Inkscape/C4/Mango-pattern-for-Textile-design/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time
Narration
00:01 ইঙ্কচকেপ (Inkscape) ব্যৱ্হাৰ কৰি “মেংগ’ (Mango) পেতাৰ্ন (Pattern) ফৰ (for) টেক্সতাইল (textile) দিজাইনৰ (design)” স্প’কেন টিউট’ৰিয়েলটোলৈ স্বাগতম
00:08 এই টিউট’ৰিয়েলটোত আমি মেংগ’ (Mango) পেতাৰ্ন এটা বনাবলৈ শিকিম, Pattern along Path ব্যৱ্হাৰ কৰি আকি
00:17 এই টিউট’ৰিয়েলটো ৰেকৰ্দ কৰিবলৈ, মই ব্যৱ্হাৰ কৰিছো উবুন্তো (Ubuntu) লিনাক্স (Linux) 12.04 OS, ইঙ্কচকেপ (Inkscape) ভাৰ্চন 0.91
00:26 আহক আমি ইঙ্কচকেপ (Inkscape) খোলো
00:28 Tool Controls barBezier toolক বাচক, মোদ (Mode) টোক Create Spiro path লৈ আৰু চেপ (Shape) টোক ইলিপচ (Ellipse) লৈ সলাওঁক
00:38 এতিয়া কানভাচত (canvas) দৰ্শোৱা ধৰণে এটা মেংগ’ টাইপ দিজাইন আকক । ই দেখিবলৈ এটা মেংগ’ পেতাৰ্নৰ দৰে হ’ব
00:47 পাছত ষ্টাৰ তোল (Star tool)'ক বাচক
00:50 এতিয়া কানভাচত (canvas) ষ্টাৰ এটা আকক । চিলেক্তৰ তোল (Selector tool)ত টিপক
00:55 Tool controls barত, Width আৰু Heightক 30 লৈ সলাওঁক
01:00 কালাৰক ৰেদলৈ সলাওঁক
01:03 পাছত আমি ষ্টাৰৰ ৰৌ পেতাৰ্ন এটা বনাব লাগিব
01:07 তাক কৰিবলৈ, Edit menuলৈ যাওঁক, Clone আৰু Create Tiled Clonesত টিপক
01:16 Resetত টিপক
01:18 Rowsৰ সংখ্যা 1লৈ আৰু Columns ৰ সংখ্যা 46লৈ সলাওঁক
01:24 Columnsৰ সংখ্যা মেংগ’ চেপৰ আকাৰ অনুসৰি বেলেগ হ’ব পাৰে
01:28 Createত টিপক । এতিয়া ৰৌ পেতাৰ্নটো হ’ল
01:33 সকলো ষ্টাৰক বাচক আৰু সিহতক গ্ৰোপ কৰিবলৈ Ctrl + G টিপক
01:38 এতিয়া মেংগ’ চেপ আৰু ষ্টাৰ পেতাৰ্ন দুয়োটাকে বাচক
01:42 Extensionsলৈ যাওঁক, Generate from Pathত টিপক আৰু তাৰপাছত Pattern along Path
01:49 এপ্লাইত (Apply) টিপক আৰু দাইল’গ বক্সটো বন্ধ কৰক
01:53 লক্ষ্য কৰক চেপটোত ষ্টাৰ পেতাৰ্ন নিৰ্মান হ’ল
01:57 এতিয়া মেংগ’ চেপ আৰু ষ্টাৰ ৰৌক বাচক আৰু সিহতক দিলিত কৰক
02:01 ষ্টাৰ পেতাৰ্নক বাচক আৰু ইয়াক নকল কৰিবলৈ Ctrl + D টিপক
02:07 এতিয়া নকল কৰা পেতাৰ্নটো বাচক আৰু Ctrl key টিপি ইয়াক ৰিচাইজ কৰক
02:13 ইয়াক আচল পেতাৰ্নটোৰ মাজত ৰাখক
02:16 এতিয়া আহক মেংগ’ পেতাৰ্নটোৰ মাজৰ খালী ঠাইত আন এটা দিজাইন দিওঁ
02:21 Bezier toolক বাচক । দৰ্শিত ধৰণে দিজাইন এটা আকক
02:28 এতিয়া Path menuলৈ যাওঁক । Path Effectsক বাচক
02:32 Pattern along Path ৰ ভিতৰত, আমি বহুতো অপচনচ পাইছো
02:37 Pattern sourceত, প্ৰথম অপচনটোত টিপক, সি হৈছে Edit on-canvas
