Advance-C/C2/Command-line-arguments-in-C/Assamese

From Script | Spoken-Tutorial
Jump to: navigation, search
Time
Narration
00:01 নমস্কাৰ দৰ্শক সকল. Command Line Arguments এৰ স্পোকেন টিউটৰিয়েলত আপোনাক স্বাগতম।
00:07 এই টিউটৰিয়েলত এটা উদাহৰণ দি আর্গুমেন্টৰ সৈতে মেন ফাংশন সম্পর্কে শিকিম।
00:15 এই টিউটৰিয়েলৰ বাবে উবুন্টু অপাৰেটিং সিস্টেম সংস্কৰণ 11.10 আৰু উবুন্টুত gcc কম্পাইলাৰ সংস্কৰণ 4.6.1 ব্যবহাৰ কৰিছো।
00:27 টিউটৰিয়েলটো অনুসৰণ কৰিবলৈ আপোনি C টিউটৰিয়েলৰ সৈতে পৰিচিত হব লাগিব।
00:33 নহলে প্রাসঙ্গিক টিউটৰিয়েলৰ বাবে আমাৰ ওয়েবসাইটত যাওক ।
00:39 প্রোগ্রাম দি আৰম্ভ কৰো। এটা কোড ফাইল আছে। এতিয়া এইটো খুলিম।
00:45 ফাইলৰ নাম main হাইফেন with হাইফেন args ডট c
00:50 এতিয়া প্রোগ্রাম ব্যাখ্যা কৰো।
00:53 এইবোৰ হেডাৰ ফাইল। stdio.h কোৰ ইনপুট আৰু আউটপুট ফাংশন নির্দেশ কৰে।
01:01 stdlib.h হেডাৰ ফাইল নির্দেশ কৰে-

ন্যুমেৰিক কনভার্সন ফাংশন

সিউডো-ৰেণ্ডম নাম্বার্স

জেনেৰেশন ফাংশন

মেমৰি অ্যালোকেশন

প্রসেস কন্ট্রোল ফাংশন

01:16 এইটো আমাৰ মেন ফাংশন। ইয়াৰ ভিতৰত, আমি দুটা আর্গুমেন্ট পাস কৰিছো -

int argc, char এস্টেৰিস্ক এস্টেৰিস্ক argv (argv)

01:28 argc প্রোগ্রামত পাস কৰা কমান্ড লাইন আর্গুমেন্টৰ সংখ্যা বোঝায়।
01:34 ইয়াত প্রোগ্রামৰ প্রকৃত নাম অন্তর্ভুক্ত আছে।
01:38 argv ত আসল আর্গুমেন্ট থাকে যি ইন্ডেক্স 0 পৰা আৰম্ভ হয়।
01:44 Index 0 হল প্রোগ্রামৰ নাম।
01:48 Index 1 প্রোগ্রামত পাস কৰা প্রথম আর্গুমেন্ট হব।
01:53 Index 2 প্রোগ্রামত পাস কৰা দ্বিতীয় আর্গুমেন্ট হব আৰু এইভাবে।
01:59 এই স্টেটমেন্ট প্রোগ্রামত পাস কৰা মোট আর্গুমেন্টৰ সংখ্যা প্রদর্শন কৰিব।
02:05 এইটোৱে প্রোগ্রামত পাস কৰা প্রথম আর্গুমেন্ট প্রদর্শন কৰিব।
02:09 1এ ইন্ডেক্স 1 ত আর্গুমেন্ট বর্ণন কৰে।
02:13 While কন্ডিশন আর্গুমেন্টৰ সংখ্যা হ্রাস কৰিব।
02:18 এই স্টেটমেন্টে প্রোগ্রামত পাস কৰা সকলো আর্গুমেন্ট প্রিন্ট কৰিব।
02:23 শেষত আমাৰ উচৰত return 0 স্টেটমেন্ট আছে।
02:27 আপোনাৰ কীবোর্ডত Ctrl + Alt + T কী একেলগে টিপি টার্মিনেল খুলক।
02:35 লিখক: gcc স্পেস main হাইফেন with হাইফেন args ডট c স্পেস হাইফেন o স্পেস args. Enter টিপক।
02:49 লিখক: ডট স্ল্যাশ args. Enter টিপক।
02:54 আপোনি নিম্ন আউটপুট পাব:

Total number of arguments are 1

The first argument is null

arguments are ./args

03:06 কমান্ড লাইন আর্গুমেন্ট এক্সিকিউশনৰ সময়ত দিয়া হয়।
03:11 Total number of arguments are 1 যিহেতু Zeroth আর্গুমেন্ট হৈছে এক্সিকিউটেবল ফাইলৰ নাম।
03:19 The first argument is (null) যিহেতু আমি প্রোগ্রামত কোনো আর্গুমেন্ট পাস নকৰো।
03:26 আর্গুমেন্ট মাত্র এটা হয় অর্থাৎ dot slash args
03:31 আৰু এবাৰ এক্সিকিউট কৰো।
03:34 আপ অ্যাৰো কী টিপক স্পেস লিখক Sunday স্পেস Monday স্পেস Tuesday. Enter টিপক।
03:47 আমি নিম্ন আউটপুট দেখো:

Total number of arguments are 4

The first argument is Sunday

Argument are ./args Sunday Monday আৰু Tuesday

04:04 এতিয়া আউটপুট ব্যাখ্যা কৰো.
04:06 Total number of arguments are 4 যি হল ./args, Sunday, Monday আৰু Tuesday.
04:14 প্রথম argument হল Sunday
04:17 Zeroth আর্গুমেন্ট সর্বদা এক্সিকিউটেবল ফাইলৰ নাম দিয়ে।
04:22 Sundayক প্রথম আর্গুমেন্টত নির্দেশ কৰে।
04:25 Mondayক দ্বিতীয় আর্গুমেন্টত নির্দেশ কৰে।
04:28 Tuesdayক তৃতীয় আর্গুমেন্টত নির্দেশ কৰে।
04:31 আমি টিউটৰিয়েলৰ শেষলৈ আহিছো। সংক্ষেপে,
04:37 এই টিউটৰিয়েলত আমি শিকিছো:

Command line arguments

argc

argv

04:45 নির্দেশিত কাম হিসাবে বিভিন্ন আর্গুমেন্টৰ সৈতে প্রোগ্রাম এক্সিকিউট কৰক।
04:51 এই লিঙ্কত উপলব্ধ ভিডিওটো চাওক।
04:54 এইটোৱে স্পোকেন টিউটৰিয়েল প্রকল্পক সাৰসংক্ষেপে বোঝায়।
04:57 আপোনাৰ ভাল ব্যান্ডউইডথ নাথাকিলে আপোনি ভিডিওটো ডাউনলোড কৰি চাব পাৰে।
05:02 স্পোকেন টিউটৰিয়েল প্রকল্প দলে কর্মশালাৰ আয়োজিত কৰে।
05:08 অনলাইন পৰীক্ষা পাস কৰিলে প্রশংসাপত্র দিয়া হয়। বিস্তাৰিত তথ্যৰ বাবে contact@spoken-tutorial.org ত ইমেল কৰক।
05:18 স্পোকেন টিউটৰিয়েল Talk to a Teacher প্রকল্পৰ অংশবিশেষ।
05:22 এইটো ভাৰত সৰকাৰৰ ICT, MHRD এৰ National Mission on Education দ্বাৰা সমর্থিত।
05:30 এই বিষয়ত বিস্তাৰিত তথ্য এই লিঙ্কত প্রাপ্তিসাধ্য। http:// spoken- tutorial.org/NMEICT-Intro
05:36 আই আই টি বম্বেৰ পৰা মই মৌচুমী মেধি এতিয়া আপোনাৰ পৰা বিদায় লৈছো। অংশগ্রহনৰ বাবে ধন্যবাদ।

Contributors and Content Editors

Mousumi