Advance-C/C2/Union-and-Typedef/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time
Narration
00:01 নমস্কাৰ দৰ্শক সকল. C ত typedef আৰু Union এৰ স্পোকেন টিউটৰিয়েলত আপোনাক স্বাগতম।
00:07 এই টিউটৰিয়েলত আমি শিকিম:

typedef কীওয়ার্ড,

union কীওয়ার্ড।

কিছু উদাহৰণৰ সাহায্যে কৰিম।

00:17 এই টিউটৰিয়েলৰ বাবে উবুন্টু অপাৰেটিং সিস্টেম সংস্কৰণ 11.10 আৰু উবুন্টুত gcc কম্পাইলাৰ সংস্কৰণ 4.6.1 ব্যবহাৰ কৰিছো।
00:29 টিউটৰিয়েলটো অনুসৰণ কৰিবলৈ আপোনি C টিউটৰিয়েলৰ সৈতে পৰিচিত হব লাগিব।
00:36 নহলে প্রাসঙ্গিক টিউটৰিয়েলৰ বাবে আমাৰ ওয়েবসাইটত যাওক।
00:43 আমি typedef কীওয়ার্ডৰ ভূমিকা দি আৰম্ভ কৰিম।
00:49 Typedef কীওয়ার্ড এটা বিদ্যমান type ত প্রতীকী নাম দিবলৈ বা ইউসাৰ-ডিফাইন্ড ডেটাটাইপ্সত ব্যবহৃত হয়।
00:58 এইটো কমান্ডত alias নির্ধাৰিত কৰাৰ এটা উপায়।
01:03 এইটোৱে কোডত স্বচ্ছতা প্রদান কৰিবলৈ সাহায্য কৰে।
01:07 এইটোৱে কোডক বুঝিবলৈ আৰু পৰিবর্তন কৰিবলৈ সহজ কৰি তোলে।
01:12 সিনট্যাক্স: typedef existing_name alias_name. উদাহৰণস্বৰুপে: typedef unsigned int uint;
01:24 এতিয়া এটা উদাহৰণ কোড চাও।
01:28 আমাৰ ফাইলৰ নাম pallindrome ডট c হয়
01:34 এই প্রোগ্রামত আমি চাও যে প্রদত্ত সংখ্যা pallindrome হয় কি নহয়।
01:41 আমি uint হিসাবে alias এৰ নাম unsigned int datatype ত দিছো, typedef কীওয়ার্ডৰ দ্বাৰা।
01:52 ইয়াত ভ্যাৰিয়েবল ঘোষিত কৰিবলৈ uint ব্যবহাৰ কৰিছো।
01:59 এইটো হল pallindrome এৰ যুক্তি।
02:03 এতিয়া প্রোগ্রাম এক্সিকিউট কৰো।
02:06 আপোনাৰ কীবোর্ডত Ctrl + Alt + T কী একেলগে টিপি টার্মিনেল খুলক।
02:16 লিখক: gcc স্পেস pallindrome ডট c স্পেস হাইফেন o স্পেস pallindrome. Enter টিপক।
02:29 লিখক : ডট স্ল্যাশ pallindrome
02:34 আমি দেখো: Enter any three digit number
02:38 আমি লিখিম 121.
02:42 আউটপুট হল: Given number is a palindrome number
02:47 এতিয়া আমি union ডেটাটাইপ সম্পর্কে শিকিম।
02:52 Union একেলগে দলবদ্ধ থাকা বিভিন্ন ডেটাটাইপৰ সংকলন।
02:57 Unionএ তাৰ সকলো সদস্যৰ বাবে এটা সাধাৰণ স্টোৰেজ স্পেসৰ বাবে স্থান নির্দেশ কৰে।
03:03 আমি এটা সময়ত union এৰ মাত্র এজন সদস্যক অ্যাক্সেস কৰিব পাৰো।
03:08 Syntax1:

union union_name কাৰ্লি বন্ধনীত members কাৰ্লি বন্ধনীৰ পিছত union_variable আৰু এটা সেমিকোলন।

03:21 আমাৰ উচৰত বিকল্পিত সিনট্যাক্স আছে।

Syntax 2: union union_name কাৰ্লি বন্ধনীত members কাৰ্লি বন্ধনীৰ পিছত সেমিকোলন union union_name union_variable.