02:43 লক্ষ্য কৰিব কানভাচ (canvas) টোৰ বাওঁফালে ওপৰত চাৰিটা ন’দচ (nodes) বনি আছে
02:48 ন’দচ (nodes) স্পষ্টকৈ চাবলৈ মই জোম ইন কৰিম । ইয়াক পেতাৰ্নটোৰ কাষলৈ নিয়ক
02:54 এতিয়া ন’দচত (nodes) টিপক আৰু দ্ৰাগ কৰক । এতিয়া আকাৰ সলনি হোৱাটো লক্ষ্য কৰক
03:00 Selector toolত টিপক । এতিয়া Path menuলৈ যাওঁক আৰু Object to Pathত টিপক
03:06 এইটো ৰিচাইজিং কৰোতে আকাৰৰ কোনো সলনিক পৰিত্যাগ কৰিবলৈ কৰা হয়
03:12 দৰ্শিত ধৰণে পেতাৰ্নটো ৰিচাইজ কৰক । ইয়াক নকল কৰক আৰু মেংগ’ পেতাৰ্নটোৰ ভিতৰত থওঁক
03:20 এতিয়া আহক সৰু মেংগ’ পেতাৰ্নটোৰ ভিতৰৰ খালী ঠাই পূৰ কৰো
03:25 Star toolত টিপক আৰু ষ্টাৰ এটা আকক
03:28 ইনাৰ হেন্দ’লত টিপক আৰু এনেকুৱা আকৃতি এটা পুনৰ বনাওঁক । কালাৰটো ব্লোলৈ সলাওঁক
03:34 Selector toolত টিপক আৰু চেপটো ৰিচাইজ কৰক
03:38 এই চেপটো নকল কৰক আৰু সৰু মেংগ’ পেতাৰ্নটো ভৰ্ত্তি কৰক
03:47 সকলোখিনি অবজেক্ত বাচিবলৈ Ctrl + A টিপক আৰু সিহতক গ্ৰোপ কৰিবলৈ Ctrl + G টিপক
03:53 পেতাৰ্নটো ৰিচাইজ কৰক আৰু ইয়াক কানভাচৰ (canvas) বাওঁফালে ওপৰত থওঁক
03:58 আমি ক্ল’নিং ব্যৱ্হাৰ কৰি এই পেতাৰ্নটো ৰিপিত কৰিব পাৰো । Edit menuলৈ যাওঁক । Cloneত টিপক আৰু তাৰপাছত Create Tiled clones
04:07 Symmetry tabৰ ভিতৰত, মোদটো Simple translation হ’ব লাগিব
04:12 ৰৌজৰ সংখ্যা 8লৈ আৰু কৌলমচৰ সংখ্যা 5লৈ সলাওঁক
04:17 Shift tabত টিপক । Per columnShift X মানটো 30লৈ সলাওঁক
04:24 ক্ৰিয়েত (Create) বুটামত টিপক । এতিয়া কানভাচত (canvas) ৰিপিতিচন নিৰ্মান হ’ল
04:32 কুৰ্তা (kurta) এটাত পেতাৰ্নটো দেখিবলৈ এনেকুৱা হ’ব
04:35 আহক মূলভাব চাওঁ । এই টিউট’ৰিয়েলটোত আমি মেংগ’ পেতাৰ্ন বনাবলৈ, Pattern along Path ব্যৱ্হাৰ কৰি আকিবলৈ শিকিলো
04:44 এইটো আপোনাৰ বাবে এটা এচাইনমেন্ত । লিফ পেতাৰ্ন এটা বনাওঁক
04:47 আপোনাৰ সম্পূৰ্ণ কৰা এচাইনমেন্তটো দেখিবলৈ এনেকুৱা হ’ব
04:52 তলৰ সংযোজনত থকা কথাচিত্ৰটোৱে স্প’কেন টিউট’ৰিয়েল (Spoken Tutorial) প্ৰকল্পৰ মূলভাব দৰ্শায় । অনুগ্ৰহ কৰি ইয়াক চাওঁক
04:58 স্প’কেন টিউট’ৰিয়েল প্ৰকল্পৰ দলে কৰ্মশালা পাতে আৰু অনলাইন পৰীক্ষাত উত্তীৰ্ণ সকলক প্ৰমানপত্ৰ দিয়ে । অধিক জানিবলৈ, অনুগ্ৰহ কৰি আমালৈ লিখক
05:07 স্প’কেন টিউট’ৰিয়েল প্রকল্প ভাৰত চৰকাৰৰ NMEICT, MHRD ৰদ্বাৰা সমর্থিত । এই মিচনৰ বিষয়ে অধিক তথ্য এই সংযোজনত উপলদ্ধ
05:16 মই মৌচুম হাজৰিকা । সংযোগ কৰাৰ বাবে ধন্যবাদ

Contributors and Content Editors

Mausamh9