যে গোটেই টেকস্তটো ল’ৱাৰ-কেচত আছে
05:43 এতিয়া, Extensions menuলৈ যাওঁক আৰু টেকস্ত (Text) নামৰ অপচনটোত টিপক আৰু তাৰপাছত Change Caseত । আপুনি কিছু অপচনচ দেখিব
05:52 মই UPPERCASE অপচনটোত টিপিম । লক্ষ্য কৰিব যে বৰ্ণসমূহৰ কেচটো আপাৰ-কেচলৈ সলনি হ’ল
05:59 পুনৰ টেকস্তত টিপক । Extensions menuলৈ যাওঁক, তাৰপাছত টেকস্ত (Text) আৰু শেষত Change Case
06:07 এইবাৰ, Random Case অপচনটো বাচক । টেকস্তৰ কেচত পৰিবৰ্ত্তনক মন কৰক
06:13 আপুনি আন অপচনসমূহ নিজে চেষ্টা কৰিব পাৰে
06:16 ইয়াৰ সৈতে, আমি এই টিউট’ৰিয়েলটোৰ শেষ পালোহি
06:19 আহক মূলভাব চাওঁ । এই টিউট’ৰিয়েলটোত আমি বনাবলৈ শিকিলো

ৰিফ্লেক্তেদ টেকস্ত (Reflected text) লেবেলদ টেকস্ত (Labeled text) আৰু টেকস্তৰ কেচ ল’ৱাৰকেচ (lowercase) ৰপৰা আপাৰকেচলৈ (uppercase) আৰু ৰেন্দম-কেচলৈ (random-case) সলাবলৈ

06:31 আপোনাৰ বাবে এইটো এটা এচাই্নমেন্ত । এখন চাৰফেচত প্ৰতিবিম্ব হৈ থকাকৈ INKSCAPE টেকস্তটো বনাওঁক
06:37 ইঙ্কচকেপ (Inkscape) টেকস্তটো বনাওঁক আৰু টেকস্ত কেচটো Flip caseলৈ সলাওঁক
06:42 আপোনাৰ সম্পূৰ্ণ কৰা এচাইনমেন্তটো দেখিবলৈ এনেকুৱা হ’ব
06:45 তলৰ সংযোজনত থকা কথাচিত্ৰটোৱে স্প’কেন টিউট’ৰিয়েল (Spoken Tutorial) প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক চাওঁক
06:51 স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে কৰ্মশালা পাতে আৰু অনলাইন পৰীক্ষাত উত্তীৰ্ণ সকলক প্ৰমানপত্ৰ দিয়ে
06:58 অধিক জানিবলৈ, অনুগ্ৰহ কৰি আমালৈ লিখক
07:01 স্প’কেন টিউট’ৰিয়েল প্রকল্প ভাৰত চৰকাৰৰ NMEICT, MHRD ৰদ্বাৰা সমর্থিত
07:06 এই মিচনৰ বিষয়ে অধিক তথ্য এই সংযোজনত উপলদ্ধ
07:10 মই মৌচুম হাজৰিকা । সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9