03:39 এটা উদাহৰণ চাও।
03:41 আমাৰ উচৰত এটা কোড ফাইল আছে। এইটোক চাও।
03:47 আমাৰ ফাইলৰ নাম union ডট c হয়
03:52 আমি union নামৰ ছাত্র("student") ঘোষিত কৰিছো।
03:56 ইয়াতে তিনটা ভ্যাৰিয়েবল আছে english, maths আৰু science.
04:02 মেন ফাংশনত, আমি stud হিসাবে এটা union ভ্যাৰিয়েবল ঘোষিত কৰিছো।
04:09 ইয়াত union ভ্যাৰিয়েবল ব্যবহাৰ কৰি union সদস্যক অ্যাক্সেস কৰিব পাৰি:

stud ডট english

stud ডট maths

stud ডট science

04:21 তাৰপিছত আমি মোট মার্কস গণনা কৰি প্রদর্শন কৰো।
04:26 এতিয়া টার্মিনেলত এক্সিকিউট কৰো. লিখক: gcc স্পেস union ডট c স্পেস হাইফেন o স্পেস union

লিখক ডট স্ল্যাশ union

04:44 প্রদর্শিত আউটপুট হল :Total is 228
04:50 এতিয়া structure আৰু union এৰ পার্থক্য চাও।
04:55 Unionএ তাৰ সকলো সদস্যৰ বাবে এটা সাধাৰণ স্টোৰেজ স্পেসৰ বাবে স্থাননির্দেশ কৰে।
05:01 Structure তাৰ সকলো সদস্যেৰ বাবে পৃথক স্টোৰেজ স্পেসৰ বাবে স্থাননির্দেশ কৰে।
05:07 Unionএ মেমৰি স্পেস কম লয়।
05:11 Structureএ মেমৰি স্পেস বেশী লয়।
05:14 Union এৰ উদাহৰণ:

union student, int marks, char name 6, double average

05:27 Union ভেৰিয়েবলৰ বাবে মেমৰিৰ বাবে স্থান 8 বাইট হব যিহেতো double datatypeএ সর্বোচ্চ মেমৰি স্পেস লয়।
05:39 Structure এৰ উদাহৰণ:

struct student, int mark, char name 6, double average

05:48 Structure ভেৰিয়েবলৰ বাবে মেমৰি হব: 2 bytes প্লাস 6 bytes প্লাস 8 bytes ইস ইকুয়েল টু 16 bytes.
06:00 আমি টিউটৰিয়েলৰ শেষলৈ আহিছো।
06:04 সংক্ষিপ্তকৰণ কৰো।
06:06 এই টিউটৰিয়েলত শিকিছো:

typedef

union

union আৰু structure এৰ মাজত পার্থক্য।

06:14 নির্দেশিত কাম হিসাবে,
06:17 এজন কর্মচাৰীৰ ৰেকর্ড দেখাবলৈ এটা প্রোগ্রাম লিখক।
06:21 যেনে নাম, ঠিকানা, বেতন।
06:25 employee নামত এটা union নির্ধাৰণ কৰক।
06:29 typedef ব্যবহাৰ কৰি emp হিসাবে এটা alias নাম দিয়ক।
06:35 এই লিঙ্কত উপলব্ধ ভিডিওটো চাওক।
06:39 এইটোৱে স্পোকেন টিউটৰিয়েল প্রকল্পক সাৰসংক্ষেপে বোঝায়।
06:42 ভাল ব্যান্ডউইডথ নাথাকিলে আপোনি ভিডিওটোক ডাউনলোড কৰিও চাব পাৰে।
06:47 স্পোকেন টিউটৰিয়েল প্রকল্প দলে কর্মশালাৰ আয়োজন কৰে।
06:53 অনলাইন পৰীক্ষা পাস কৰিলে প্রশংসাপত্র দিয়া হয়। বিস্তাৰিত তথ্যেৰ বাবে contact@spoken-tutorial.org ত ইমেল কৰক।
07:04 স্পোকেন টিউটৰিয়েল Talk to a Teacher প্রকল্পৰ অংশবিশেষ।
07:08 এইটো ভাৰত সৰকাৰৰ ICT, MHRD এৰ National Mission on Education দ্বাৰা সমর্থিত।
07:16 এই বিষয়ত বিস্তাৰিত তথ্য এই লিঙ্কত প্রাপ্তিসাধ্য। http:// spoken- tutorial.org/NMEICT-Intro
07:22 আই আই টি বম্বেৰ পৰা মই মৌচুমী মেধি এতিয়া আপোনাৰ পৰা বিদায় লৈছো। অংশগ্রহনৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi